• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

9 months ago
শনিদোষ দূৰ কৰাৰ উপায়ঃ শনিবাৰে এই ভুল নকৰিব, অন্যথা শনি দোষ বৃদ্ধি পাব পাৰে

শনিদোষ দূৰ কৰাৰ উপায়ঃ শনিবাৰে এই ভুল নকৰিব, অন্যথা শনি দোষ বৃদ্ধি পাব পাৰে

29 minutes ago
দৈনিক প্লাষ্টিকেই খাইছে! এই ৭ সামগ্ৰীৰ পৰা দৈনিক শৰীৰত সোমাইছে লাখ লাখ মাইক্ৰপ্লাষ্টিক?

দৈনিক প্লাষ্টিকেই খাইছে! এই ৭ সামগ্ৰীৰ পৰা দৈনিক শৰীৰত সোমাইছে লাখ লাখ মাইক্ৰপ্লাষ্টিক?

48 minutes ago
অংক কৰিলেই BJP লৈ ৰাঘৱ চাড্ডা, কিয় বাতিল নহয় সাংসদ পদ? দলত্যাগ আইনত কি আছে?

অংক কৰিলেই BJP লৈ ৰাঘৱ চাড্ডা, কিয় বাতিল নহয় সাংসদ পদ? দলত্যাগ আইনত কি আছে?

1 hour ago
মৃত্যুৰ ২৪ ঘণ্টা পূৰ্বে ভয়ংকৰ সংকেত দিয়ে শৰীৰে, এই ৩ লক্ষণ জানিলে আচৰিত হ’ব আপুনি

মৃত্যুৰ ২৪ ঘণ্টা পূৰ্বে ভয়ংকৰ সংকেত দিয়ে শৰীৰে, এই ৩ লক্ষণ জানিলে আচৰিত হ’ব আপুনি

2 hours ago
কেদাৰনাথ ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে মনত ৰাখক এই ৮টা কথা

কেদাৰনাথ ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে মনত ৰাখক এই ৮টা কথা

10 hours ago
ঘৰত মাখি আৰু পৰুৱাৰ উপদ্ৰৱ, মাত্ৰ ৫টা সহজ উপায়েৰে কৰক দূৰ!

ঘৰত মাখি আৰু পৰুৱাৰ উপদ্ৰৱ, মাত্ৰ ৫টা সহজ উপায়েৰে কৰক দূৰ!

11 hours ago
আনৰ সফলতা দেখি মন বেয়া লাগে নেকি? তেন্তে জানক এই কথা

আনৰ সফলতা দেখি মন বেয়া লাগে নেকি? তেন্তে জানক এই কথা

12 hours ago
শীঘ্ৰে ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৪ ৰাশিৰ লোকৰ, মাথোঁ নকৰিব ভুল!

শীঘ্ৰে ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৪ ৰাশিৰ লোকৰ, মাথোঁ নকৰিব ভুল!

13 hours ago
মোহময়ী অভিনেত্ৰী তমন্নাৰ ভৰিত ধৰি ক্ষমা বিচাৰিব অন্নু কাপুৰে! হঠাতে কি হ’ল?

মোহময়ী অভিনেত্ৰী তমন্নাৰ ভৰিত ধৰি ক্ষমা বিচাৰিব অন্নু কাপুৰে! হঠাতে কি হ’ল?

13 hours ago
পিতৃয়ে চুম্বন কৰিলে নায়িকাক, পুত্ৰ থাকিল চাই! তাৰ পিছত…

পিতৃয়ে চুম্বন কৰিলে নায়িকাক, পুত্ৰ থাকিল চাই! তাৰ পিছত…

13 hours ago
কিমান সম্পত্তিৰ মালিক ৰাঘৱ চাদ্দা? পত্নী পৰিনীতি চোপ্ৰাতকৈ কিমান গুণ ধনী জানক

কিমান সম্পত্তিৰ মালিক ৰাঘৱ চাদ্দা? পত্নী পৰিনীতি চোপ্ৰাতকৈ কিমান গুণ ধনী জানক

14 hours ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

editor by editor
July 14, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?
0
SHARES
4.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি শাওন মাহ আৰম্ভ হ’ব ১৭ জুলাইৰ পৰা৷ এই শাওন মাহত ৭২ বছৰৰ পাছত একেলগে ৪ গ্ৰহই বক্ৰী চলনত গতি কৰিব৷ তাৰফলত একাধিক ৰাশিৰ জাতক জাতিকাই লাভৰ মুখ দেখিব৷ শাওনত ৪ গ্ৰহৰ বক্ৰী চলনৰ ফলত বহু ৰাশিৰ জাতক জাতিকাই জীৱনত সুফল পাব পাৰে৷ জ্যোতিষ গণনা অনুসৰি শাওনত বুধ, শনি, কেতু, ৰাহুৰ সৈতে একেলগে ওলোটা গতিত যাত্ৰা কৰিব৷ তাৰফলত বহু ৰাশিৰ জাতক জাতিকাই লাভ পাব৷ লাকী ৰাশিৰ তালিকাত কোন কোন আছে?

