• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নগাঁৱৰ বিলাসী হোটেল পীয়ূষ ৰিজেন্সীত যোৱ ৪ দিনে অভিজাত ব্যৱসায়ীৰে গোপনে কি চলি আছে?

নগাঁৱৰ বিলাসী হোটেল পীয়ূষ ৰিজেন্সীত যোৱ ৪ দিনে অভিজাত ব্যৱসায়ীৰে গোপনে কি চলি আছে?

4 years ago
শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

12 minutes ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

37 minutes ago
‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

1 hour ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

3 hours ago
IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

3 hours ago
8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

4 hours ago
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

5 hours ago
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

5 hours ago
T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

6 hours ago
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

7 hours ago
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

7 hours ago
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নগাঁৱৰ বিলাসী হোটেল পীয়ূষ ৰিজেন্সীত যোৱ ৪ দিনে অভিজাত ব্যৱসায়ীৰে গোপনে কি চলি আছে?

editor by editor
March 23, 2022
in অসম
0
নগাঁৱৰ বিলাসী হোটেল পীয়ূষ ৰিজেন্সীত যোৱ ৪ দিনে অভিজাত ব্যৱসায়ীৰে গোপনে কি চলি আছে?
0
SHARES
197
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুৱাহাটীৰ পৰা বিক্ৰী কৰ বিভাগ(Sale Tax Department)ৰ এটা দলে নগাঁও চহৰৰ বহু ব্যৱসায় প্ৰতিষ্ঠানত অভিযান চলোৱাৰ কথা জানিব পৰা গৈছে৷

চহৰখনৰ বৰবজাৰ. ঢাকাইপট্টি, হয়বৰগাঁও, লক্ষীনগৰত বিক্ৰী কৰ বিভাগৰ দলটোৱে জিএছটিৰ তথ্য বিচাৰি অভিযান চলোৱা বুলি জানিব পৰা গৈছে৷

বিক্ৰী কৰ বিভাগৰ দলটোৱে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ জিএছটি তথ্য বিচাৰি অভিযান চলোৱাত স্থানীয় সতেচন লোকে সন্তোষ প্ৰকাশ কৰিলেও দলটোৰ এক ৰহস্যজনক কাণ্ডই সন্দেহৰ সৃষ্টি কৰিছে৷

লগতে পঢ়ক প্ৰেমিকৰ আগত পদা নিষিদ্ধ! পাদিব নোৱাৰি চিকিৎসালয়ত ভৰ্তি হ’ল জনপ্ৰিয় গায়িকা প্ৰেমিকা

বিক্ৰী কৰ বিভাগৰ অভিযানকাৰী দলটোৱে হয়বৰগাঁৱৰ এখন বিলাসী হোটেল পীয়ুষ ৰিজেন্সীত বাহৰ পাতি যোৱা ৪ টা দিন অভিযান চলোৱাৰ কাণ্ডই চহৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

অভিযাকাৰী দলটোৱে চহৰখনৰ অভিজাত ব্যৱসায়ীসকলক উক্ত বিলাসী হোটেললৈ তলৱ কৰি জেৰা চলোৱা বুলি জানিব পৰা গৈছে৷

লগতে পঢ়ক ৩১ মাৰ্চৰ পূৰ্বে এইবোৰ কাম সম্পন্ন নকৰিলে বন্ধ হ’ব আপোনাৰ SBIৰ বেংক একাউন্ট!

স্থানীয় একাংশ লোকে হোটেলখনৰ ১০১, ১০২ আৰু ১০৩ কোঠাত বাহৰ পাতি এইদৰে দলটোৱে জিএছটি তথ্য দিবলৈ সক্ষম নোহোৱা ব্যৱসায়ীৰে দৰদাম চলোৱাৰ অভিযোগ উত্থাপন কৰিছে৷

আনহাতে যোৱা ৪ টা দিন ধৰি এখন বিলাসী হোটেলত বাহৰ পাতি অভিযানকাৰী দলটোৱে ৰহস্যজনকভাৱে অভিজাত ব্যৱসায়ীসকলক তলৱ কৰা কাণ্ডই চহৰখনৰ ব্যৱসায়ীসকলৰ মাজতো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Channel in AssamBest news channel of assamBest News Portal in AssamSale Tax Department
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ
অসম

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

March 20, 2026
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ
অসম

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

March 20, 2026
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ
অসম

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

March 20, 2026
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা
অসম

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

March 20, 2026
Next Post
নিজকে কিয় ‘নাৰী’ বুলি নাভাবে বলিউদৰ অভিনেত্ৰী কংকনা সেন শৰ্মাই?

নিজকে কিয় ‘নাৰী’ বুলি নাভাবে বলিউদৰ অভিনেত্ৰী কংকনা সেন শৰ্মাই?

‘ক্ষমা কৰক, মোৰ ভুল হ’ল’, এক কিশোৰক মৰিয়াই মৰিয়াই হত্যা তিনি যুৱকৰ

‘ক্ষমা কৰক, মোৰ ভুল হ’ল’, এক কিশোৰক মৰিয়াই মৰিয়াই হত্যা তিনি যুৱকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.