• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফাঁট মেলিছে দলত… IPLৰ মাজতেই মুম্বাই ইণ্ডিয়ানছ এৰিব ৰোহিত শৰ্মাই? তোলপাড় ক্ৰিকেট বিশ্ব

ফাঁট মেলিছে দলত… IPLৰ মাজতেই মুম্বাই ইণ্ডিয়ানছ এৰিব ৰোহিত শৰ্মাই? তোলপাড় ক্ৰিকেট বিশ্ব

2 years ago
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

13 hours ago
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

14 hours ago
আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

15 hours ago
দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

15 hours ago
২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

15 hours ago
মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

16 hours ago
অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

16 hours ago
বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ

বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ

17 hours ago
ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?

ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?

18 hours ago
ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই শুক্ৰৰ উদয়, প্ৰতিদিনে নতুন নতুন সুখবৰ পাব ৪ৰাশিৰ জাতকে

ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই শুক্ৰৰ উদয়, প্ৰতিদিনে নতুন নতুন সুখবৰ পাব ৪ৰাশিৰ জাতকে

19 hours ago
সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ

সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ

19 hours ago
চিনেমাত কিয় আৰু গীত নাগায় অৰিজিৎ সিঙে? নেপথ্যৰ কাৰণ নিজেই জনালে অৰিজিৎ সিঙে?

চিনেমাত কিয় আৰু গীত নাগায় অৰিজিৎ সিঙে? নেপথ্যৰ কাৰণ নিজেই জনালে অৰিজিৎ সিঙে?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ফাঁট মেলিছে দলত… IPLৰ মাজতেই মুম্বাই ইণ্ডিয়ানছ এৰিব ৰোহিত শৰ্মাই? তোলপাড় ক্ৰিকেট বিশ্ব

editor by editor
April 3, 2024
in ক্ৰীড়া
0
ফাঁট মেলিছে দলত… IPLৰ মাজতেই মুম্বাই ইণ্ডিয়ানছ এৰিব ৰোহিত শৰ্মাই? তোলপাড় ক্ৰিকেট বিশ্ব
0
SHARES
498
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হাৰ্দিক পাণ্ডিয়াক অধিনায়ক কৰাৰ পাছতেই সৃষ্টি হৈছে এটাৰ পাছত আনটো সমস্যা। মুম্বাই ইণ্ডিয়ানছৰ শিবিৰত এতিয়া এটাৰ পাছত আনটো বিতৰ্ক। প্ৰথমে হাৰ্দিয়াক মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে ঘোষণা কৰাৰ পাছতেই সূৰ্যকুমাৰ যাদৱ আৰু জছপ্ৰীত বুমৰাহে নাম নোলোৱাকৈয়ে ক্ষোভ ভৰা পোষ্ট সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। বহুতেই তেওঁলোকৰ এই বিশেষ পোষ্টক সমৰ্থনো জনাইছিল। পাণ্ডিয়া মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হোৱাত কোনো এজন সতীৰ্থ ক্ৰিকেটাৰেও তেওঁক শুভেচ্ছা জনাই কোনোধৰণৰ পোষ্ট সামাজিক মাধ্যমত দিয়া নাছিল।

আইপিএল আৰম্ভ হ’ল। আইপিএল আৰম্ভ হোৱাৰ পাছতেই মুম্বাই ইণ্ডিয়ানছৰ অনুৰাগীক নিৰাশ কৰি এখনৰ পাছত আনখন মেচত পৰাজয় বৰণে এতিয়া ক্ৰিকেটপ্ৰেমীৰ মাজত চৰ্চাৰ কাৰণ কৰি তুলিছে পাণ্ডিয়াক। তিনিখন মেচ ইতিমধ্যেই হাৰিছে মুম্বাই ইণ্ডিয়ানছে। এই পৰিস্থিতিত সকলোৱে আকৌ এবাৰ নাম লৈছে প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাৰ। ৰোহিত শৰ্মাৰ অধিনায়ক পদ কাঢ়ি লোৱাৰ পৰাই দলটোৰ ৰাজহাঁড় ভাঙি পৰিছে। ৰোহিত শৰ্মাই অৱশ্যে বিষয়টোক লৈ এতিয়ালৈকে কোনোধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই।

