• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ এই সময়ত বন্ধ থাকিব SBIৰ সকলো ডিজিটেল পৰিসেৱা, ধনৰ লেনদেন থাকিলে আগতীয়াকৈয়ে কৰি থওক, এই সময়ত নহ’ব লেনদেন

3 months ago
বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ

43 minutes ago
বুধাদিত্য ৰাজযোগত বছৰৰ আৰম্ভণিতেই ঘূৰিব ভাগ্যৰ চকা, আগন্তুক সপ্তাহ কাৰ কাৰ বাবে শুভ হ’ব?

1 hour ago
এবাৰ বিনিয়োগ কৰক, সুদ হিচাপেই লাভ কৰিব ৪.৫ লাখ টকা! ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

19 hours ago
জুবিন গাৰ্গে জীৱিত কালত তেওঁৰ সৃষ্টিক মনত ৰাখিলে ভালপাম কৈছিল, সেইবাবেই পৰিয়ালে ল’লে আন এক মহান সিদ্ধান্ত

21 hours ago
জুবিন গাৰ্গৰ খাৰঘূলিৰ ঘৰ ৰাইজৰ বাবে উৎসৰ্গা গৰিমা শইকীয়া গাৰ্গৰ, এতিয়া থকা ফ্লেটতেই জীৱনটো কটোৱাৰ সিদ্ধান্ত গৰিমা গাৰ্গৰ

শনি-বৃহস্পতিৰ বিৰল সন্ধি, বছৰজুৰি ধনসুখ, ভৰপুৰ ৰোমান্সেৰে পৰিপূৰ্ণ হৈ থাকিব এই ৪ৰাশিৰ জাতক

কলষ্টেৰল বাঢ়িছে? শিৰাসমূহত জমা হৈ থকা বেয়া কলষ্টেৰল দূৰ কৰিবলৈ প্ৰতিদিনে খাদ্যভাষত ৰাখক এইকেইবিধ পাচলি

22 hours ago
গুৰু-মঙ্গলৰ ৰাজযোগ! ১০ জানুৱাৰীৰ পৰা এই ৫ৰাশিৰ চকুত লগা উন্নতি দেখা পাব

23 hours ago
মোল্লাতন্ত্ৰ নিপাতৰ দাবীত ইৰান জ্ব***লিছে! খামেনেই চৰকাৰৰ প্ৰতিৰক্ষাবাহিনীৰ হাতত নিহ**ত ৭গৰাকীকৈ লোক

24 hours ago
পূৰ্বাষাঢ়া নক্ষত্ৰত গোচৰ কৰিছে শুক্ৰই, এই ৪ৰাশিৰ জীৱনত আৰম্ভ হ’ল ৰাজসুখ

1 day ago
ঔষধৰ দোকান খুলিবলৈ আগ্ৰহী নেকি? কি ডিগ্ৰী থাকিব লাগিব? খৰচ কিমান হ’ব?

মকৰ সংক্ৰান্তিতেই মঙ্গলে সলনি কৰিব স্থান, এই ৪ ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ এই সময়ত বন্ধ থাকিব SBIৰ সকলো ডিজিটেল পৰিসেৱা, ধনৰ লেনদেন থাকিলে আগতীয়াকৈয়ে কৰি থওক, এই সময়ত নহ’ব লেনদেন

কাইলৈ এই সময়ত বন্ধ থাকিব SBIৰ সকলো ডিজিটেল পৰিসেৱা, ধনৰ লেনদেন থাকিলে আগতীয়াকৈয়ে কৰি থওক, এই সময়ত নহ’ব লেনদেন

editor by editor
October 10, 2025
in জীৱনশৈলী, প্ৰযুক্তি, বিবিধ, ভাৰত
0
কাইলৈ এই সময়ত বন্ধ থাকিব SBIৰ সকলো ডিজিটেল পৰিসেৱা, ধনৰ লেনদেন থাকিলে আগতীয়াকৈয়ে কৰি থওক, এই সময়ত নহ’ব লেনদেন
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ষ্টেট বেংক অফ ইণ্ডিয়াই শুকুৰবাৰে জনাইছে যে নিৰ্ধাৰিত ৰক্ষণাবেক্ষণৰ কামৰ বাবে ১১ অক্টোবৰৰ মাজনিশাৰ পাছত কেইবাটাও ডিজিটেল পৰিসেৱা কিছু সময়ৰ বাবে বন্ধ হৈ পৰিব৷ ইয়াৰ ফলত এছ বি আইৰ ইউ পি আই পৰিসেৱা এক ঘণ্টা ধৰি অচল হৈ থাকিব৷ বেংকৰ এই বিজ্ঞাপ্তি অনুসৰি নিশা যিসকলে দেৰীকৈ অনলাইন লেনদেন কৰিব খোজে তেন্তে সাময়িক অসুবিধা তেওঁলোকে পাব পাৰে৷ সেয়ে আগতীয়াকৈয়ে গ্ৰাহকক বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে৷

কি কি পৰিসেৱা বন্ধ থাকিব?

