• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পূৰ্বাভাদ্ৰপদ নক্ষত্ৰৰ প্ৰথম পৰ্যায়ত আহি বক্ৰী হ’ব শনি, বেংক বেলেন্স বাঢ়িব কুম্ভসহ এই ৫ৰাশিৰ

পূৰ্বাভাদ্ৰপদ নক্ষত্ৰৰ প্ৰথম পৰ্যায়ত আহি বক্ৰী হ’ব শনি, বেংক বেলেন্স বাঢ়িব কুম্ভসহ এই ৫ৰাশিৰ

2 years ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

6 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

8 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

9 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

9 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

10 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

11 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

11 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

11 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

13 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

13 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

1 day ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পূৰ্বাভাদ্ৰপদ নক্ষত্ৰৰ প্ৰথম পৰ্যায়ত আহি বক্ৰী হ’ব শনি, বেংক বেলেন্স বাঢ়িব কুম্ভসহ এই ৫ৰাশিৰ

পূৰ্বাভাদ্ৰপদ নক্ষত্ৰৰ প্ৰথম পৰ্যায়ত আহি বক্ৰী হ’ব শনি, বেংক বেলেন্স বাঢ়িব কুম্ভসহ এই ৫ৰাশিৰ

editor by editor
June 30, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
পূৰ্বাভাদ্ৰপদ নক্ষত্ৰৰ প্ৰথম পৰ্যায়ত আহি বক্ৰী হ’ব শনি, বেংক বেলেন্স বাঢ়িব কুম্ভসহ এই ৫ৰাশিৰ
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমস্ত গ্ৰহই নিৰ্দিষ্ট সময়ৰ অন্তৰালত ৰাশি পৰিবৰ্তনৰ ওপৰিও নক্ষত্ৰ পৰিবৰ্তন কৰি থাকে৷ বৰ্তমান শনিয়ে পূৰ্বাভাদ্ৰপদ নক্ষত্ৰৰ দ্বিতীয় পৰ্যায়ত বিচৰণ কৰিছে৷ এই নক্ষত্ৰৰ অধিপতি হৈছে বৃহস্পতি৷ আগষ্ট মাহত শনি বক্ৰী গতিত থাকি পূৰ্বাভাদ্ৰপদ নক্ষত্ৰৰ প্ৰথম পৰ্যায়ত প্ৰৱেশ কৰিব৷ শনিৰ গতি কেইটামান ৰাশিৰ বাবে শুভ৷ শনিৰ গতিৰ ফলতেই কেইটামান ৰাশিৰ জাতকলৈ ভাল খবৰ আহিব৷ জীৱনত সুখ-সমৃদ্ধি আহিব৷ ১৮ আগষ্টত বক্ৰী শনিয়ে বৃহস্পতিৰ নক্ষত্ৰ পূৰ্বাভাদ্ৰপদত প্ৰৱেশ কৰিব৷ শনিৰ নক্ষত্ৰ পৰিবৰ্তনৰ ফলত কোন কোন ৰাশিৰ জাতকৰ ভাগ্য চমকি উঠিব জানক সবিশেষ৷

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকে শনিৰ নক্ষত্ৰ গোচৰৰ কাৰণে শুভ ফল পাব৷ কেৰিয়াৰ আৰু ব্যৱসায়ত লাভ অৰ্জন কৰা সম্ভৱ৷ চাকৰিয়াল জাতকে নিজৰ কামৰ বাবে প্ৰশংসা লাভ কৰিব৷ পদোন্নতি সম্ভৱ৷ ভাগ্যৰ সংগ পাব এই ৰাশিৰ জাতকে৷ ধনধ্যান বৃদ্ধি পাব৷ ৰৈ থকা কাম সম্পন্ন হ’ব৷ সুখ বৃদ্ধি আৰু বিদেশৰ পৰা ধন অহাৰ সম্ভাৱনা আছে৷

