• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘Z’ৰ পিছত ‘V’ : ৰুছ বাহিনীৰ এই চিহ্নবোৰে ক্ৰমশঃ বৃদ্ধি কৰিছে ৰহস্য! আচলতে এয়া কি?

‘Z’ৰ পিছত ‘V’ : ৰুছ বাহিনীৰ এই চিহ্নবোৰে ক্ৰমশঃ বৃদ্ধি কৰিছে ৰহস্য! আচলতে এয়া কি?

5 years ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

5 minutes ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

37 minutes ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

1 hour ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

2 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

3 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

3 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! প্ৰায় ১৮ লাখ টকা বকেয়া কৰিব লাভ

3 hours ago
শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

4 hours ago
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

4 hours ago
ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

5 hours ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

8 hours ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘Z’ৰ পিছত ‘V’ : ৰুছ বাহিনীৰ এই চিহ্নবোৰে ক্ৰমশঃ বৃদ্ধি কৰিছে ৰহস্য! আচলতে এয়া কি?

editor by editor
March 1, 2022
in বিশ্ব, ৰাজনীতি
0
‘Z’ৰ পিছত ‘V’ : ৰুছ বাহিনীৰ এই চিহ্নবোৰে ক্ৰমশঃ বৃদ্ধি কৰিছে ৰহস্য! আচলতে এয়া কি?
0
SHARES
517
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ আৰম্ভ কৰাৰ সময়ত সকলো ৰাছিয়ান যুদ্ধ যানৰ সন্মুখনত লিখা ইংৰাজী বৰ্ণমালাৰ ‘Z’ লিখা দেখা গৈছিল৷ টেংক, হেলিকপ্টাৰ, সামৰিক অস্ত্ৰ বহনকাৰী বাহন আদিত জেড লিখা আছিল৷

ইয়াৰ পিছতে এই জেড আখৰকলৈ সমগ্ৰ বিশ্বতে ৰহস্যৰ সৃষ্টি হৈছিল৷ বিশ্বৰ সংবাদ মাধ্যমত এই বিষয়ে ব্যাপক চৰ্চাও লাভ কৰিছিল৷

কিন্তু ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ ষষ্ঠটো দিনৰ পৰা দেখা গৈছে ‘Z’ৰ লগতে ‘V’ ব্যৱহাৰো কৰা দেখা গৈছে৷ হঠাতে ‘Z’ৰ লগতে ‘V’ৰ আৰ্বিভাৱে পুনৰ সমগ্ৰ বিশ্বজুৰি ব্যাপক ৰহস্যৰ সৃষ্টি হৈছে৷

লগতে পঢ়ক ইউক্ৰেইনৰ ‘সপোন’ জ্বলিল : ‘ম্ৰিয়া’ক পুনৰ নিৰ্মাণ কৰিব যুদ্ধ বিধ্বস্ত ইউক্ৰেইনে

‘Z’ক সামৰিক বিশেষজ্ঞসকলে বিশেষ সাংকেতিক চিহ্ন বুলি অভিহিত কৰিছিল৷ তেওঁলোকৰ মতে ইয়াৰ দ্বাৰা আক্ৰমণৰ সময়ত একেটা দিশক বুজোৱা হৈছিল৷ আন একাংশই দাবী কৰিছিল যে ইউক্ৰেইনৰ ৰাজধানী কীয়েভত উপস্থিত হোৱাৰ পূৰ্বনিৰ্দিষ্ট পথৰ সংকেট আছিল৷

এতিয়া প্ৰশ্ন হৈছে এইবাৰ ‘V’এ কি সংকেট নিৰ্দেশ কৰিছে? অথবা ইয়াৰ ৰহস্য কি?

সামৰিক বিশেষজ্ঞসকলৰ মতে ‘V’ লিখা টেংক আৰু হেলিকপ্টাৰসমূহ ৰাছিয়াৰ নহয়৷ যুদ্ধ বিশেষজ্ঞসকলে এইবোৰ বেলাৰুছৰ বুলি দাবী কৰিছে৷ ৰাছিয়াৰ সৈতে বেলাৰুছেও ইউক্ৰেইন আক্ৰমণ কৰা বুলি ধাৰণা কৰা হৈছে৷

লগতে পঢ়ক দেশ মাতৃক ৰক্ষা কৰিবলৈ হাতত বন্দুক তুলি ল’লে ইউক্ৰেইনৰ সুন্দৰী যুৱতী সাংসদে

অৱশ্যে ইউক্ৰেইনক আক্ৰমণ কৰিলে বেলাৰুছে চৰম সংকটৰ সন্মুখীন হ’ব বুলি আমেৰিকাসহ পশ্চিমীয়া দেশসমূহে ইতিমধ্যে সকীয়নি প্ৰদান কৰিছে৷  কিন্তু ইয়াৰ মাজতে ‘V’ চিহ্নৰ টেংক আৰু হেলিকপ্টাৰসমূহ দৃশ্যমান হোৱাৰ পিছতে বিষয়টোৱে গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক
বিশ্ব

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

September 22, 2026
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ
অসম

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

September 21, 2026
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া
বিবিধ

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

September 21, 2026
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম
বাণিজ্য

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

September 21, 2026
Next Post
ইউক্ৰেইনত সংকটত ভাৰতীয় শিক্ষাৰ্থী : যুদ্ধবিধ্বস্ত ৰাজধানী কীয়েভ ত্যাগৰ নিৰ্দেশ

ইউক্ৰেইনত সংকটত ভাৰতীয় শিক্ষাৰ্থী : যুদ্ধবিধ্বস্ত ৰাজধানী কীয়েভ ত্যাগৰ নিৰ্দেশ

সংকটত পুটিন : বিশ্বজুৰি বেনামী হেকাৰৰ আক্ৰমণৰ লক্ষ্য ৰুছ ৰাষ্ট্ৰপ্ৰধান

সংকটত পুটিন : বিশ্বজুৰি বেনামী হেকাৰৰ আক্ৰমণৰ লক্ষ্য ৰুছ ৰাষ্ট্ৰপ্ৰধান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.