• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অপ্ৰতিৰোধ্যঃ উত্তৰ-পূবৰ ‘বাহুবলী’ সোণোৱাল!

অপ্ৰতিৰোধ্যঃ উত্তৰ-পূবৰ ‘বাহুবলী’ সোণোৱাল!

2 years ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

55 minutes ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

1 hour ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

2 hours ago
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

2 hours ago
মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

3 hours ago
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

3 hours ago
ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

3 hours ago
কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

4 hours ago
২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুড নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুড নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

4 hours ago
এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

5 hours ago
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

5 hours ago
ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অপ্ৰতিৰোধ্যঃ উত্তৰ-পূবৰ ‘বাহুবলী’ সোণোৱাল!

বিজেপিৰ ৰাষ্ট্ৰীয় মঞ্চত দিনক দিনে বৃদ্ধি পাইছে সৰ্বানন্দ সোণোৱালৰ গুৰুত্ব

editor by editor
December 11, 2023
in অসম, উত্তৰ-পূব
0
অপ্ৰতিৰোধ্যঃ উত্তৰ-পূবৰ ‘বাহুবলী’ সোণোৱাল!
0
SHARES
164
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ বিজেপিৰ ৰাষ্ট্ৰীয় মঞ্চত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্ব দিনক দিনে বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় বিজেপিয়ে গ্ৰহণ কৰা প্ৰায় প্ৰতিটো গুৰুত্বপূৰ্ণ সিদ্ধান্ততে এতিয়া জড়িত হৈ থাকে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। বিজেপিত অতি শক্তিশালী নীতি-নিৰ্ধাৰণ কমিটীৰ পৰা আদি কৰি শেহতীয়াকৈ চত্তীশগড়ৰ মুখ্যমন্ত্ৰী নিৰ্বাচন প্ৰ্ক্ৰিয়ালৈকে সকলো গুৰুত্বপূৰ্ণ দলীয় কামতে সোণোৱালে প্ৰভূত্ব বজাই ৰাখিবলৈ সক্ষম হৈছে।

২১ত অসমত বিজেপি জয়ী হোৱাৰ পাছতে মুখ্যমন্ত্ৰীকেন্দ্ৰীক এক বিবাদ বিজেপিৰ ভিতৰচৰাতে আৰম্ভ হ’ব বুলি সকলোৱে ভাৱি আছিল। কিন্তু সকলোৰে জল্পনা-কল্পনাক যতি লগোৱাৰ পাছতেই যেন আৰম্ভ হৈছিল সোণোৱালৰ ৰাষ্ট্ৰীয় বিজেপিত প্ৰভূত্বৰ এই অপ্ৰতিৰোধ্য যাত্ৰা। বৰ্তমান নৰেন্দ্ৰ মোডী, অমিত শ্বাহৰ পৰা আদি কৰি সভাপতি জে পি নড্ডা লৈকে সকলোৰে ভৰষাৰ স্থলী হৈছে সৰ্বানন্দ সোণোৱাল। সেয়েহে ধাৰাবাহিকভাৱে ইটোৰ পাছত সিটো গুৰু দায়িত্ব অৰ্পন কৰা হৈছে সোণোৱালৰ কান্ধত।

সোণোৱালক এনে দায়িত্ব অৰ্পন কৰাৰ মাজতে চৰ্চিত হৈছে অন্য এটা বিষয়। উত্তৰ-পূব বিজেপিত সৰ্বানন্দ সোণোৱালক সৰ্বশক্তিমান নেতা হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছে ৰাষ্ট্ৰীয় বিজেপিয়ে। যাৰ বাবে উত্তৰ পূবৰ এগৰাকী প্ৰভাৱশালী নেতাৰ প্ৰভূত্ব দিনক-দিনে হ্ৰাস পাইছে। সেই নেতাগৰাকী হৈছে কিৰন ৰিজিজু। দিন যিমানেই বাঢ়িছে এফালে সোণোৱালৰ ক্ষমতা বাঢ়িছে আৰু অন্যহাতে এটা এটাকৈ ক্ষমতা হাতৰ পৰা হেৰুৱাইছে কিৰন ৰিজিজুৱে।

আইন মন্ত্ৰীৰ দৰে গধুৰ দায়িত্বৰ পৰা অপসাৰণ কৰাৰ পাছতে এতিয়া দিল্লীত একপ্ৰকাৰৰ গুৰুত্বহীন হৈ পৰিছে কিৰন ৰিজিজু। বিগত মাহ কেইটাত বিজেপিৰ শক্তিশালী নেতাগৰাকীক অসমৰ উপৰিও উত্তৰ-পূবৰ বহু সৰু-বৰ অনুষ্ঠানতহে ব্যস্ত থকা দেখা গৈছে। অৱশ্যে এটা বৰ্তমান ভূ-মন্ত্ৰালয়ৰ দৰে দপ্তৰ চম্ভালি আছে কিৰন ৰিজিজুৱে। সেয়া যি কি নহলেও, শেহতীয়াকৈ সৰ্বানন্দ সোণোৱালৰ গুৰুত্ব যিমানে বাঢ়িছে, সিমানেই এই চৰ্চাও তুংগত উঠিছে। একাংশ নেটিজেনে এই বিষয়টোক লৈ সামাজিক মাধ্যমত দীঘলীয়া লিখনী লিখাও পৰলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান
অসম

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

March 27, 2026
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ
উত্তৰ-পূব

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

March 27, 2026
ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?
অসম

ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

March 25, 2026
উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ
অসম

উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

March 25, 2026
Next Post
দুদিনীয়া প্ৰেমৰ যৱনিকা! আৰবাজক দেখি এতিয়া হাঁহিছে মলাইকাই…

দুদিনীয়া প্ৰেমৰ যৱনিকা! আৰবাজক দেখি এতিয়া হাঁহিছে মলাইকাই...

সামাজিক মাধ্যম

চৰকাৰে ব্লক কৰালে সামাজিক মাধ্যমৰ ৩৬ হাজাৰ পোষ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.