• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰবীনা টেণ্ডনৰ ড°ভূপেন হাজৰিকা বঁটা পোৱাৰ যোগ্যতা আছে! অসমৰ সৈতে ৰবীনাৰ আছে বহু পুৰণি সংযোগ…

ৰবীনা টেণ্ডনৰ ড°ভূপেন হাজৰিকা বঁটা পোৱাৰ যোগ্যতা আছে! অসমৰ সৈতে ৰবীনাৰ আছে বহু পুৰণি সংযোগ…

3 years ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

10 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

11 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

11 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

12 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

13 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

14 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

14 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

15 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

15 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

16 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

17 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰবীনা টেণ্ডনৰ ড°ভূপেন হাজৰিকা বঁটা পোৱাৰ যোগ্যতা আছে! অসমৰ সৈতে ৰবীনাৰ আছে বহু পুৰণি সংযোগ…

editor by editor
April 5, 2023
in অসম, চিনেমা, বিনোদন, ভাৰত
0
ৰবীনা টেণ্ডনৰ ড°ভূপেন হাজৰিকা বঁটা পোৱাৰ যোগ্যতা আছে! অসমৰ সৈতে ৰবীনাৰ আছে বহু পুৰণি সংযোগ…
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বেলতলা বহাগী উৎসৱ সমিতিয়ে ড°ভূপেন হাজৰিকা বটা, ২০২৩ৰ বাবে ৰৱীনা টেণ্ডনৰ নাম ঘোষণা কৰাৰ পাছতেই আৰম্ভ হৈছে কিছু বিতৰ্কৰো৷ কিয় ৰবীনাক বঁটা দিব লাগে? অসমৰ সংস্কৃতি ৰবীনাই কিমান জানে? ৰবীনাই অসমৰ কথা জানেনে বুলি উঠা প্ৰশ্নৰ উত্তৰত এজন সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে লিখিছে বিশেষ কথা৷

বিশ্বজিৎ বৰুৱা নামৰ ইউজাৰকাৰীয়ে ৰবীনা সম্পৰ্কত লিখিছে, বাতৰিত ৰৱীনা টেণ্ডন, বেলতলা বহাগী উৎসৱ সমিতিয়ে ড°ভূপেন হাজৰিকা বটা, ২০২৩ৰ বাবে ৰৱীনা টেন্ডনৰ নাম ঘোষণা কৰা বুলি জানি অত্যন্ত সুখী হ’লো৷ সমিতিক ধন্যবাদ যাচিলো৷

অভিযোগ উঠে অসমৰ প্ৰচলিত বটাবোৰৰ বেছিভাগেই তেলীৰ মুৰত তেল দিয়াৰ দৰে উদ্যোক্তাসকলে নিজৰ মাজতে সলনাসলনি কৰি থাকে৷ একেখিনিৰ মাজতে বটা ঘুৰি পকি থাকে৷ মই ভূপেনদাৰ যোগেদি অসমীয়া সাহিত্য আৰু সংস্কৃতি জগতলৈ বিৰল অৱদান আগবঢ়োৱা গুলজাৰ, মিন্টু মুখোপাধ্যায়, পন্ডিত নৰেন্দ্ৰ শাস্ত্ৰী, সুমন কল্যাণপুৰ, সন্মানীয় খাচী চিয়েম, সন্মানীয় ৰয়িঙৰ ৰজা ইটাপলো, সন্মানীয় বিছা ৰজা আদিকো অসমলৈ নিমন্ত্ৰণ কৰি আনি যথোপযুক্ত সন্মান আগবঢ়াব লাগে বুলি লিখি আহিছো৷ কিংবদন্তি গীতিকাৰ গুলজাৰ অসম বিশ্ববিদ্যালয়ৰ প্ৰ- ভাইচ চেন্সেলৰ হৈ থাকোতে অসমলৈ আহি আছিল৷ কিন্তু কাৰো কৰ্ণকুহৰত আমাৰ আহ্বান নোসোমাল৷

