• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭৫ মিনিট পানীত ডুবি আছিল জুবিন গাৰ্গ, শ্যামকানুৱে জুবিনলৈ আনিছিল ছিংগাপুৰত নোপোৱা সু**ৰা, কেনেকৈ এই কাণ্ডত জড়িত আছিল অমৃতপ্ৰভা?

৭৫ মিনিট পানীত ডুবি আছিল জুবিন গাৰ্গ, শ্যামকানুৱে জুবিনলৈ আনিছিল ছিংগাপুৰত নোপোৱা সু**ৰা, কেনেকৈ এই কাণ্ডত জড়িত আছিল অমৃতপ্ৰভা?

6 months ago
PM Kisanৰ ২৩ নম্বৰ কিস্তিৰ বাবে কিমান দিন অপেক্ষা কৰিব? কোনে পাব ২০০০ টকা জানক

PM Kisanৰ ২৩ নম্বৰ কিস্তিৰ বাবে কিমান দিন অপেক্ষা কৰিব? কোনে পাব ২০০০ টকা জানক

37 minutes ago
আক্ৰমণৰ পৰা শান্তি আলোচনালৈ, আমেৰিকা-ইৰান সংঘাতৰ ১০৮টা দিন

আক্ৰমণৰ পৰা শান্তি আলোচনালৈ, আমেৰিকা-ইৰান সংঘাতৰ ১০৮টা দিন

57 minutes ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

Menstrual Cup ব্যৱহাৰৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

3 hours ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৰাশিফলে দিছে সৌভাগ্য উদয়ৰ ইংগিত!

4 hours ago
জনপ্ৰিয় ধাৰাবাহিক ‘কুমকুম ভাগ্য’ৰ এইগৰাকী অভিনেত্ৰীৰ চৰ*ম পন্থা

জনপ্ৰিয় ধাৰাবাহিক ‘কুমকুম ভাগ্য’ৰ এইগৰাকী অভিনেত্ৰীৰ চৰ*ম পন্থা

5 hours ago
শান্তি চুক্তিৰ চৰ্চাৰ মাজতে ইৰানৰ বাবে ইউৰোপৰ ৪খন দেশে আনিছে ভাল খবৰ

শান্তি চুক্তিৰ চৰ্চাৰ মাজতে ইৰানৰ বাবে ইউৰোপৰ ৪খন দেশে আনিছে ভাল খবৰ

6 hours ago
মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ

মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ

7 hours ago
সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম

সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম

7 hours ago
উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো

উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো

8 hours ago
এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

9 hours ago
শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

9 hours ago
দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৭৫ মিনিট পানীত ডুবি আছিল জুবিন গাৰ্গ, শ্যামকানুৱে জুবিনলৈ আনিছিল ছিংগাপুৰত নোপোৱা সু**ৰা, কেনেকৈ এই কাণ্ডত জড়িত আছিল অমৃতপ্ৰভা?

৭৫ মিনিট পানীত ডুবি আছিল জুবিন গাৰ্গ, শ্যামকানুৱে জুবিনলৈ আনিছিল ছিংগাপুৰত নোপোৱা সু**ৰা, কেনেকৈ এই কাণ্ডত জড়িত আছিল অমৃতপ্ৰভা?

editor by editor
December 13, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
৭৫ মিনিট পানীত ডুবি আছিল জুবিন গাৰ্গ, শ্যামকানুৱে জুবিনলৈ আনিছিল ছিংগাপুৰত নোপোৱা সু**ৰা, কেনেকৈ এই কাণ্ডত জড়িত আছিল অমৃতপ্ৰভা?
0
SHARES
8.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জুবিন গাৰ্গৰ মৃত্যু সাধাৰণ মৃত্যু নহয়৷ এই ৰহস্য মৃত্যুৰ পৰ্দা যেন এখন এখনকৈ উঠিছে৷ শেহতীয়াকৈ সূত্ৰই প্ৰকাশ কৰা খবৰ অনুসৰি ৭৫ মিনিট ধৰি পানীত ডুব গৈ আছিল জুবিন গাৰ্গ৷ সেই ৭৫ মিনিটত জুবিনক সহায় কৰিবলৈ আগুৱাই যোৱা নাছিল আশে পাশে থকা কোনো এজন সহযোগীয়েই৷ য়ট পাৰ্টীত জুবিনৰ সৈতে ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াৰ ওপৰিও আছিল সিদ্ধাৰ্থ, শেখৰ, অমৃতপ্ৰভা আৰু সন্দীপন গাৰ্গ৷

