দক্ষিণ কামৰূপৰ ৰামপুৰৰ দৰাবিল মহোৎসৱ। ২৫, ২৬, ২৭ জানুৱাৰীত তিনিদিনীয়াকৈ আয়োজিত মহোৎসৱৰ আজি অন্তিম দিন। দৰাবিল মহোৎসৱৰ উদ্দেশ্য দৰাবিল সংৰক্ষণ, দৰাবিলক এক পর্যটন ক্ষেত্ৰৰূপে গঢ়াৰ লক্ষ্য।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