• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিবাৰে তুলা এৰি বৃশ্চিকলৈ আহিছে সূৰ্য, লাভেই লাভ এই ৫ৰাশিৰ জাতকৰ

শনিবাৰে তুলা এৰি বৃশ্চিকলৈ আহিছে সূৰ্য, লাভেই লাভ এই ৫ৰাশিৰ জাতকৰ

1 year ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

8 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

9 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

10 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

11 hours ago
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

12 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

13 hours ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

14 hours ago
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

15 hours ago
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

15 hours ago
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

16 hours ago
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

1 day ago
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিবাৰে তুলা এৰি বৃশ্চিকলৈ আহিছে সূৰ্য, লাভেই লাভ এই ৫ৰাশিৰ জাতকৰ

শনিবাৰে তুলা এৰি বৃশ্চিকলৈ আহিছে সূৰ্য, লাভেই লাভ এই ৫ৰাশিৰ জাতকৰ

editor by editor
November 16, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
শনিবাৰে তুলা এৰি বৃশ্চিকলৈ আহিছে সূৰ্য, লাভেই লাভ এই ৫ৰাশিৰ জাতকৰ
0
SHARES
994
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ১৬ নৱেম্বৰ৷ আজি চন্দ্ৰই দিনজুৰি বৃষ ৰাশিত অৱস্থান কৰিছে৷ বৈদিক পঞ্জিকা অনুসৰি আজি আঘোণ মাহৰ কৃষ্ণা প্ৰতিপদ তিথি৷ আজি পালিত হ’ব বৃশ্চিক সংক্ৰান্তি৷ আজি তুলা ৰাশি এৰি বৃশ্চিক ৰাশিত গোচৰ কৰিছে সূৰ্যই৷ আজি নিশা ১১ বাজি ৫০ মিনিট পৰ্যন্ত প্ৰতিপদ থাকিব৷ তাৰপাছতেই আৰম্ভ হ’ব কৃষ্ণা দ্বিতীয়া তিথি৷ জ্যোতিষ গণনা অনুসৰি আজি সৰ্বাৰ্থ সিদ্ধি যোগ, অমৃত সিদ্ধি যোগ আৰু গজকেশৰী যোগৰ প্ৰভাৱ আছে৷ আজি দিনজুৰি থাকিব প্ৰথমে কৃত্তিকা আৰু পাছত ৰোহিনী নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত শনিবাৰ হৈছে শনিৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি আজি কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক আজিৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মেষ ৰাশি

আজি ১৬ নৱেম্বৰ লাভজনক হ’ব মেষ ৰাশিৰ জাতকৰ৷ আজি শনিৰ কৃপাত আপোনাৰ মনৰ সকলো ভয় দূৰ হ’ব৷ আজিৰ দিনটো বিনিয়োগৰ বাবে শুভ৷ কোনো আইনী জটিলতাত যুক্ত থাকিলে আজি আপুনি ইয়াৰ পৰা মুক্তি পাব৷ ৰৈ থকা চৰকাৰী কাম আজি সম্পন্ন হ’ব৷ কাৰ্যালয়ত আপুনি নিজৰ কামৰ বাবে বছৰ প্ৰশংসা পাব৷

কৰ্কট ৰাশি

আজি গজকেশৰী যোগৰ প্ৰভাৱত কৰ্কট ৰাশিৰ জাতকৰ বাবে বিশেষ দিন হ’ব৷ আজি আপোনাৰ স্বাস্থ্য ভাল থাকিব৷ কেৰিয়াৰত নতুন কোনো সাফল্য অৰ্জন কৰিব৷ আজি কোনো প্ৰিয় মানুহৰ সৈতে আপোনাৰ দেখা হ’ব পাৰে৷ নতুন সম্পৰ্কত আজি সোমাই পৰিব পাৰে কৰ্কট ৰাশিৰ জাতকে৷ ব্যৱসায়ীয়ে আজি অতিৰিক্ত কোনো মুনাফা অৰ্জন কৰিব পাৰে৷ নিজৰ লক্ষ্য পূৰণ কৰিব পাৰে৷

কন্যা ৰাশি

আজি ১৬ নৱেম্বৰত পজিটিভ পৰিবৰ্তন আহিব কন্যা ৰাশিৰ জাতকৰ জীৱনত৷ আজি আপুনি অতিৰিক্ত অৰ্থ উপাৰ্জন কৰাৰ সুযোগ পাব৷ ইয়াৰোপৰি পাবলগীয়া ধন লাভ কৰিব৷ নিজৰ বেংক বেলেন্স বহুপৰিমানে বাঢ়িব কন্যা ৰাশিৰ জাতকৰ৷ ঘৰৰ সদস্যসকলৰ সৈতে সু সম্পৰ্ক থাকিব৷ আজি গ্ৰহৰাজৰ আশীৰ্বাদ থাকিব আপোনাৰ ওপৰত৷

মকৰ ৰাশি

আজি নিজৰ কেৰিয়াৰৰ পথত বহু উন্নতি কৰিব মকৰ ৰাশিৰ জাতকে৷ আজি গ্ৰহৰাজৰ আশীৰ্বাদত আপুনি অতিৰিক্ত ধন উপাৰ্জন কৰিব পাৰিব৷ ব্যৱসায়ত কোনো নতুন সমস্যা থাকিলে আজি সমাধান পাব৷ বন্ধুৰ সৈতে কোনো নতুন পৰিকল্পনাৰ ওপৰত আপুনি কাম কৰিব পাৰে৷ সৰ্বাৰ্থ সিদ্ধি যোগৰ প্ৰভাৱত আজি সম্পত্তি ক্ৰয় কৰিব পাৰে মকৰ ৰাশিৰ জাতকে৷

মীন ৰাশি

আজি দিনটো শুভ যোগৰ প্ৰভাৱত মঙ্গলময় দিন হ’ব মীন ৰাশিৰ জাতকৰ৷ ভাগ্যৰ সহায় লাভ কৰিব৷ আজি অতিৰিক্ত অৰ্থ উপাৰ্জন কৰিব পাৰে৷ ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়াশুনাত মনোযোগ বাঢ়িব৷ আজি আত্মবিশ্বাসেৰে তুংগত থাকিব মীন ৰাশিৰ জাতক৷ প্ৰেমিক প্ৰেমিকাৰ মাজত সম্পৰ্কৰ উন্নতি হ’ব৷ কেৰিয়াৰত উন্নতি কৰাৰ সুযোগ পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
জীৱনশৈলী

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

January 29, 2026
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য
জীৱনশৈলী

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

January 29, 2026
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য
জীৱনশৈলী

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

January 29, 2026
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?
জীৱনশৈলী

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

January 29, 2026
Next Post
গোপনেই দ্বিতীয় সন্তানৰ পিতৃ হ’ল ৰোহিত! ৰোহিত শৰ্মাই কিয় গোপনে ৰাখিছে দ্বিতীয়বাৰ পিতৃ হোৱাৰ খবৰ?

গোপনেই দ্বিতীয় সন্তানৰ পিতৃ হ’ল ৰোহিত! ৰোহিত শৰ্মাই কিয় গোপনে ৰাখিছে দ্বিতীয়বাৰ পিতৃ হোৱাৰ খবৰ?

নতুন সপ্তাহত গৌৰী যোগ, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জাতকৰ

নতুন সপ্তাহত গৌৰী যোগ, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.