• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

4 weeks ago
Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

31 minutes ago
Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

2 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

ভাগ্যৰ চকা ঘূৰিব, কাইলৈ ৫ ৰাশিয়ে পাব নতুন দায়িত্ব!

2 hours ago
PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

3 hours ago
PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?

PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?

4 hours ago
পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

4 hours ago
জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

5 hours ago
যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ

যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ

6 hours ago
শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?

শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?

6 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

6 hours ago
প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

7 hours ago
১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

মনোৰঞ্জন জগতৰ পৰা আহিছে আন এক দুঃখবৰ।

editor by editor
August 19, 2026
in বিনোদন, বিবিধ, লেখা, সংগীত
0
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মনোৰঞ্জন জগতৰ পৰা পুনৰ আহিছে বেয়া খবৰ। এসময়ত নিজৰ সংগীতেৰে অনুৰাগীৰ হৃদয় জয় কৰি নিজৰ নাম প্ৰতিষ্ঠা কৰা এজন প্ৰবীণ শিল্পীৰ ভয়ংকৰ মৃত্যু। অকলশৰীয়া আৰু বেদনাদায়ক জীৱনৰ এনেকৈ অন্ত পৰিব বুলি কোনেও কল্পনা কৰিব পৰা নাছিল।

শেহতীয়াকৈ এগৰাকী প্ৰবীণ তথা প্ৰখ্যাত কণ্ঠশিল্পীৰ মৃত্যুত মনোৰঞ্জন জগতখনৰ ওপৰত শোকৰ ছাঁ পৰিছে। পাঁচ দিন ধৰি ভাড়াঘৰত মৃতদেহ পচি গৈছিল। ঘৰৰ বাহিৰত দুৰ্গন্ধ বিয়পি পৰাত চুবুৰীয়াই আৰক্ষীক খবৰ দিয়ে আৰু প্ৰৱেশৰ বাবে তলা ভাঙি যায়। সেই অৱস্থাত গায়কজনক দেখি সকলোৱে আচৰিত হৈ পৰে।

দিল্লীৰ গোবিন্দপুৰী এক্সটেনচন এলেকাৰ এটা সৰু ভাড়াঘৰত এক অকলশৰীয়া জীৱন যাপন কৰি আছিল প্ৰবীণ তথা প্ৰখ্যাত সংগীতজ্ঞ ৰবি দে। যোৱা কেইদিনমানৰ পৰা তেওঁৰ ঘৰৰ দুৱাৰ বন্ধ আছিল যদিও ওচৰ-চুবুৰীয়াই ভাবিছিল যে তেওঁ সদায়ৰ দৰে ঘৰৰ ভিতৰতে আছে।

সেই ঘৰটোৰ পৰা এটা প্ৰচণ্ড দুৰ্গন্ধ ওলাই আহে। চুবুৰীয়াই কিবা সন্দেহ কৰি লগে লগে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে খৰধৰকৈ সেই স্থানত উপস্থিত হৈ ঘৰৰ তলা ভাঙি গায়ক ৰবি দেৰ পচি যোৱা মৃতদেহটো মাটিত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে। পাঁচ দিন ঘৰত পৰি থকাৰ পিছত গায়কজনৰ শৰীৰটো সম্পূৰ্ণৰূপে পচি যোৱাৰ লগতে পোক-পৰুৱাৰে আগুৰি ধৰিছিল।

আৰক্ষীয়ে যেতিয়া ৰবি দেৰ মৃত্যুৰ বিষয়ে সন্তানক অৱগত কৰে তেতিয়া তেওঁলোকে মৃতদেহ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে, তেওঁৰ সৈতে কোনো ধৰণৰ যোগাযোগ নাই। সন্তানৰ উত্তৰ শুনি আৰক্ষী বিষয়াসকল হতভম্ব হৈ পৰে। অৱশেষত পুলিচৰ কথা আৰু আইনী যুক্তিৰ অন্তত ল’ৰা-ছোৱালীবোৰে তালৈ আহিবলৈ মান্তি হ’ল। ১৬ আগষ্টত মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিছত আৰক্ষীয়ে মৃতদেহ সন্তানক গতাই দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!
বাণিজ্য

Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

September 17, 2026
Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!
বাণিজ্য

Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

September 17, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

ভাগ্যৰ চকা ঘূৰিব, কাইলৈ ৫ ৰাশিয়ে পাব নতুন দায়িত্ব!

September 17, 2026
PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!
বাণিজ্য

PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

September 17, 2026
Next Post
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.