এছ বি আইয়ে জনাইছে যে নিৰ্ধাৰিত সময়ত SBI UPI, IMPS, YONO, Internet Banking, NEFT আৰু RTGS এই পৰিসেৱাসমূহ বন্ধ থাকিব৷ অৰ্থাৎ মোবাইল বা অনলাইন বেংকিঙৰ মাধ্যমেৰে কোনো ধৰণৰ লেনদেন কৰিব নোৱাৰিব৷

SBIৰ বিজ্ঞাপ্তি অনুসৰি ১১ অক্টোবৰৰ নিশা ১ বাজি ১০ মিনিটৰ পৰা ২ বাজি ১০ মিনিট পৰ্যন্ত এই ৰক্ষণাবেক্ষণ কাৰ্যক্ৰম চলিব৷ অৰ্থাৎ মুঠ এঘণ্টা বেংকৰ এই ডিজিটেল পৰিসেৱাসমূহ অনুপলব্ধ থাকিব৷ নিশা ২ বাজি ১০ মিনিটৰ পাছত আকৌ পৰিসেৱাসমূহ স্বাভাৱিক হৈ যাব বুলি জনাইছে বেংক কৰ্তৃপক্ষই৷

SBIৰ গ্ৰাহকসকলক পৰামৰ্শ দিয়া হৈছে যে এই সময়ৰ ভিতৰত জৰুৰী লেনদেন কৰাৰ পৰিকল্পনা থাকিলে বিকল্প ব্যৱস্থা গ্ৰহণ কৰক৷

  • UPI Lite পৰিসেৱা এই সময়ত চলি থাকিব, সেয়া ব্যৱহাৰ কৰিব পাৰে৷
  • ATM পৰিসেৱা ব্যৱহাৰ কৰি নগদ অৰ্থ তুলিব পাৰে বা স্থানান্তৰ কৰিব পাৰে৷
  • জৰুৰী প্ৰয়োজনত অন্য বেংকৰ একাউণ্ট ব্যৱহাৰ কৰিব পাৰে৷
  • নগদ অৰ্থ লগত ৰখাৰো পৰামৰ্শ দিয়া হৈছে, যাতে হঠাৎ প্ৰয়োজন হলে কোনো অসুবিধাই দেখা নিদিয়ে৷
উল্লেখ্য যে ইয়াৰ পূৰ্বে ৮ অক্টোবৰ তাৰিখে এছ বি আই, ইউ পি আই পৰিসেৱাত ব্যাপক সমস্যাই দেখা দিছিল৷ বহু ব্যৱহাৰকাৰীয়ে অভিযোগ কৰিছিল যে লেনদেন ব্যৰ্থ হৈছে৷ সেইদিনা সন্ধিয়া ৭ বাজি ৪৫মিনিটৰ পাছত বেংকক জনাই যে সমস্যাৰ সমাধান হৈছে আৰু ইউপিআইৰ স্বাভাৱিক অৱস্থা ঘূৰি আহিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ
ক্ৰীড়া

January 3, 2026
বুধাদিত্য ৰাজযোগত বছৰৰ আৰম্ভণিতেই ঘূৰিব ভাগ্যৰ চকা, আগন্তুক সপ্তাহ কাৰ কাৰ বাবে শুভ হ’ব?
জীৱনশৈলী

বুধাদিত্য ৰাজযোগত বছৰৰ আৰম্ভণিতেই ঘূৰিব ভাগ্যৰ চকা, আগন্তুক সপ্তাহ কাৰ কাৰ বাবে শুভ হ’ব?

January 3, 2026
এবাৰ বিনিয়োগ কৰক, সুদ হিচাপেই লাভ কৰিব ৪.৫ লাখ টকা! ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

এবাৰ বিনিয়োগ কৰক, সুদ হিচাপেই লাভ কৰিব ৪.৫ লাখ টকা! ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

January 2, 2026
জুবিন গাৰ্গে জীৱিত কালত তেওঁৰ সৃষ্টিক মনত ৰাখিলে ভালপাম কৈছিল, সেইবাবেই পৰিয়ালে ল’লে আন এক মহান সিদ্ধান্ত
জীৱনশৈলী

জুবিন গাৰ্গে জীৱিত কালত তেওঁৰ সৃষ্টিক মনত ৰাখিলে ভালপাম কৈছিল, সেইবাবেই পৰিয়ালে ল’লে আন এক মহান সিদ্ধান্ত

January 2, 2026
Next Post
প্ৰতিদিনে মাত্ৰ ২৫ টকাকৈ জমা কৰিলে ৰিটাৰ্ণ পাব ২০ লাখ! জানক LICৰ এই সমৃদ্ধ প্ৰকল্প কি

PPFত প্ৰতিমাহে ২০০০ টকাকৈ জমা কৰিলে ১৫ বছৰৰ পাছত ৰিটাৰ্ণ কিমান পাব? জানি থওক হিচাপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন