• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিশাই কালীপূজা! পূজাৰ পূৰ্বেই জানি থওক আদিশক্তিৰ অপাৰ মাহাত্ম্যৰ কথা

নিশাই কালীপূজা! পূজাৰ পূৰ্বেই জানি থওক আদিশক্তিৰ অপাৰ মাহাত্ম্যৰ কথা

2 years ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

23 minutes ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

1 hour ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

3 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

3 hours ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

4 hours ago
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

4 hours ago
মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

4 hours ago
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

5 hours ago
ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

5 hours ago
কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

5 hours ago
২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুড নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুড নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

6 hours ago
এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিশাই কালীপূজা! পূজাৰ পূৰ্বেই জানি থওক আদিশক্তিৰ অপাৰ মাহাত্ম্যৰ কথা

editor by editor
November 12, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
নিশাই কালীপূজা! পূজাৰ পূৰ্বেই জানি থওক আদিশক্তিৰ অপাৰ মাহাত্ম্যৰ কথা
0
SHARES
700
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কালী পূজা পালিত হ’ব ১২ নৱেম্বৰৰ নিশা৷ কালী পূজাৰ পূৰ্বেই জানি লওক কালীৰ মাহাত্ম্য৷ কালী শব্দটো তৈয়াৰ হৈছে কাল ধাতু প্ৰত্যয় যুক্ত হৈ৷ কালৰ অৰ্থ সময়, সময়ক চকুৰে দেখা নাযায়৷ সেয়ে কালী হৈছে ক’লা বা ঘন নীলা৷ অতীত, বৰ্তমান আৰু ভৱিষ্যৎ এই তিনিটা কাল লৈয়েই সৃষ্টি হৈছে মহাকাল৷ সেই মহাকালৰ আদি শক্তি কালী, দশমহাবিদ্যা আদি শক্তিৰ প্ৰথম ৰূপ৷

পুৰাণে কি কয়?
পুৰাণ অনুসৰি সৃষ্টিৰ আৰম্ভণিতে শ্ৰী বিষ্ণুয়ে তেতিয়া যোগনিদ্ৰাত মগ্ন হৈ আছিল৷ সেই সময়তেই বিষ্ণুৰ নাভিপদ্মৰ পৰা উৎপত্তি হৈছিল প্ৰজাপতি ব্ৰহ্মাৰ৷ এই সময়ত বিষ্ণুৰ কৰ্ণকমলৰ পৰা দুটা দৈত্যৰ জন্ম হয়৷ এই দুই দৈত্যৰ নাম হৈছে মধু আৰু কৈটভ৷ মধু আৰু কৈটভ নামৰ এই দুই দৈত্যই ব্ৰহ্মাক আক্ৰমণ কৰিবলৈ উদ্যত হয়৷ তেতিয়াই ব্ৰহ্মাই মহাকালীৰ স্তব আৰম্ভ কৰে৷ ভক্তৰ মাতত আদ্যা শক্তি মহামায়া কালীৰূপে আবিৰ্ভূতা হয়৷ মাৰ্কেণ্ডেয় পুৰাণ অনুসৰি শ্ৰী শ্ৰী চণ্ডীত কোৱা হৈছে যে শুম্ভ আৰু নিশুম্ভ নামৰ দুই দৈত্যৰ অত্যাচাৰত ভীত দেৱতাগণই নিজক ৰক্ষা কৰিবলৈ আৰু সৃষ্টিক ৰক্ষা কৰিবলৈ আদিশক্তিৰ আৰাধনা আৰম্ভ কৰে৷ তেতিয়াই আদ্যশক্তিৰ দেহকোষৰ পৰা আবিৰ্ভূতা হয় দেবী অম্বিকাৰ৷ তেঁঁও ঘোৰ কৃষ্ণবৰ্ণ হোৱাৰ বাবেই তেওঁৰ নাম কালী৷

ৰামায়ণত কি আছে?
ক্ৰেতা যুগত ৰাৱণে ভদ্ৰকালীক পূজা কৰিছিল৷ এই দেৱী পৰম কৰুণাময়ী, তেওঁ কেতিয়াও কোনো পক্ষপাতিত্ব গ্ৰহণ নকৰে৷ তেওঁক যেতিয়াই আকুল হৈ কোনোৱে মাতে, তেতিয়াই তেওঁক ৰক্ষা কৰিবলৈ দেৱীৰ আৱিৰ্ভাৱ হয়৷ দৈত্য বা মানুহে যেতিয়া শৰণ লয় তেতিয়াই তেওঁৰ কাষত থিয় হয় মা কালী৷ কালীক লৈ নানান লোককথাও প্ৰচলিত৷

কালীৰ ৰূপ কি কি?
তেওঁক কোনো স্থানত ভদ্ৰকালী, কৰোবাত শ্মশানকালী, কৰোবাত শকুন্তলা কালী হিচাপে পূজিত হয়৷ ইয়াৰোপৰি খ্যাপা কালী, নিশি কালী, ডাকাত কালী, সিদ্ধেশ্বৰী কালী, কৰুণাময়ী কালীৰূপে কালী পূজিত হয়৷ দক্ষিণেশ্বৰত ভৱতাৰিণী, কালীঘাটৰ মা কালীসহ ভাৰতবৰ্ষ আৰু সমগ্ৰ পৃথিৱীৰ বিভিন্ন দেশৰ দক্ষিণা কালীৰূপে পূজা কৰা হয়৷ কালীমূৰ্তিৰ দক্ষিণ পদ মহাদেৱৰ বুকুত ভৰি থোৱাৰ এই সময়ত দেৱীক বাম কালীৰূপে পূজা কৰা হয়৷ বেদান্তৰ মুণ্ডক উপনিষেদত মা কালীৰ যি পৰিচয় পোৱা যায় সেই পৰিচয় হৈছে ওলাই থকা এখন জীভা, মেলা চুলি৷

ষোড়শ শতিকাত বিখ্যাত পণ্ডিত আৰু তন্ত্ৰসাধকে প্ৰথমে কালী পূজা কৰিছিল৷ কালীক কৰা উপাসনাই মানুহৰ বিপদ, দুখ, অশান্তি যন্ত্ৰণা দূৰ কৰে বুলি ভক্তসকলে বিশ্বাস কৰে৷ সেয়ে সংসাৰী মানুহে সুখ সমৃদ্ধিৰ বাবে কালীপূজা কৰে৷ কালী পূজাৰ মুলাধাৰ হৈছে ভক্তি৷ ভক্তি সাগৰত ভাহি কালীৰ চৰণত নিজকে অৰ্পণ কৰিলেই সুখ আহে বুলি ভক্তৰ বিশ্বাস৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

March 28, 2026
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক
জীৱনশৈলী

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

March 28, 2026
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব
জীৱনশৈলী

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

March 28, 2026
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?
চিনেমা

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

March 28, 2026
Next Post
দীপাৱলীতেই শুভ গজকেশৰী যোগ, এই যোগত ৩ ৰাশিৰ ভাগ্য সোণৰ দৰে উজ্বলি উঠিব

দীপাৱলীতেই শুভ গজকেশৰী যোগ, এই যোগত ৩ ৰাশিৰ ভাগ্য সোণৰ দৰে উজ্বলি উঠিব

ছলমান-কেটৰ যুগলবন্দীৰ দৃশ্য কেনেকৈ উপভোগ কৰিলে বিকিয়ে? টাইগাৰ ৩ ৰ প্ৰিমিয়াৰ শ্ব’ চাই কি ক’লে বিকিয়ে?

ছলমান-কেটৰ যুগলবন্দীৰ দৃশ্য কেনেকৈ উপভোগ কৰিলে বিকিয়ে? টাইগাৰ ৩ ৰ প্ৰিমিয়াৰ শ্ব’ চাই কি ক’লে বিকিয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.