• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰাজয় নিশ্চিত! হতাশ ৰাছিয়ান সেনা, নিৰ্দেশ অমান্য কৰি নষ্ট কৰিছে নিজৰে অস্ত্ৰ-শস্ত্ৰ

পৰাজয় নিশ্চিত! হতাশ ৰাছিয়ান সেনা, নিৰ্দেশ অমান্য কৰি নষ্ট কৰিছে নিজৰে অস্ত্ৰ-শস্ত্ৰ

4 years ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

21 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

22 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

23 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

1 day ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

1 day ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

1 day ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

1 day ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

2 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

2 days ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

2 days ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

2 days ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

পৰাজয় নিশ্চিত! হতাশ ৰাছিয়ান সেনা, নিৰ্দেশ অমান্য কৰি নষ্ট কৰিছে নিজৰে অস্ত্ৰ-শস্ত্ৰ

editor by editor
March 31, 2022
in বিশ্ব, ৰাজনীতি
0
পৰাজয় নিশ্চিত! হতাশ ৰাছিয়ান সেনা, নিৰ্দেশ অমান্য কৰি নষ্ট কৰিছে নিজৰে অস্ত্ৰ-শস্ত্ৰ
0
SHARES
504
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে ইতিমধ্যে এমাহ অতিক্ৰম কৰিছে৷ এমাহৰো অধিক দিন আক্ৰমণ অব্যাহত ৰাখিও ইউক্ৰেইনৰ ৰাজধানী দখল কৰিবলৈ সক্ষম হোৱা যুদ্ধবাজ ৰাছিয়াৰ সৈন্য বাহিনীয়ে৷

যুদ্ধ যিমানেই দীঘলীয়া হৈ গৈছে যুদ্ধক্ষেত্ৰত থকা ৰুছ সেনাৰ মনোবল সিমানে ভাঙি গৈছে, যাৰফলত ৰাছিয়ান পদাতিক সেনাই ওপৰৰ মহলৰ নিৰ্দেশ অমান্য কৰিবলৈ ধৰিছে৷ এই দাবী কৰিছে ব্ৰিটিছ গুপ্তচৰ সংস্থাই৷

ব্ৰিটিছ চাইবাৰ আৰু নিৰাপত্তা সংস্থাৰ চৰকাৰী যোগাযোগ মুখ্য কাৰ্যালয়ৰ প্ৰধান জেৰেমি ফ্লেমিঙে বুধবাৰে অষ্ট্ৰেলিয়ান নেশ্যনেল ইউনিভাৰ্ছিটিৰ এক অনুষ্ঠানত দাবী কৰে যে মনোবল ভাঙি যোৱাৰ ফলত ৰাছিয়ান নিজৰে অস্ত্ৰ-শস্ত্ৰ নষ্ট কৰিবলৈ ধৰিছে৷

লগতে পঢ়ক RRRএ ধুমুহাৰ সৃষ্টিৰে হিন্দী বলয়তো দ্য কাশ্মীৰ ফাইলছ, গংগোবাইক পেলালে চেৰ

‘‘আমি ৰাছিয়ান সৈন্য বাহিনীক দেখিছো, তেওঁলোকৰ মনোবল ভাঙি পৰিছে৷ ওপৰৰ মহলৰ নিৰ্দেশো পালন কৰিবলৈ অস্বীকাৰ কৰিছে৷ সেনাসকলে নিজেই নিজৰ অস্ত্ৰ-শস্ত্ৰও নষ্ট কৰিছে৷’’ অনুষ্ঠানটোত ফ্লেমিঙে কয়৷

তেওঁৰ মতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনেও ইউক্ৰেইনৰ সামগ্ৰিক পৰিস্থিতি অনুধাৱন কৰাত ব্যৰ্থ হৈছে৷

‘‘এইটো লাহে লাহে স্পষ্ট হৈছে যে পুটিনে পৰিস্থিতি বুজিবলৈ ব্যৰ্থ হৈছে৷ আৰু ইউক্ৰেইনৰ প্ৰতিৰক্ষা ব্যৱস্থাক পুটিনে গুৰুত্ব প্ৰদান নকৰাটোও স্পষ্ট হৈ পৰিছে৷’’ জেৰেমি ফ্লেমিঙে লগতে কয়৷

লগতে পঢ়ক অসমৰ হাইৱেত ১০ খন নতুন উৰণীয়া সেতু : ক’ত ক’ত নিৰ্মাণ হ’ব এই সেতুসমূহ?

ইফালে পুটিনে ভাবিছিল যে তেওঁৰ সেনাই অতি সহজেই কীয়েভ দখল কৰিব৷ জেৰেমিৰ মতে পুটিনৰ উপদেষ্টাই তেওঁক সঁচা কথাবোৰ ক’বলৈও শংকিত হৈছে যাৰ ফলত ৰাছিয়াই এই যুদ্ধত পৰাস্ত হোৱাৰ সম্ভাৱনাই দেখা দিছে৷

ইফালে কীয়েভ দখল  আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’দিমিৰ জেলেনস্কিক হত্যাৰ বাবে কুখ্যাত ৱেগ’নাৰ বাহিনীক কীয়েভলৈ পুটিনে প্ৰেৰণ কৰাতো সত্য নহয় বুলিও মন্তব্য কৰিছে ব্ৰিটিছ চোৰাংচোৱা বিষয়াগৰাকীয়ে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza kahabarassam live 24axom live 24axom live 24 digitalbest best channel of assambest news channel in assamBest News Portal in AssamRussia Ukraine invasionRussia Ukraine War
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’
জীৱনশৈলী

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

February 5, 2026
ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?
জীৱনশৈলী

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

February 3, 2026
এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি
জীৱনশৈলী

এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি

February 3, 2026
৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?
জীৱনশৈলী

৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?

February 3, 2026
Next Post
প্ৰাণনাশৰ আশংকা! তথাপিও বুলেটপ্ৰুফ বৰ্ম পিন্ধিবলৈ ৰাজী নহয় ইমৰাণ খান

প্ৰাণনাশৰ আশংকা! তথাপিও বুলেটপ্ৰুফ বৰ্ম পিন্ধিবলৈ ৰাজী নহয় ইমৰাণ খান

জঘন্য! ৰক্ষা নপৰিল গৰ্ভৱতী ছাগলীও, ধৰ্ষণ কৰি হত্যা তিনি লোকৰ, এজনক গ্ৰেপ্তাৰ

জঘন্য! ৰক্ষা নপৰিল গৰ্ভৱতী ছাগলীও, ধৰ্ষণ কৰি হত্যা তিনি লোকৰ, এজনক গ্ৰেপ্তাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.