লখিমপুৰ বিধানসভাত বলিছে নিৰ্বাচনী জুই। পিছে কোন দলৰ কোন প্ৰাৰ্থী হ’ব তাকে লৈ আশা-প্ৰত্যাশা। তাৰমাজতে উচ্চাৰিত হৈছে বহুজনৰ নাম। পিছে কোন দলৰ প্ৰাৰ্থীয়ে জনতাৰ মন জয় কৰিব পাৰিব চাওক আমাৰ ‘সমষ্টিয়ে সমষ্টিয়ে’ত
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