এই পৰিস্থিতিতেই আকৌ এবাৰ বহুতে চৰ্চা চলাইছে যে ৰোহিত শৰ্মাইৱ মুম্বাই ইণ্ডিয়ানছ দল এৰিব। সম্প্ৰতি এক ৰাষ্ট্ৰীয় সংবাদমাধ্যমত সেই ৰিপৰ্ট প্ৰকাশ পাইছে। চলিত বছৰৰ আইপিএল চলি থকাৰ মাজতেই ৰোহিতে এই সিদ্ধান্ত ল’ব বুলিও প্ৰকাশ পাইছে ৰিপৰ্ট। মুম্বাই ইণ্ডিয়ানছ দলত্যাগৰ আঁৰত হাৰ্দিকৰ অধিনায়কত্বত তেওঁ অসুখী সেয়ে দলত্যাগ কৰিব বুলি উল্লেখ কৰিছে।

মুম্বাইৰ ছবি একেবাৰেই বেয়া
প্ৰথম মেচত দেখা গৈছে যে ৰোহিতক হাৰ্দিকে বাউণ্ডৰীৰ কাষলৈ ফিল্ডিঙৰ বাবে পঠিয়াইছে। ৰোহিতে সাধাৰণতে ৩০গজৰ ভিতৰত ফিল্ডিং কৰে। কিন্তু হাৰ্দিকে ৰোহিতৰ সৈতে কোনো আলোচনা নকৰাকৈয়ে তেওঁক বাউণ্ডেৰীৰ কাষত ফিল্ডিঙৰ বাবে দায়িত্ব দিয়ে। সকলো সিদ্ধান্তই নিজৰ ইচ্ছানুসৰি লৈছে হাৰ্দিকে। প্রথম মেচত ভুল হ’ব পাৰে বুলি একাংশ অনুৰাগীয়ে তেওঁক মাফ কৰি দিলেও দ্বিতীয় আৰু তৃতীয় মেচতো একে কামেই কৰিছে হাৰ্দিকে। দ্বিতীয় মেচৰ পৰাজয়ৰ পাছতেই ৰোহিতৰ সৈতে বিশেষ বৈঠক অনুষ্ঠিত কৰিছে আকাশ আম্বানীয়ে। আইপিএল চলি থকাৰ সময়ত কোনোৱে দলত্যাগ কৰিব নোৱাৰাটো আইপিএলৰ নিয়ম সেয়েহে এই ছিজন শেষ হ’লেই দলত্যাগ কৰিব পাৰে ৰোহিত শৰ্মাই বুলি বহুতেই চৰ্চা কৰা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰোহিত-কোহলিৰ কোটি কোটি টকা দৰমহা কমাই দিছে BCCI য়ে! কিন্তু কিয় এই সিদ্ধান্ত?
ক্ৰীড়া

ৰোহিত-কোহলিৰ কোটি কোটি টকা দৰমহা কমাই দিছে BCCI য়ে! কিন্তু কিয় এই সিদ্ধান্ত?

January 20, 2026
বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ
ক্ৰীড়া

বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ

January 3, 2026
টি ২০ বিশ্বকাপৰ ভাৰতীয় দলত এইবাৰ কিয় নাই কোনো ৰিজাৰ্ভ প্লেয়াৰ, BCCI য়ে সদৰি কৰিলে ইয়াৰ কাৰণ
ক্ৰীড়া

টি ২০ বিশ্বকাপৰ ভাৰতীয় দলত এইবাৰ কিয় নাই কোনো ৰিজাৰ্ভ প্লেয়াৰ, BCCI য়ে সদৰি কৰিলে ইয়াৰ কাৰণ

December 21, 2025
টি-২০ত ভাৰতৰ দপদপনি, দক্ষিণ আফ্ৰিকাক হৰুৱাই ২০২৫ৰ সফল সামৰণি
ক্ৰীড়া

টি-২০ত ভাৰতৰ দপদপনি, দক্ষিণ আফ্ৰিকাক হৰুৱাই ২০২৫ৰ সফল সামৰণি

December 20, 2025
Next Post
সঁচায়ে দেৱদূত! পোহনীয়া কুকুৰৰ তৎপৰতাতে প্ৰাণ ৰক্ষা পৰিল গৃহস্থৰ, চাওক ভিডিঅ’

সঁচায়ে দেৱদূত! পোহনীয়া কুকুৰৰ তৎপৰতাতে প্ৰাণ ৰক্ষা পৰিল গৃহস্থৰ, চাওক ভিডিঅ’

৪ এপ্ৰিলৰ আজিৰ দিনটোৰ ৰাশিফল,- এই তিনি ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

৪ এপ্ৰিলৰ আজিৰ দিনটোৰ ৰাশিফল,- এই তিনি ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.