• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘনে ঘনে মহাকাশত অভিযান! এইবাৰ মহাকাশতো যান-জঁট, অদূৰ ভৱিষ্যতে কি কি বিপদত পৰিব মানৱসমাজ?

ঘনে ঘনে মহাকাশত অভিযান! এইবাৰ মহাকাশতো যান-জঁট, অদূৰ ভৱিষ্যতে কি কি বিপদত পৰিব মানৱসমাজ?

3 years ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

15 minutes ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

45 minutes ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

1 hour ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

2 hours ago
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

2 hours ago
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

2 hours ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

4 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

5 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

6 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

6 hours ago
LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

7 hours ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

ঘনে ঘনে মহাকাশত অভিযান! এইবাৰ মহাকাশতো যান-জঁট, অদূৰ ভৱিষ্যতে কি কি বিপদত পৰিব মানৱসমাজ?

editor by editor
August 11, 2023
in বিজ্ঞান, বিশ্ব
0
ঘনে ঘনে মহাকাশত অভিযান! এইবাৰ মহাকাশতো যান-জঁট, অদূৰ ভৱিষ্যতে কি কি বিপদত পৰিব মানৱসমাজ?
0
SHARES
265
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাস্তাঘাটত ট্ৰেফিক আমাৰ দেশৰ প্ৰধান সমস্যা। বিশেষকৈ ডাঙৰ চহৰসমূহত ট্ৰেফিকৰ সমস্যা দিনকদিনে বৃদ্ধি পাইছে। কিন্তু এইবাৰ মহাকাশতো ট্ৰেফিক বৃদ্ধি পাইছে। বিভিন্ন দেশৰ পৰা পঠিওৱা যানসমূহে মহাকাশত যানজঁটৰ সৃষ্টি কৰিছে।

২০২৩ চনত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ এটা সমীক্ষাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। ইছৰোৱে মহাকাশত ধৰা পেলাইছে যাৰ ভিতৰত ২৭ হাজাৰ পাৰ্থিৱ বস্তু যাৰ ভিতৰত ৮০ শতাংশই আৱৰ্জনা। ইছৰোৰ চেয়াৰমেনৰ মতে ৫০০ কিঃমিঃ তলত থকা পৃথিৱীক কক্ষপথটো এটা অতিশয় গুৰুত্বপূৰ্ণ কক্ষপথ। এই কক্ষপথক যিমানদূৰ সম্ভৱ মুক্ত কৰি ৰাখিব লাগে। পিএছ এল ভিৰ চতুৰ্থ অংশটো অৰ্থাৎ বৰ্জ্য অংশটো তুলনামূলকভাৱে পৃথিৱীৰ তলৰফালে থকা শেষৰটো কক্ষপথলৈ নমাই অনা হৈছে। ৩০ দিনৰ ভিতৰতেই পৃথিৱীত প্ৰৱেশ কৰিব পাৰিব বা তাৰভিতৰতেই পুৰি নষ্টও কৰিব পাৰিব। পূৰ্বে এটা ছেটেলাইট নষ্ট কৰিবলৈ ১৮ বছৰ সময় লাগিছিল, কাৰণ ছেটেলাইটসমূহ পৃথিৱীৰ কক্ষপথত দূৰত্বত অৱস্থান কৰিছিল। ভাৰতে ম্যাদ পাৰ হৈ যোৱা কেইবাটাও ছেটেলাইট ‘ডি অৰবিট’ কৰিছে। অৰ্থাৎ সেইসমূহক কক্ষপথৰ পৰা বাহিৰলৈ ওলিয়াই দিয়া হৈছে। মাজে মাজে সমূদ্ৰৰ পাৰত ‘স্পেছ জাঙ্ক’ পৰিয়েই থাকে। কেইবাদিন পূৰ্বেও অষ্ট্ৰেলিয়াৰ সমূদ্ৰ তীৰত উদ্ধাৰ হৈছিল মহাকাশৰ বৰ্জ্য পদাৰ্থ।