১২ তাৰিখে জুবিন গাৰ্গৰ হত্যাৰ চাৰ্জশ্বীট ইতিমধ্যেই দাখিল কৰা হৈছে৷ যিকোনো ব্যক্তিয়ে ইচ্ছা কৰিলে এই চাৰ্জশ্বীটৰ প্ৰতিলিপিৰ বাবে আবেদনো কৰিব পাৰিব৷ চাৰ্জশ্বীটৰ প্ৰতিলিপিৰ বাবে বিভিন্নজনে আদালতত আবেদন কৰিছে৷ ইয়াৰ মাজত একাংশ অধিবক্তাও আছে৷ সূত্ৰৰ খবৰ অনুসৰি এই চাৰ্জশ্বীটত স্পষ্টকৈ উল্লেখ আছে যে জুবিন গাৰ্গক সুস্থ মগজুৰে প্লেনিং কৰি হত্যা কৰা হৈছিল৷ এই হত্যাকাণ্ডত প্ৰৱাসী অসমীয়া লগত থকাৰ বাবে জগৰীয়া হৈছে যদিও তেওঁলোক প্ৰকৃততে দায়ী নহয় বুলি দাবী কৰিছে সূত্ৰৰ খবৰে৷ শ্যামকানু আৰু সিদ্ধাৰ্থই প্লেনিং কৰি এই হত্যাকাণ্ড সংঘটিত কৰিছে৷