’দমন’ৰ নায়িকাৰ প্ৰস্তাৱ লৈ যেতিয়া কল্পনা লাজমী গৈছিল তেতিয়া ৰবীনাৰ হাতত সময় নাছিল৷ কিন্তু ড° ভূপেন হাজৰিকাৰ ইচ্ছাৰ কথা জানি লগে লগে সন্মত হৈ গৈছিল আৰু অতি ব্যস্ত চিডিউল দলিয়াই শ্ৰীমতী দুৰ্গা শইকীয়া হ’বলৈ নিজে গুৱাহাটীলৈ আহি দমনৰ শ্বুটিং সম্পন্ন কৰিছিল৷ আজি Domestic Violence Actৰ বিষয়ে সকলোৱে জানে৷ কিন্তু দমনত গাৰ্হস্থ্য হিংসাৰ গভীৰলৈ গৈ চিনেমাৰ যোগেদি বিশ্লেষণ কৰা হৈছিল৷ পত্নীৰ ওপৰত যৌন অত্যাচাৰৰ বিৰুদ্ধে দেশজুৰি বুদ্ধিজীৱি মহলত সজাগতা আনিছিল ’দমনে’৷ বক্স অফিচত বৰ হিট হোৱা নাছিল কিন্তু ৰৱীনাই লাভ কৰিছিল National Award for Best Actress. এজন ফিল্ম ক্ৰিটিকে মন্তব্য দিছিলঃ Oh my God, She truly deserved the Nationl Award for the film. Such a matured actress! Bravo.

এই চিনেমাখনত ভূপেনদাৰ আৱহ সংগীতে আপোনাক শিহৰিত কৰিব৷ ’হু হু পাগল পৱন চলে/ চাহে গগন চে অগন ঝৰে/ চাথী তুম মেৰে সংগে ৰেহেনা’ গীত গোৱা পত্নীৰ ’গুমচুম গুমচুম/চাদৰ নীলি লায়ি’ লৈ কেনেদৰে পৰ্যবসিত হব লগা হৈছিল সেয়া অনুভৱ কৰিছিল ভূপেনদাই আৰু সেয়াই জোকাৰি গৈছিল দেশৰ বৌদ্ধিক সমাজক, যাৰ মাজত যেনেদৰে নাৰীবাদী আছিল তেনেদৰে আছিল আইন প্ৰনেতা৷ দুয়োটা গান মোৰ অতি প্ৰিয়-Instrument for social change.

ভূপেনদাৰ বন্ধু ৰবি টেণ্ডনৰ জীয়ৰী ৰবীনাই কৈ থৈছেঃ Dada has been a legend. I shared beautuful time with him. His soulful music and his voice will remain with me for ever. This kind of legend comes only once in a life time. সচাকৈয়ে ভূপেনদা আছে মোৰ বেডৰূমত, মোবাইলত, অফিচ কোঠাত, গাড়ীত, অন্তৰৰ যতে ততে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা
ভাৰত

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

April 30, 2026
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী
ক্ৰীড়া

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

April 30, 2026
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?
অসম

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

April 30, 2026
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!
অসম

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

April 29, 2026
Next Post
হনুমানৰ দৰেই কঠোৰ হওক, ৰাক্ষসৰ বিৰুদ্ধে আমাৰ এই যুঁজ! বিজেপিৰ প্ৰতিষ্ঠা দিৱসত কৰ্মীলৈ কি কি বাৰ্তা মোদীৰ?

হনুমানৰ দৰেই কঠোৰ হওক, ৰাক্ষসৰ বিৰুদ্ধে আমাৰ এই যুঁজ! বিজেপিৰ প্ৰতিষ্ঠা দিৱসত কৰ্মীলৈ কি কি বাৰ্তা মোদীৰ?

বিজেপিয়ে মুছলমানক সন্মান নিদিয়ে ভাৱিছিলো কিন্তু মোৰ ধাৰণা সম্পূৰ্ণ ভুলঃ পদ্মশ্ৰী ৰছিদ আহমেদ কদৰী

বিজেপিয়ে মুছলমানক সন্মান নিদিয়ে ভাৱিছিলো কিন্তু মোৰ ধাৰণা সম্পূৰ্ণ ভুলঃ পদ্মশ্ৰী ৰছিদ আহমেদ কদৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.