• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

3 weeks ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

57 minutes ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

1 hour ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

2 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

3 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

3 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

3 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

5 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

5 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

22 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

23 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

23 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

editor by editor
February 21, 2026
in জীৱনশৈলী
0
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গ্ৰহৰ গতিৰ প্ৰতিটো পৰিবৰ্তনে জীৱনৰ বিভিন্ন দিশক প্ৰভাৱিত কৰে৷ এই ক্ৰম অনুসৰি শুক্ৰ ২২ ফেব্ৰুৱাৰীৰ নিশা ১২ বাজি ৪২ মিনিটত শতভিষা নক্ষত্ৰ ত্যাগ কৰি পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰিব৷ এই গোচৰ ৪ মাৰ্চ অৰ্থাৎ হোলিৰ দিন পৰ্যন্ত থাকিব৷ যাৰ পাছতেই শুক্ৰই উত্তৰ ভাদ্ৰপদ নক্ষত্ৰৰ দিশে অগ্ৰসৰ হব৷ বৃহস্পতি গ্ৰহই পূৰ্ব ভাদ্ৰপদৰ অধিপতি সেয়ে এই সময়কালত জ্ঞান, আধ্যাত্মিকতা আৰু সম্প্ৰসাৰণ সম্পৰ্কিত ইতিবাচক লক্ষণ দেখা যাব পাৰে৷

পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰই গভীৰ ধ্যান, ৰহস্যময় শক্তি আৰু আভ্যন্তৰীণ ৰূপান্তৰক প্ৰতিনিধিত্ব কৰে৷ শুক্ৰই যেতিয়া এই নক্ষত্ৰত প্ৰৱেশ কৰে তেতিয়া প্ৰেম, শিল্প, সম্পদ আৰু আৰাম বাঢ়ে৷ এই সময় সৃজনশীলতা বৃদ্ধি, মানসিক শান্তি বিচাৰি পোৱা যায় আৰু সম্পৰ্ক শক্তিশালী কৰাৰ বাবে এই সময় অনুকূল বুলি ধাৰণা কৰা হয়৷ আৰ্থিক ক্ষেত্ৰতো ইতিবাচক ফলাফলৰ সম্ভাৱনা আছে৷

এই গোচৰে কোন ৪ৰাশিক বেছিকৈ উপকৃত কৰিব?

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকৰ বাবে এই সময়ে সম্পৰ্কৰ ক্ষেত্ৰত নতুন শক্তি কঢ়িয়াই আনিব৷ বিবাহিত জীৱন আৰু সুন্দৰ হৈ উঠিব৷ ঘৰুৱা পৰিবেশ সুস্থ সৱল থাকিব৷ কঠোৰ পৰিশ্ৰম কৰিলে কৰ্মক্ষেত্ৰত স্বীকৃতিও পাব৷ পদোন্নতি বা আৰ্থিক লাভ সম্ভৱ৷ যদি কোনো সৃজনশীল ক্ষেত্ৰত জড়িত থাকে তেন্তে প্ৰতিভা উজ্জ্বল হব৷ বিনিয়োগৰ সিদ্ধান্তসমূহ লাভজনক হব পাৰে৷ সেইসমূহ ভাৱিচিন্তি লোৱাই ভাল৷ মানসিকভাৱেও আৰু স্থিতিশীল আৰু আত্মবিশ্বাসী অনুভৱ কৰিব এই ৰাশিৰ জাতকে৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকৰ বাবে এই গোচৰে কেৰিয়াৰত উন্নতিৰ পথ খুলিব পাৰে৷ দীৰ্ঘদিন ধৰি ৰৈ যোৱা কামে গতি লাভ কৰিব৷ নতুন সুযোগৰ সূচনা হব৷ প্ৰেমৰ সম্পৰ্ক আৰু গভীৰ হব৷ আৰ্থিক বিষয়সমূহৰ উন্নতি হব৷ সঞ্চয় বৃদ্ধিৰ সুযোগ আহিব পাৰে৷ এই সময় ছাত্ৰ ছাত্ৰী আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ থকা ব্যক্তিৰ বাবে অনুকূল হব৷ ভ্ৰমণ বা নতুন প্ৰকল্প আৰম্ভ কৰাৰ ফলত ইতিবাচক ফলাফলো লাভ কৰিব পাৰে৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকে এই সময়ত আৰ্থিকভাৱে শক্তিশালী হব৷ কৰ্মক্ষেত্ৰত পৰিকল্পনা আৰু সিদ্ধান্ত গ্ৰহণৰ দক্ষতাৰ প্ৰশংসা পাব৷ প্ৰেম জীৱনত স্থিতিশীলতা বিকশিত হব৷ সম্পৰ্কৰ ওপৰত আস্থা বৃদ্ধি পাব৷ নতুন প্ৰকল্প আৰম্ভ কৰাটো উপকাৰী হব৷ মানসিকভাৱে ভাৰসাম্য পূৰ্ণ থাকিব এই ৰাশিৰ জাতকৰ৷ পুৰণি উদ্বেগৰ পৰা মুক্তি লাভ কৰিব৷ স্বাস্থ্যৰো উন্নতি হব৷ এক সুষম ৰুটিন বজায় ৰাখিব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ বাবে এই সময় সাফল্যৰে ভৰপুৰ হব পাৰে৷ সামাজিক আৰু পেছাগত জীৱনত নতুন যোগাযোগ তৈয়াৰ হব৷ যি ভৱিষ্যতৰ বাবে সুবিধা কঢ়িয়াই আনিব৷ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত সম্প্ৰীতি আৰু ৰোমান্স বৃদ্ধি পাব৷ অংশীদাৰিত্বমূলক উদ্যোগত সাফল্য পাব৷ আৰ্থিক পৰিস্থিতি লাহে লাহে শক্তিশালী হব৷ সৃজনশীল কাম আৰু আধ্যাত্মিক কাৰ্যকলাপত আগ্ৰহ বৃদ্ধি পাব৷ স্বাস্থ্যক অৱহেলা কৰি নচলিব৷ নিয়মিত ৰুটিন বজায় ৰাখক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি
জীৱনশৈলী

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

March 13, 2026
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
Next Post
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.