মহাকাশত থকা এই পাৰ্থিৱ সামগ্ৰীসমূহৰ মাজত ৪০ শতাংশই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ, ২৮ শতাংশ ৰাছিয়াৰ, ১৯ শতাংশ চীনৰ। মাৰ্চ মাহত প্ৰকাশিত মহাকাশ পৰিস্থিতি মূল্যাংকনৰ প্ৰতিবেদনো প্ৰকাশ কৰিছে ইছৰোই। মহাকাশত ভাৰতৰ বৰ্জিত পদাৰ্থ এইকেইখন দেশতকৈ কম। মাত্ৰ ২১৭ টা বৰ্জিত পদাৰ্থহে আছে। মহাকাশত আৱৰ্জনা সৃষ্টিৰ ক্ষেত্ৰত ভাৰতৰ অনুদান মাত্ৰ ০.৮শতাংশ।

এই পদাৰ্থসমূহে কেনেতৈ ক্ষতি কৰিব?
মহাকাশযানৰ পৰা ছিটিকি অহা কোনো অংশই ভাঙি চূৰমাৰ কৰি দিব পাৰে আন কোনো কোনো মহাকাশযানকো।
দীৰ্ঘ দিন মহাকাশত বিজ্ঞানীসকলৰ থাকিলে তেওঁলোকৰ খাদ্যৰ পেকেট, ডিছপজেৱল কাপোৰ, কাগজ আদি প্ৰচুৰ পৰিমানে মহাকাশযানত জমা হৈ পৰিছে। সেইসমূহে কেতিয়াবা ভয়াৱহ অগ্নিৰ সূত্ৰপাত কৰিব পাৰে।
যদি বেটাৰী বা আন কোনো ইলেক্ট্ৰনিক যন্ত্ৰপাতি খুব গৰম হৈ যায় তেন্তে মহাকাশলৈ গৈ থকা যানতো অগ্নিৰ সূচনা কৰিব পাৰে।
গাণিতিক হিচাপৰ সামান্য ভুলতো ডাঙৰ বিপদ হ’ব পাৰে। বিভিন্ন দেশৰ পৰা পঠোৱা মহাকাশযানৰ কক্ষপথ বেছি কাষত হ’লেও এটাই আনটোৰ কক্ষপথত প্ৰৱেশ কৰিব পাৰে।এনেকৈ প্ৰৱেশ কৰিলে ধাক্কা লগাৰ সম্ভাৱনা থাকে।
কোনো উল্কাপিণ্ড বা অইন কোনো মহাজাগতিক বস্তুৰ পৰা চিটিকি অহা কোনো অংশই মহাকাশযানত ভাঙি চুৰমাৰ কৰি দিব পাৰে।

মহাকাশৰ ট্ৰেফিক কেনেকৈ কমাব?
মহাকাশৰ যান-যঁট কমাবৰ বাবে ‘বিকল্প ৰুট’ বা নতুন নতুন কক্ষপথ ওলিয়াব লাগিব। বিশ্বৰ মহাকাশ গৱেষণা সংস্থাসমূহে এই পদক্ষেপ ল’ব লাগিব। এতিয়াৰে পৰা সতৰ্ক নহ’লে এদিন মানৱ সভ্যতা মহাবিপদত পৰিব। ট্ৰেফিকৰ কাৰণে অদূৰ ভৱিষ্যতে হয়তো মহাকাশত ডাঙৰ কোনো দূৰ্ঘটনা ঘটিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

March 19, 2026
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
বিজ্ঞান

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

March 18, 2026
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই
জীৱনশৈলী

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

March 18, 2026
Next Post
মাত্ৰ এটা পোষ্ট কৰাৰ বাবদ লাভ কৰে ১৪ কোটি টকা, ইনষ্টাগ্ৰামৰ পৰা বাৰ্ষিক কিমান ধন আয় কৰে ক্ৰিকেটাৰ বিৰাটে?

মাত্ৰ এটা পোষ্ট কৰাৰ বাবদ লাভ কৰে ১৪ কোটি টকা, ইনষ্টাগ্ৰামৰ পৰা বাৰ্ষিক কিমান ধন আয় কৰে ক্ৰিকেটাৰ বিৰাটে?

‘মণিপুৰ শেষ হৈছে, সংসদত মোদীয়ে হাঁহিছে!’ আকৌ প্ৰধানমন্ত্ৰীক কটাক্ষ ৰাহুল গান্ধীৰ

'মণিপুৰ শেষ হৈছে, সংসদত মোদীয়ে হাঁহিছে!’ আকৌ প্ৰধানমন্ত্ৰীক কটাক্ষ ৰাহুল গান্ধীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.