• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভৰিৰ বুঢ়া আঙুলিতকৈ দ্বিতীয় আঙুলিটো বেছি দীঘল? সৎ নে অসৎ? এনে লোক ব্যক্তি হিচাপে কেনেকুৱা? ভৰি চায়েই বুজি লওক চৰিত্ৰ

ভৰিৰ বুঢ়া আঙুলিতকৈ দ্বিতীয় আঙুলিটো বেছি দীঘল? সৎ নে অসৎ? এনে লোক ব্যক্তি হিচাপে কেনেকুৱা? ভৰি চায়েই বুজি লওক চৰিত্ৰ

2 years ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

1 hour ago
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

1 hour ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

2 hours ago
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

2 hours ago
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

2 hours ago
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

3 hours ago
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

4 hours ago
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

4 hours ago
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

5 hours ago
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

6 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

8 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভৰিৰ বুঢ়া আঙুলিতকৈ দ্বিতীয় আঙুলিটো বেছি দীঘল? সৎ নে অসৎ? এনে লোক ব্যক্তি হিচাপে কেনেকুৱা? ভৰি চায়েই বুজি লওক চৰিত্ৰ

ভৰিৰ বুঢ়া আঙুলিতকৈ দ্বিতীয় আঙুলিটো বেছি দীঘল? সৎ নে অসৎ? এনে লোক ব্যক্তি হিচাপে কেনেকুৱা? ভৰি চায়েই বুজি লওক চৰিত্ৰ

editor by editor
April 13, 2025
in জীৱনশৈলী
0
ভৰিৰ বুঢ়া আঙুলিতকৈ দ্বিতীয় আঙুলিটো বেছি দীঘল? সৎ নে অসৎ? এনে লোক ব্যক্তি হিচাপে কেনেকুৱা? ভৰি চায়েই বুজি লওক চৰিত্ৰ
0
SHARES
11.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
সমুদ্ৰ শাস্ত্ৰ অনুসৰি শৰীৰৰ অংগ প্ৰত্যঙ্গৰ গঠন আৰু আকৃতিৰ ওপৰত ভিত্তি কৰি এজন ব্যক্তিৰ স্বভাৱ আৰু অন্যান্য বিষয় সম্পৰ্কিত গুৰুত্বপূৰ্ণ তথ্য পোৱা যায়৷ পৃথিৱীত বেছিভাগ মানুহৰ আঙুলি স্বাভাৱিক দৈৰ্ঘ্যৰ হয় যদিও কিছু কিছু মানুহৰ আঙুলিৰ দৈৰ্ঘ্যত পাৰ্থক্য থাকে৷
বিশেষকৈ ভৰিৰ দ্বিতীয় আঙুলি, অৰ্থাৎ বৃদ্ধাঙ্গুলিৰ কাষৰ আঙুলিটো যদি ডাঙৰ হয় তেন্তে শাস্ত্ৰক সেই সন্দৰ্ভত লিখা আছে বিশেষ তথ্য৷ যিসকলৰ বুঢ়া আঙুলিৰ ঠিক কাষত আন এটি বুঢ়া আঙুলি থাকে তেওঁলোকৰ স্বভাৱত বিশেষকৈ অন্যতকৈ পৃথকতা থাকে৷ এই সন্দৰ্ভত কি কৈছে জ্যোতিষশাস্ত্ৰত?
যিসকলৰ বৃদ্ধাঙ্গুলিৰ কাষৰ আঙুলিটো ডাঙৰ তেওঁ পুৰুষ বা মহিলা যিয়েই নহওক৷ তেনে লোক ভাগ্যবান হয়৷ তেওঁলোকৰ মুখমণ্ডল আকৰ্ষণীয় আৰু অন্যক আকৃষ্ট কৰাৰ এক অনন্য ক্ষমতা তেওঁলোকৰ আছে৷ যদি কোনো মহিলাৰ দ্বিতীয় আঙুলি ডাঙৰ তেন্তে তেওঁৰ স্বামীয়ে খুবেই ভালপায়৷ এনে মহিলা বাহিৰে খঙাল আৰু ভিতৰি খুবেই শান্ত৷
এই ধৰণৰ মানুহৰ জীৱনৰ প্ৰথম দিশটো সংগ্ৰামেৰে পৰিপূৰ্ণ থাকে৷ কিন্তু কঠোৰ পৰিশ্ৰম আৰু শক্তিৰে তেওঁলোকে অৱশ্যেই সাফল্য অৰ্জন কৰে৷ এই ধৰণৰ লোক পৰিশ্ৰমী, উদ্যমী আৰু তেওঁলোকে কামৰ প্ৰতি অত্যন্ত নিবেদিত প্ৰাণ৷ তেওঁলোকে যি কামেই নকৰক কিয় সফলতা লাভ কৰেই৷
যদি এই আঙুলি অত্যন্ত দীঘল তেন্তে কিছু আলস্যৰো লক্ষণ এয়া৷ তেওঁলোকৰ নেতৃত্ব দিয়াৰ ক্ষমতা আছে৷ কিন্তু কোনোৱে যদি তেওঁলোকক বাধা দিয়ে তেওঁলোকে সহ্য কৰিব নোৱাৰে৷ তেওঁলোক আৰ্থিকভাৱে সক্ষম হয় কিন্তু তেওঁলোকৰ সাফল্য কেৱল জীৱনৰ মধ্যবয়সত অৰ্থাৎ ৩৫-৪০ বছৰ বয়সৰ পাছতহে বেছি দৃশ্যমান হয়৷ তেওঁলোকৰ হৃদয় কোমল৷ কোনো তিক্ততাই তেঁওলোকে সহ্য কৰিব নোৱাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

October 13, 2026
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

October 13, 2026
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!
জীৱনশৈলী

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

October 13, 2026
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত
জীৱনশৈলী

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

October 13, 2026
Next Post
২৯ এপ্ৰিলত গজকেশৰী ৰাজযোগ! জীৱন সলনি হ’ব ৩ ৰাশিৰ, প্ৰতিটো ক্ষেত্ৰতেই আহিব সফলতা

২৯ এপ্ৰিলত গজকেশৰী ৰাজযোগ! জীৱন সলনি হ’ব ৩ ৰাশিৰ, প্ৰতিটো ক্ষেত্ৰতেই আহিব সফলতা

কোকা কোলাৰ স্থান আজিও কিয় ল’ব নোৱাৰে অন্য পানীয়ই? কেনেকৈ কোকা কোলাৰ সৈতে জড়িত হৈ আছে গৃহযুদ্ধৰ আঘাত! কোলা ৱাইনৰ পৰা কেনেকৈ নাম ল’লে কোকা কোলা?

কোকা কোলাৰ স্থান আজিও কিয় ল’ব নোৱাৰে অন্য পানীয়ই? কেনেকৈ কোকা কোলাৰ সৈতে জড়িত হৈ আছে গৃহযুদ্ধৰ আঘাত! কোলা ৱাইনৰ পৰা কেনেকৈ নাম ল’লে কোকা কোলা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.