• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
global film festival

ডিচেম্বৰত ছিকিমত চলচ্চিত্ৰ মহোৎসৱ

5 years ago
বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

4 hours ago
যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

5 hours ago
এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

5 hours ago
এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

7 hours ago
ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

7 hours ago
পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

7 hours ago
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

8 hours ago
কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

9 hours ago
বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

10 hours ago
ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

11 hours ago
অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

11 hours ago
৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ডিচেম্বৰত ছিকিমত চলচ্চিত্ৰ মহোৎসৱ

editor by editor
November 23, 2021
in অসম, গুৱাহাটী, চিনেমা, বিনোদন, বিশ্ব, ভাৰত
0
global film festival
0
SHARES
63
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ১০ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ ছিকিমত অনুষ্ঠিত হ’ব দ্বিতীয় সংখ্যক ‘ছিকিম গ্ল’বেল ফিল্ম ফেষ্টিভেল ২০২১’ শীৰ্ষক চলচ্চিত্ৰ মহোৎসৱ৷ ছিকিম চৰকাৰৰ ফিল্ম প্ৰম’চন ব’ৰ্ড আৰু তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত অনুষ্ঠিত হ’ব চলচ্চিত্ৰ মহোৎসৱ৷ এই মহোৎসৱৰ উদ্দেশ্য ছিকিম তথা উত্তৰ-পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ আৰু ফেশ্বন ক্ষেত্ৰৰ উত্তৰণ তথা ছিকিমক ‘ফিল্ম টুৰিজ্ম হটস্পট’ৰূপে প্ৰতিষ্ঠা কৰা৷ ৫ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিব চলচ্চিত্ৰ উদ্যোগৰে জড়িত দেশী-বিদেশী বহু বিশিষ্ট অভিনেতা-অভিনেত্ৰী, প্ৰযোজক-পৰিচালকে৷ চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিব মালাইকা অড়োৰা, প্ৰিয়দৰ্শন, লিজা ৰয়, সঞ্জয় পুৰণ সিং চৌহান, অক্ষয় আদিত্য লামা, সঞ্জয় ঘোষ, সোণালী খুল্লাৰ শ্ৰুফ, অনন্ত নাৰায়ণ মহাদেৱনকে ধৰি বলীউডৰ বহু তাৰকাই৷ এই মহোৎসৱত অংশ ল’ব ফ্ৰান্স, ইটালী, আমেৰিকা আদি দেশৰ বহুকেইগৰাকী ছবি পৰিচালক, অভিনেতা-অভিনেত্ৰী আৰু প্ৰযোজকে৷ অংশগ্ৰহণ কৰিব স্পেইনৰ সাংসদেও৷ চলচ্চিত্ৰ মহোৎসৱলৈ অতিথিৰূপে আমন্ত্ৰিত হৈছে অসমৰ সাংবাদিক দেৱজিৎ ভূঞাও৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelsikkim global film festival
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ
অসম

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

October 30, 2026
যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!
অসম

যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

October 30, 2026
এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা
বাণিজ্য

এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

October 30, 2026
ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ
ভাৰত

ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

October 30, 2026
Next Post
এক্স গাৰ্লফ্ৰেণ্ডৰ এটা ফোনকলৰ পাছতেই  ৰভাতলীত লাগিল হুৱা-দুৱা, দৰা এতিয়া ৰঙাঘৰৰ আলহী…

এক্স গাৰ্লফ্ৰেণ্ডৰ এটা ফোনকলৰ পাছতেই ৰভাতলীত লাগিল হুৱা-দুৱা, দৰা এতিয়া ৰঙাঘৰৰ আলহী…

protest

"আদাক দেখি উঠিল গা কেতুৰিয়ে বোলে মোকো খা", প্ৰসংগ: দিল্লীত কৃষক আন্দোলন আৰু অসমত কা আন্দোলন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.