• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুক্ৰ-শনিৰ শতাংক যোগ, টকাৰ পাহাৰ গঢ়িব কোন ৪ৰাশিৰ জাতকে?

শুক্ৰ-শনিৰ শতাংক যোগ, টকাৰ পাহাৰ গঢ়িব কোন ৪ৰাশিৰ জাতকে?

7 months ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

11 minutes ago
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

2 hours ago
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

2 hours ago
গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

3 hours ago
১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

4 hours ago
এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

4 hours ago
ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

5 hours ago
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

6 hours ago
আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক

আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক

6 hours ago
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

7 hours ago
Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

8 hours ago
কৃষকসকলৰ বাবে ডাঙৰ খবৰ! এই দিনটোত একাউণ্টলৈ আহিব ধন

কেতিয়া পাব PM Kisan আঁচনিৰ ২৪ সংখ্যক কিস্তি? এইদৰে কৰক চেক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুক্ৰ-শনিৰ শতাংক যোগ, টকাৰ পাহাৰ গঢ়িব কোন ৪ৰাশিৰ জাতকে?

শুক্ৰ-শনিৰ শতাংক যোগ, টকাৰ পাহাৰ গঢ়িব কোন ৪ৰাশিৰ জাতকে?

editor by editor
December 13, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
শুক্ৰ-শনিৰ শতাংক যোগ, টকাৰ পাহাৰ গঢ়িব কোন ৪ৰাশিৰ জাতকে?
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি শুক্ৰ আৰু শনিৰ মিলন অত্যন্ত শক্তিশালী এক ঘটনা৷ প্ৰেম, সুখ, বিলাসিতা আৰু সৌন্দৰ্যৰ প্ৰতীক শুক্ৰ৷ ন্যায়বিচাৰ আৰু কৰ্মফলৰ প্ৰতীক শনি৷ এই দুই গ্ৰহই একেলগে তৈয়াৰ কৰে শক্তিশালী যোগ৷ আজি শনিবাৰে ১৩ ডিচেম্বৰৰ পুৱাই ৬.৪১ মিনিটৰ পৰা শুক্ৰ আৰু শনিয়ে এটাই আনটোৰ সৈতে ১০০ ডিগ্ৰি কোণত অৱস্থান কৰিছে৷ যিয়ে শতাংক যোগ তৈয়াৰ কৰিছে৷ এই যোগেই চাৰিটা ৰাশিৰ জাতকৰ জীৱনলৈ নানান পৰিবৰ্তন আনিব পাৰে৷ দীৰ্ঘ কঠোৰ পৰিশ্ৰমৰ ফল পাব, সম্পদ বাঢ়িব, প্ৰেম আৰু গভীৰ হব৷

কোন কোন ৰাশিৰ জাতক লাভৱান হব?

মিথুন ৰাশি

শুক্ৰ-শনিৰ সংযোগ মিথুন ৰাশিৰ বাবে অত্যন্ত শুভ প্ৰমাণিত হব পাৰে৷ কৰ্মক্ষেত্ৰত বাধা দূৰ হব৷ জীৱনত স্থিতি আহিব৷ অৰ্থ উপাৰ্জনৰ বিবিধ সুযোগ তৈয়াৰ হব পাৰে৷ বিবাহিত জীৱনত প্ৰেম বাঢ়িব৷ আপোনাৰ পৰিশ্ৰমৰ উপযুক্ত ফল পাব৷ কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি পাব৷ ধৈৰ্য ৰাখক, ভুল পথত ভৰি নিদিব৷

কুম্ভ ৰাশি

শুক্ৰ শনিৰ শতাংশ যোগৰ প্ৰভাৱত কুম্ভ ৰাশিৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিব৷ ব্যৱসায়ত বিপুল লাভৰ সম্ভাৱনা আছে৷ সম্পদ বাঢ়িব পাৰে৷ প্ৰেমৰ সম্পৰ্ক আৰু মধুৰ হব৷ দীৰ্ঘদিন ধৰি কোনো কাম ৰৈ থাকিলে এইবাৰ শেষ হোৱাৰ সম্ভাৱনা আছে৷ সমাজত আপোনাৰ ইতিবাচক ছবি তৈয়াৰ হব৷ অবিবাহিতসকলে মনৰ মানুহ বিচাৰি পাব পাৰে৷

বৃষ ৰাশি

শুক্ৰ শনিৰ শতাংক যোগ বৃষ ৰাশিৰ জাতকে বিশেষ সুফল দিব৷ এই যোগৰ প্ৰভাৱত জীৱনত সুখ শান্তি বৰ্তি থাকিব৷ বিভিন্ন উৎসৰ পৰা আৰ্থিক প্ৰবাহ বঢ়াৰ সম্ভাৱনা আছে৷ কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ আত্মবিশ্বাস অপ্ৰত্যাশিতভাৱে বৃদ্ধি পাব৷ জীৱনত প্ৰেম আৰু শাৰীৰিক সৌন্দৰ্য বৃদ্ধি পাব পাৰে৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকৰ জীৱনত বিশেষ প্ৰভাৱ পেলাব এই শতাংক যোগে৷ আৰ্থিক ক্ষমতা বৃদ্ধি পাব৷ টকাৰ প্ৰবাহ বাঢ়িব৷ সাফল্য অৰ্জনৰ বাবে কঠোৰ পৰিশ্ৰমে ইতিবাচক ফল দিব৷ সংসাৰত শান্তি বৰ্তি থাকিব৷ ব্যৱসায়ীয়ে ডাঙৰ কোনো লাভজনক চুক্তিত চহী কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা
ভাৰত

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

July 13, 2026
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক
জীৱনশৈলী

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

July 13, 2026
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক
জীৱনশৈলী

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

July 13, 2026
১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা
বিশ্ব

১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

July 13, 2026
Next Post
৭৫ মিনিট পানীত ডুবি আছিল জুবিন গাৰ্গ, শ্যামকানুৱে জুবিনলৈ আনিছিল ছিংগাপুৰত নোপোৱা সু**ৰা, কেনেকৈ এই কাণ্ডত জড়িত আছিল অমৃতপ্ৰভা?

৭৫ মিনিট পানীত ডুবি আছিল জুবিন গাৰ্গ, শ্যামকানুৱে জুবিনলৈ আনিছিল ছিংগাপুৰত নোপোৱা সু**ৰা, কেনেকৈ এই কাণ্ডত জড়িত আছিল অমৃতপ্ৰভা?

কাইলৈৰ ৰাশিফলঃ গঠিত হ’ব বুধাদিত্য ৰাজযোগ, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

কাইলৈৰ ৰাশিফলঃ গঠিত হ’ব বুধাদিত্য ৰাজযোগ, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.