• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিজৰেই মৃত্যুৰ ভৱিষ্যতবাণী কৰিছিল সঞ্জীৱ কুমাৰে, যি পাছলৈ সঁচা বুলিও প্ৰমাণিত হৈছিল

1 year ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্রথম ৰবিপুষ্য যোগ, সকলোকে হৰুৱাই সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

7 hours ago
আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?

ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

8 hours ago
অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক

২০২৬ চনত নিজ ঘৰত গ্ৰেণ্ড এন্ট্ৰী ৰাহুৰ, হঠাৎ এই ৩ ৰাশিৰ কেৰিয়াৰত বৃহৎ সালসলনি

9 hours ago
অক্সিজেনৰ অভাৱত ভুগিব পৃথিৱী, নেপথ্যত কি কি কাৰণ?

মাত্ৰ ৩০দিনতেই সৌন্দৰ্যৰে আপুনি উজলি উঠিব, এই তিনি ভিটামিনতেই পাব অবিশ্বাস্য ফলাফল

10 hours ago
ভেনিজুৱেলাৰ মাদুৰো চৰকাৰ ওফৰাই পেলাব পাৰে আমেৰিকাই, কি প্লেন ট্ৰাম্প চৰকাৰৰ?

11 hours ago
জুবিন গাৰ্গৰ সৈতে এনে কাম কৰিও তেওঁলোকৰ মুখত মই কোনো অনুশোচনা দেখা নাই, অসুৰ বধ হ’বই লাগিবঃ গৰিমা শইকীয়া গাৰ্গ

শনিদেৱৰ কৃপাত ৫ৰাশিৰ অৰ্থসুখ বাঢ়িব, বছৰৰ প্ৰথম শনিবাৰৰ পৰাই সুখৰ মুখ দেখিব কোন কোন ৰাশিৰ জাতকে?

12 hours ago
বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ

13 hours ago
বুধাদিত্য ৰাজযোগত বছৰৰ আৰম্ভণিতেই ঘূৰিব ভাগ্যৰ চকা, আগন্তুক সপ্তাহ কাৰ কাৰ বাবে শুভ হ’ব?

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, January 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

নিজৰেই মৃত্যুৰ ভৱিষ্যতবাণী কৰিছিল সঞ্জীৱ কুমাৰে, যি পাছলৈ সঁচা বুলিও প্ৰমাণিত হৈছিল

editor by editor
August 15, 2024
in চিনেমা, জীৱনশৈলী, বাণিজ্য, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
নিজৰেই মৃত্যুৰ ভৱিষ্যতবাণী কৰিছিল সঞ্জীৱ কুমাৰে, যি পাছলৈ সঁচা বুলিও প্ৰমাণিত হৈছিল
0
SHARES
183
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিজৰেই মৃত্যুৰ ভৱিষ্যতবাণী কৰিছিল সঞ্জীৱ কুমাৰে, যি পাছলৈ সঁচা বুলিও প্ৰমাণিত হৈছিল

ভাৰতীয় চিনেমাৰ এগৰাকী সুদক্ষ অভিনেতা। ১৯৬০ ৰ পৰা ১৯৮৫ চনলৈ ভাৰতীয় চিনেমাত দেখুৱাইছে নিজৰ অভিনয়ৰ দক্ষতা। ডেকা হিৰোৰ পৰা আৰম্ভ কৰি ডেকা কালতেই বুঢ়া লোকৰো অভিনয় অতি সাৱলিল ভাৱে কৰিছিল অভিনেতাগৰাকীয়ে।

সেই অভিনেতাগৰাকীয়ে নিজৰ মৃত্যু সন্দৰ্ভত কৰিছিল এক ভৱিষ্যতবাণী। যি পাছলৈ সঁচা বুলিও প্ৰমাণিত হৈছিল। সেই অভিনেতাগৰাকী হৈছে ভাৰতীয় চিনেমাত হৰি ভাই হিচাপে পৰিচিত সঞ্জীৱ কুমাৰ।

‘এন এক্সপাৰ্ট এক্টৰ- দ অথ’ৰাইজড বায়োগ্ৰাফী অফ সঞ্জীৱ কুমাৰ’ ৰ লেখত হনীফ জাভেৰীয়ে কিতাপখনত উল্লেখ কৰা অনুসৰি সঞ্জীৱ কুমাৰ আৰু অভিনেত্ৰী তব্বচুমে এবাৰ কথা বতৰাৰ মাজতে কৈছিল অভিনেতাগৰাকীয়ে ইমান সাৱলিল ভাৱে ডেকা কালতে বুঢ়া লোকৰ অভিনয় কেনেকৈ কৰে।

এই সন্দৰ্ভত সঞ্জীৱ কুমাৰে কৈছিল- আমাৰ বংশৰ কোনো পুৰুষেই ৫০ বছৰৰ ওপৰ জীয়াই থকা নাই। মোৰো একেই দশা হব। সেয়ে যিহেতু জীৱন কালত বুঢ়া কাল নাপাও সেয়ে অভিনয় কৰিয়ে বুঢ়া হোৱাৰ আমেজ লৈছো।

যি পাছলৈ সঁচাকৈ অভিনেতাগৰাকী মাত্ৰ ৪৭ বছৰ বয়সতে এই পৃথিৱী এৰি থৈ যায়। অভিনয়ৰ শিখৰত থকা সময়তে ১৯৮৫ চনৰ ৬ নৱেম্বৰ তাৰিখে নিজৰ ভৱিষ্যতবাণী সঁচা প্ৰমাণিত কৰি চিৰ বিদায় মাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: HeroIndian ActorIndian MovieMovieSanjeev Kumar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্রথম ৰবিপুষ্য যোগ, সকলোকে হৰুৱাই সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

January 3, 2026
আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?
জীৱনশৈলী

আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?

January 3, 2026
ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ
জীৱনশৈলী

ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

January 3, 2026
অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক
জীৱনশৈলী

অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক

January 3, 2026
Next Post
সূৰ্যৰ ওপৰত কেতুৰ প্ৰভাৱ, ১৮ বছৰৰ মূৰকত ৫ ৰাশিৰ সমুখত বিপদৰ পাহাৰ

মহাকাশৰ পৰা কিদৰে উভতি আহিব সুনীতা আৰু বুৎচ, নাছাৰ চাঞ্চল্যকৰ মন্তব্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন