• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এবছৰ পাছত নিজৰ ৰাশি তুলালৈ উভতি আহিব শুক্ৰ, সোণৰ দৰে ভাগ্য উজলিব এই ৫ৰাশিৰ জাতকৰ

এবছৰ পাছত নিজৰ ৰাশি তুলালৈ উভতি আহিব শুক্ৰ, সোণৰ দৰে ভাগ্য উজলিব এই ৫ৰাশিৰ জাতকৰ

2 years ago
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

4 minutes ago
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

53 minutes ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

1 hour ago
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

2 hours ago
মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

2 hours ago
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

3 hours ago
বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

3 hours ago
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

5 hours ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

5 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

6 hours ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

6 hours ago
অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এবছৰ পাছত নিজৰ ৰাশি তুলালৈ উভতি আহিব শুক্ৰ, সোণৰ দৰে ভাগ্য উজলিব এই ৫ৰাশিৰ জাতকৰ

এবছৰ পাছত নিজৰ ৰাশি তুলালৈ উভতি আহিব শুক্ৰ, সোণৰ দৰে ভাগ্য উজলিব এই ৫ৰাশিৰ জাতকৰ

editor by editor
August 23, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
এবছৰ পাছত নিজৰ ৰাশি তুলালৈ উভতি আহিব শুক্ৰ, সোণৰ দৰে ভাগ্য উজলিব এই ৫ৰাশিৰ জাতকৰ
0
SHARES
624
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক ১৮ ছেপ্টেম্বৰত এবছৰ পাছত তুলা ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই৷ শুক্ৰ হৈছে তুলা ৰাশিৰ অধিপতি গ্ৰহ৷ এবছৰ পাছত স্বৰাশি তুলাত গোচৰ কৰাৰ ফলত শক্তি বাঢ়িব শুক্ৰৰ৷ তুলা ৰাশিত শুক্ৰৰ গোচৰৰ ফলত গঠিত হ’ব মালব্য ৰাজযোগ৷ এই যোগৰ শুভ প্ৰভাৱ লক্ষ্য কৰা যাব ৫ৰাশিৰ জাতকৰ ওপৰত৷ ১৮ ছেপ্টেম্বৰৰ পৰা এই পাঁচ ৰাশিৰ জাতকৰ পেছাগত জীৱনত প্ৰচুৰ সাফল্য লাভ কৰিব৷ যি কামত হাত দিব তাতেই সফলতা পাব৷ প্ৰচুৰ অৰ্থ উপাৰ্জন কৰাৰ সুযোগ পাব এওঁলোকে৷ জানি থওক শুক্ৰৰ তুলাত গোচৰৰ ফলত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?

মেষ ৰাশি

শুক্ৰৰ গোচৰৰ ফলত কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব মেষ ৰাশিৰ জাতকে৷ কাৰ্যালয়ত জ্যেষ্ঠসকলৰ সৈতে আপোনাৰ সু সম্পৰ্ক গঢ়ি উঠিব৷ যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকে এই সময়ত চকুতলগা সফলতা পাব৷ কোনো বৃহৎ ব্যৱসায়িক চুক্তি সাক্ষৰ কৰিব পাৰে৷ ইয়াৰ ফলত ভৱিষ্যতে আপুনি প্ৰচুৰ লাভ কৰিব পাৰিব৷ শুক্ৰৰ প্ৰভাৱত দাম্পত্য জীৱনত সুখ থাকিব মেষ ৰাশিৰ জাতকৰ৷

বৃষ ৰাশি

শুক্ৰৰ গোচৰে বৃষ ৰাশিৰ জাতকৰ আৰ্থিক অৱস্থাৰ উন্নতি ঘটাব৷ যি পাবৰ বাবে আপুনি ইমান দিনে চেষ্টা কৰি আছিল সেয়া লাভ কৰিব৷ চাকৰিয়ালৰ দৰমহা বৃদ্ধি পাব পাৰে৷ প্ৰিয় মানুহৰ পৰা কোনো দামী উপহাৰ পাব পাৰে৷ নিজৰ বেংক বেলেন্স বহু পৰিমানে বৃদ্ধি পাব বৃষ ৰাশিৰ জাতকৰ৷

কৰ্কট ৰাশি

তুলা ৰাশিত শুক্ৰৰ গোচৰৰ ফলত যি মালব্য ৰাজযোগ গঠিত হ’ব তাৰ পৰা ভাল লাভ অৰ্জন কৰিব কৰ্কট ৰাশিৰ জাতকে৷ এই সময়ত আপুনি নিজৰ ঘৰ খুব সুন্দৰকৈ সজাব পাৰে৷ আপোনাৰ গৃহসজ্জা দেখিলে বহুতেই আপোনাৰ প্ৰশংসা কৰিব৷ ইয়াৰ ফলত আপোনাৰ মনত আনন্দ থাকিব৷ আপুনি যি আশা কৰিছিল ব্যৱসায়ত তাৰ পৰা বেছি লাভ কৰিব পাৰিব৷ কাৰ্যালয়ত প্ৰমোছন পাব পাৰে৷

তুলা ৰাশি

আগন্তুক ১৮ ছেপ্টেম্বৰত তুলা ৰাশিত গোচৰ কৰিব শুক্ৰই৷ ইয়াৰ ফলত এই সময়ত সোণৰ দৰে জিলিকি উঠিব আপোনাৰ ভাগ্য৷ আৰ্থিক পৰিস্থিতি উন্নত হ’ব৷ নানান দিশৰ পৰা উপাৰ্জন কৰিব পাৰিব৷ এই সময়ত পূৰ্বতকৈ বেছি টকা সঞ্চয় কৰিব পাৰিব তুলা ৰাশিৰ জাতকে৷ ব্যক্তিগত আৰু পেছাগত জীৱনত বহু পজিটিভ পৰিবৰ্তন আহিব পাৰে৷ ধন বিনিয়োগ কৰিলে ভৱিষ্যতে তাৰ পৰা ভাল ৰিটাৰ্ণ পাব পাৰে৷

মকৰ ৰাশি​

শুক্ৰৰ স্থান পৰিবৰ্তন আশীৰ্বাদৰ দৰে মকৰ ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপোনাৰ সামাজিক সন্মান বৃদ্ধি পাব৷ অন্য চাকৰিৰ বাবে চেষ্টা কৰিলে বৃহৎ কোনো কোম্পানীৰ মালিকৰ পৰা চাকৰিৰ প্ৰস্তাৱ আহিব পাৰে৷ সম্পত্তিগত সমস্যা দূৰ হ’ব৷ আদালতত গোচৰ চলি থাকিলে ৰায় আপোনাৰ পক্ষত আহিব৷ মকৰ ৰাশিৰ জাতকে এই সময়ত যি কামতেই হাত দিব তাতেই সফলতা পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ
জীৱনশৈলী

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

March 30, 2026
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ
জীৱনশৈলী

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

March 30, 2026
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?
জীৱনশৈলী

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

March 30, 2026
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?
জীৱনশৈলী

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

March 30, 2026
Next Post
জনপ্ৰতিনিধিৰ বিৰুদ্ধে নাৰী নি/ৰ্যা/ত/ন/ৰ গোচৰত শীৰ্ষত BJP, ৰাজ্য হিচাপে আগুৱাই আছে পশ্চিমবংগ

জনপ্ৰতিনিধিৰ বিৰুদ্ধে নাৰী নি/ৰ্যা/ত/ন/ৰ গোচৰত শীৰ্ষত BJP, ৰাজ্য হিচাপে আগুৱাই আছে পশ্চিমবংগ

ভাৰতীয় যাত্ৰীক লৈ নেপালৰ নদীত পৰিল উত্তৰপ্ৰদেশৰ বাছ! নি/হ/ত অন্তত ১৪ জন

ভাৰতীয় যাত্ৰীক লৈ নেপালৰ নদীত পৰিল উত্তৰপ্ৰদেশৰ বাছ! নি/হ/ত অন্তত ১৪ জন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.