সিংহ ৰাশি

পূৰ্বাভাদ্ৰপদ নক্ষত্ৰৰ প্ৰথম পৰ্যায়ত শনিৰ প্ৰৱেশ সিংহ ৰাশিৰ জাতকৰ বাবে আশীৰ্বাদতকৈ কম নহয়৷ অংশীদাৰীৰ ব্যৱসায়ত লাভ হ’ব৷ আয়ৰ নতুন উৎস মুকলি হ’ব৷ আকস্মিক ধনলাভ সম্ভৱ৷ দাম্পত্য জীৱনত সমস্যাৰ সমাধান হ’ব৷ চাকৰিয়াল জাতকৰ লাভ হ’ব৷ কৰ্মক্ষেত্ৰত সমস্যাৰ সমাধান হ’ব৷ ইয়াৰোপৰি নতুন চাকৰি লাভ কৰিব পাৰে৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকৰ বাবে এই নক্ষত্ৰ পৰিবৰ্তন লাভজনক প্ৰমাণিত হ’ব৷ ৰৈ থকা কামৰ গতি বাঢ়িব৷ ধন-সম্পত্তি বৃদ্ধিৰ প্ৰৱল সম্ভাৱনা আছে৷ মাতৃৰ স্বাস্থ্য পূৰ্বতকৈ উন্নত হ’ব৷ ব্যৱসায়ীসকলৰ বাবে এই সময় অত্যন্ত শুভ৷ ব্যৱসায় সম্প্ৰসাৰণৰ সম্ভাৱনা আছে৷ ব্যৱসায়ত মুনাফা অৰ্জন কৰিব পাৰে৷

বৃশ্চিক ৰাশি

শনিৰ নক্ষত্ৰ পৰিবৰ্তনৰ ফলত বৃশ্চিক ৰাশিৰ জাতকৰ লাভ হ’ব৷ আইনী গোচৰত জয়ী হ’ব এই ৰাশিৰ জাতক৷ ব্যৱসায়ীসকলে শুভ সংবাদ পাব৷ অতীত কৰা কোনো কামৰ পৰা অৰ্থ আহিব৷ অৰ্থাভাৱ দূৰ হ’ব৷ কামৰ কাৰণে যাত্ৰা কৰিব পাৰে এই ৰাশিৰ জাতকে৷ স্ব্যস্থ্যৰ যত্ন লওক৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ বাবে শনিৰ ৰাশি পৰিবৰ্তন অত্যন্ত শুভ ফলদায়ী৷ পৰিয়ালৰ বয়স্কসকলৰ আশীৰ্বাদ লাভ কৰিব এই ৰাশিৰ জাতকে৷ পৰিয়ালৰ বয়স্কৰসকলৰ আশীৰ্বাগ লাভ কৰিব এই ৰাশিৰ জাতকে৷ শনিৰ আশীৰ্বাদত সমাজত পদ-প্ৰতিষ্ঠা বৃদ্ধি পাব৷ ব্যৱসায়িক দিশত লাভাম্বিত হ’ব৷ কোনো আৰ্থিক সমস্যা থাকিলে দূৰ হ’ব৷ বেংক বেলেন্স বাঢ়িব৷ পাবলগীয়া ধন লাভ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা
জীৱনশৈলী

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

March 13, 2026
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

March 13, 2026
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
Next Post
শীঘ্ৰেই কোচ হিচাপে গম্ভীৰৰ নাম ঘোষণা কৰিব BCCIয়ে? বিশ্বকাপ জয়ৰ পাছতেই কি কৈছে BCCI য়ে?

শীঘ্ৰেই কোচ হিচাপে গম্ভীৰৰ নাম ঘোষণা কৰিব BCCIয়ে? বিশ্বকাপ জয়ৰ পাছতেই কি কৈছে BCCI য়ে?

আহাৰ কৃষ্ণা দশমীত সুকৰ্ম যোগ, মাহৰ প্রথম দিনাই ভাগ্যই লগ দিব মেষ, কুম্ভকে ধৰি এই ৫ ৰাশিক

আহাৰ কৃষ্ণা দশমীত সুকৰ্ম যোগ, মাহৰ প্রথম দিনাই ভাগ্যই লগ দিব মেষ, কুম্ভকে ধৰি এই ৫ ৰাশিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.