• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুম্বাই এৰাৰ পূৰ্বে শ্বাহৰুখৰ মন্নতত হঠাৎ বেকহাম, গোপনেই বাদশ্বাহৰ সৈতে কি পাৰ্টী কৰিলে বেকহামে?

মুম্বাই এৰাৰ পূৰ্বে শ্বাহৰুখৰ মন্নতত হঠাৎ বেকহাম, গোপনেই বাদশ্বাহৰ সৈতে কি পাৰ্টী কৰিলে বেকহামে?

3 years ago
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

25 minutes ago
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

2 hours ago
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

3 hours ago
যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

4 hours ago
গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

4 hours ago
ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

5 hours ago
৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

5 hours ago
আপোনাৰ দিনটো আজি কেনে যাব?

আপোনাৰ দিনটো আজি কেনে যাব?

6 hours ago
সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

18 hours ago
ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

19 hours ago
হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

20 hours ago
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

মুম্বাই এৰাৰ পূৰ্বে শ্বাহৰুখৰ মন্নতত হঠাৎ বেকহাম, গোপনেই বাদশ্বাহৰ সৈতে কি পাৰ্টী কৰিলে বেকহামে?

editor by editor
November 17, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
মুম্বাই এৰাৰ পূৰ্বে শ্বাহৰুখৰ মন্নতত হঠাৎ বেকহাম, গোপনেই বাদশ্বাহৰ সৈতে কি পাৰ্টী কৰিলে বেকহামে?
0
SHARES
626
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ইংলেণ্ডৰ ফুটবল তাৰকা ডেভিড বেকহামৰ ভাৰত ভ্ৰমণক লৈ বলীউড তাৰকাসকলৰ উন্মাদনাৰ অন্ত নাই। বেকহাম ইউনিছেফৰ প্ৰচাৰক হৈ ভাৰতলৈ আহিছে। গুজৰাটত ইউনিছেফৰ কামৰ বাবে মুম্বাইত ভৰি দিছে বেকহেমে। সেই দিনাই ভাৰত বনাম নিউজিলেণ্ডৰ মেচো উপভোগ কৰিছে বেকহেমে। ৱানখেড়ে ষ্টেডিয়ামত বহি মেচ উপভোগ কৰাৰ পাচতেই বলীউডৰ নৈশ পাৰ্টীত ভাগ লৈছে বেকহামে।

মুম্বাইত নিজৰ ঘৰত ফুটবল তাৰকা বেকহামৰ বাবেই পাৰ্টীৰ আয়োজন কৰিছে বলীউড অভিনেত্ৰী চনম কাপূৰ আৰু উদ্যোগী স্বামী আনন্দ আহুজাই। পাৰ্টীত ভীৰ কৰিছিল বলীউডৰ একাধিক তাৰকাই। সেই তালিকাত আছিল অৰ্জূন কাপূৰ, মালাইকা আৰোৰা, কৰিশ্মা কাপূৰৰ দৰে তাৰকাই। পাৰ্টী আৰম্ভ হোৱাৰ পূৰ্বে তেঁওলোকৰ ঘৰলৈ বেকহামক স্বাগত জনাই আনন্দ আহুজা আৰু চনম কাপূৰে। কেৱল আনন্দৰ ঘৰতেই নহয়, মুম্বাইত কেইবাজনো তাৰকাৰ ঘৰলৈ তেওঁক নিমন্ত্ৰণো জনোৱা হৈছে। চনম কাপূৰৰ ঘৰত পাৰ্টী কৰাৰ পাছত মুম্বাইৰ মন্নতত দেখা গৈছে বেকহামক। শুকুৰবাৰে অৰ্থাৎ আজি বেকহাম উভতিছে।

বেকহামে উভতি যোৱাৰ পূৰ্বে বৃহস্পতিবাৰে নিশা মন্নতত সোমাই ফুটবল তাৰকা বেকহাম। শ্বাহৰুখ খানে পৃথকে নিজৰ ঘৰলৈ আমন্ত্ৰণ জনাই বেকহামক। ফুটবল তাৰকাৰ বাবে ঘৰত বিশেষ পাৰ্টীৰ বন্দোবস্ত কৰিছে বাদশ্বাহে। বাদশ্বাহে আয়োজন কৰা পাৰ্টীত কোন কোন অতিথি উপস্থিত হৈছিল সেই কথা অৱশ্যে কোনেও নাজানে। চনম-আনন্দৰ ঘৰৰ পাৰ্টীৰ ভিজুৱেল কিন্তু সমগ্ৰতে ভাইৰেল হৈ পৰিছে। ফুটবল তাৰকাৰ সৈতে পানীয়ৰ গ্লাছ হাতত লোৱাৰ ওপৰিও বিভিন্ন চেলিব্ৰিটিৰ সৈতে ফটোও তুলিছে বেকহামে। ইয়াৰোপৰি মুম্বাইস্থিত অফিচত ছাৰা আলী খানৰ সৈতে দেখা গৈছে ফুটবল তাৰকা বেকহামক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 
বিনোদন

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

June 26, 2026
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ
বিশ্ব

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

June 26, 2026
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ
বিশ্ব

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

June 26, 2026
যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ
জীৱনশৈলী

যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

June 26, 2026
Next Post
PhonePe, Google Pay, Paytmৰ লেনদেন বন্ধ হ’ব পাৰে আপোনাৰো! এবছৰৰ সময়সীমা বান্ধি দিলে কেন্দ্ৰীয় চৰকাৰে

PhonePe, Google Pay, Paytmৰ লেনদেন বন্ধ হ’ব পাৰে আপোনাৰো! এবছৰৰ সময়সীমা বান্ধি দিলে কেন্দ্ৰীয় চৰকাৰে

খালী ভৰিৰেই এদিন বিশ্বক চমক দিছিল ভাৰতীয় ফুটবল দলে, এইবাৰ ফিফাত ভাৰতীয়ই সমৰ্থনৰ বাবে অন্য দেশক বাছনি নকৰিলেও হ’ব!

খালী ভৰিৰেই এদিন বিশ্বক চমক দিছিল ভাৰতীয় ফুটবল দলে, এইবাৰ ফিফাত ভাৰতীয়ই সমৰ্থনৰ বাবে অন্য দেশক বাছনি নকৰিলেও হ’ব!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.