কৰ্কট ৰাশি

চাৰি গ্ৰহৰ বক্ৰী হোৱাত একাধিক ৰাশিৰ জাতক জাতিকা খুবেই লাভদায়ী প্ৰমাণিত হব পাৰে৷ বিবাহিতসকলৰ বাবে এই সময়ত দাম্পত্য সুখ ভালে থাকিব৷ অবিবাহিতসকলে বিবাহৰ কোনো প্ৰস্তাৱ পাব পাৰে৷ সামাজিক আৰু ব্যৱসায়িক ক্ষেত্ৰত নতুন উচ্চতা পাব৷ ব্যৱসায়িক দিশৰ পৰা নানান ধৰণৰ লাভ আহিব৷ আপোনাৰ আত্মবিশ্বাস বাঢ়িব৷ এই সময়ত ধন সঞ্চয় কৰিব পাৰে৷ বহু ধৰণৰ ইচ্ছা পূৰণ হব৷

বৃষ ৰাশি

বৃষ ৰাশিৰ ওলোটা গতিয়ে আপোনাৰ বাবে ইতিবাচক খবৰ আনিব৷ আপোনাৰ আয় হু হুকৈ বৃদ্ধি পাব৷ পদোন্নতি আৰু ধন বৃদ্ধি হব পাৰে৷ আপোনাৰ সম্পৰ্কৰ দিশৰ পৰাও এই সময় বেছ লাভদায়ী৷ কোনো সম্পৰ্ক আৰম্ভ কৰাৰ বাবে এই সময় বেছ অনুকূল থাকিব৷ পূৰ্বতকৈ সম্পৰ্ক ভাল হব৷ ব্যৱসায়িক অংশীদাৰিত্ব লাভ হব৷ বিবাহিত জীৱন পূৰ্বতকৈ ভাল হব৷ আপুনি এই সময়ত সমাজত জনপ্ৰিয়তা লাভ কৰিব৷ এই সময়ত মান সন্মান আৰু প্ৰতিষ্ঠা প্ৰাপ্ত হব৷

মীন ৰাশি

এই সময়ত নতুন কোনো পৰিকল্পনা আৰম্ভ কৰাৰ বাবে ভাল সময়৷ কোনো দীৰ্ঘ ঋণৰ পৰা মুক্তি পাব এইবাৰ৷ কোনো নতুন পৰিকল্পনাই আপোনাক লাভ দিব৷ প্ৰেম জীৱনত মাধুৰ্য আহিব৷ অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ পাব৷ ব্যৱসায়ত বিস্তাৰ আৰু আৰ্থিক লাভ আহিব৷ যিসকলে চাকৰি বিচাৰিছে তেওঁলোকে ভাল চাকৰি পাব৷ এই সময়ত আপোনাৰ ইচ্ছা পূৰণ হব পাৰে৷ কামৰ স্থানত প্ৰমোছন বা দায়িত্বপূৰ্ণ কাম কান্ধত আহিব পাৰে৷ ব্যৱসায়ত সাফল্য আহিব৷ সময়ৰ সৈতে সাহস বৃদ্ধি হব পাৰে এই সময়ত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিদোষ দূৰ কৰাৰ উপায়ঃ শনিবাৰে এই ভুল নকৰিব, অন্যথা শনি দোষ বৃদ্ধি পাব পাৰে
জীৱনশৈলী

শনিদোষ দূৰ কৰাৰ উপায়ঃ শনিবাৰে এই ভুল নকৰিব, অন্যথা শনি দোষ বৃদ্ধি পাব পাৰে

April 25, 2026
দৈনিক প্লাষ্টিকেই খাইছে! এই ৭ সামগ্ৰীৰ পৰা দৈনিক শৰীৰত সোমাইছে লাখ লাখ মাইক্ৰপ্লাষ্টিক?
জীৱনশৈলী

দৈনিক প্লাষ্টিকেই খাইছে! এই ৭ সামগ্ৰীৰ পৰা দৈনিক শৰীৰত সোমাইছে লাখ লাখ মাইক্ৰপ্লাষ্টিক?

April 25, 2026
অংক কৰিলেই BJP লৈ ৰাঘৱ চাড্ডা, কিয় বাতিল নহয় সাংসদ পদ? দলত্যাগ আইনত কি আছে?
জীৱনশৈলী

অংক কৰিলেই BJP লৈ ৰাঘৱ চাড্ডা, কিয় বাতিল নহয় সাংসদ পদ? দলত্যাগ আইনত কি আছে?

April 25, 2026
মৃত্যুৰ ২৪ ঘণ্টা পূৰ্বে ভয়ংকৰ সংকেত দিয়ে শৰীৰে, এই ৩ লক্ষণ জানিলে আচৰিত হ’ব আপুনি
জীৱনশৈলী

মৃত্যুৰ ২৪ ঘণ্টা পূৰ্বে ভয়ংকৰ সংকেত দিয়ে শৰীৰে, এই ৩ লক্ষণ জানিলে আচৰিত হ’ব আপুনি

April 25, 2026
Next Post
কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.