চাৰ্জশ্বীটতো এই তথ্যই আছে বুলি দাবী কৰিছে সূত্ৰটোৱে৷ সিদ্ধাৰ্তই দীৰ্ঘদিন ধৰি জুবিনৰ ধনৰ লুণ্ঠন চলাই আহিছিল৷ শেহতীয়াভাৱে জুবিনে এইসমূহ তথ্য জানি সিদ্ধাৰ্থক ধনৰ হিচাপো বিচাৰিছিল৷ কিন্তু সিদ্ধাৰ্থই ধনৰ হিচাপ জুবিনক নিদিলে৷ তাৰ ওপৰিও শ্যামকানুৰো জুবিনৰ প্ৰতি কোনো ভালভাৱ পূৰ্বৰে পৰাই নাছিল৷ এই কথা চাৰ্জশ্বীটৰ পূৰ্বেও শ্যামকানুৰ নিজা ভতিজী সৃজনী ভাস্ব মহন্তইয়ো জনাইছে৷ জুবিনে মুকলিকৈ বহু সময়ত শ্যামকানুৰ কৰ্মকাণ্ডক সমালোচনা কৰিছিল৷ জুবিনক কেৱল পণ্যৰ দৰেহে ব্যৱহাৰ কৰিছিল শ্যামকানুৱে৷ জুবিনেও এই ব্যৱহাৰৰ কথা জানিছিল সেয়ে বহু সময়ত সুযোগ বুজি মুকলিকৈ শ্যামকানুক অপমানো কৰিছিল৷ শেহতীয়াভাৱে সিদ্ধাৰ্থ আৰু শ্যামকানুৱে জুবিনক শেষ কৰি দিয়াৰ পাঙ একেলগেই পাতে৷ জুবিনক শেষ কৰাৰ এই প্লেনিঙত সিদ্ধাৰ্থ আৰু শ্যামকানুৱে ব্যৱহাৰ কৰিলে অমৃতপ্ৰভা আৰু শেখৰকো৷ অসমৰ পৰা আঁতৰাই নি ছিংগাপুৰত এই পৰিকল্পনা ৰচা খুবেই সহজ হৈছিল শ্যামকানু আৰু সিদ্ধাৰ্থৰ৷
ছিংগাপুৰলৈ অনুষ্ঠান পৰিবেশনৰ বাবে লৈ যোৱা জুবিন গাৰ্গক এজন শিল্পীক দিবলগীয়া নূন্যতম সন্মানখিনিও দিয়া নাছিল শ্যামকানুৱে৷ থাকিবৰ বাবেও দিয়া নাছিল হোটেলৰ ছিংগল কোঠা৷ জুবিন গাৰ্গক থাকিবলৈ দিয়া হোটেলত সিদ্ধাৰ্থ আৰু শেখৰ এটা পৃথক কোঠাত, সন্দীপন গাৰ্গক এটা পৃথক কোঠা আৰু জুবিন গাৰ্গক থাকিবলৈ দিয়া হৈছিল অমৃতপ্ৰভাক৷ অমৃতপ্ৰভাক পৰিকল্পিতভাৱেই শ্যামকানুৱে জুবিনৰ সৈতে এটা কোঠা দিছিল৷ আৰু এই ব্যৱস্থা দেখি নিজেও আচৰিত হৈছিল জুবিন গাৰ্গ৷ সেই নিশাই জুবিনক অত্যধিক সুৰাপান কৰোৱাইছিল অমৃতপ্ৰভাই৷ অমৃতপ্ৰভাৱ এই নিৰ্দেশ দিছিল শ্যামকানুৱে৷ জুবিন থকা হোটেললৈ নিশা শ্যামকানুও আহিছিল৷ শ্যামকানুৱেই জুবিনলৈ লৈ আহিছিল বিশেষ সুৰা৷ যি সুৰা ছিংগাপুৰত উপলব্ধই নহয়৷ আৰু জুবিনক নিশা অত্যধিক সুৰাপান কৰোৱাত তথ্য আছে তেওঁৰ পোষ্টমৰ্টেম ৰিপৰ্টতেই৷ কাৰণ মৃত্যুৰ পাছত তেওঁৰ শৰীৰত এলক’হলৰ পৰিমাণ ৩৬০তকৈ অধিক৷
এইসমূহ তথ্য যদি আদালতত সঁচা প্ৰমাণিত হয় তেন্তে কঠোৰতকৈ কঠোৰ শাস্তিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে সিদ্ধাৰ্থ আৰু শ্যামকানুৰ বিৰুদ্ধে৷ ইতিমধ্যেই সিদ্ধাৰ্থ, শ্যামকানু, অমৃতপ্ৰভা, শেখৰৰ বিৰুদ্ধে লগোৱা হৈছে BNS ১০৩ ধাৰা৷ এই ধাৰা হত্যাৰ ষড়যন্ত্ৰত লগোৱা হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PM Kisanৰ ২৩ নম্বৰ কিস্তিৰ বাবে কিমান দিন অপেক্ষা কৰিব? কোনে পাব ২০০০ টকা জানক
বাণিজ্য

PM Kisanৰ ২৩ নম্বৰ কিস্তিৰ বাবে কিমান দিন অপেক্ষা কৰিব? কোনে পাব ২০০০ টকা জানক

June 15, 2026
আক্ৰমণৰ পৰা শান্তি আলোচনালৈ, আমেৰিকা-ইৰান সংঘাতৰ ১০৮টা দিন
বিশ্ব

আক্ৰমণৰ পৰা শান্তি আলোচনালৈ, আমেৰিকা-ইৰান সংঘাতৰ ১০৮টা দিন

June 15, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

Menstrual Cup ব্যৱহাৰৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

June 15, 2026
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৰাশিফলে দিছে সৌভাগ্য উদয়ৰ ইংগিত!

June 15, 2026
Next Post
কাইলৈৰ ৰাশিফলঃ গঠিত হ’ব বুধাদিত্য ৰাজযোগ, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

কাইলৈৰ ৰাশিফলঃ গঠিত হ’ব বুধাদিত্য ৰাজযোগ, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

নাৰিকল তেলৰ সৈতে এই ৫বিধ তেল মিহলাই লগালেই চুলি সৰা কমে, খৰতকীয়াকৈ চুলিৰ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পাৰে আপুনিও

নাৰিকল তেলৰ সৈতে এই ৫বিধ তেল মিহলাই লগালেই চুলি সৰা কমে, খৰতকীয়াকৈ চুলিৰ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পাৰে আপুনিও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.