• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰীলৈ বিশেষ উপহাৰ টাটাৰ, অফাৰ শুনিলে চকু কপালত উঠিব আপোনাৰ!

এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰীলৈ বিশেষ উপহাৰ টাটাৰ, অফাৰ শুনিলে চকু কপালত উঠিব আপোনাৰ!

4 years ago
খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

1 hour ago
ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

2 hours ago
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

3 hours ago
কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

3 hours ago
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

3 hours ago
নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

4 hours ago
বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

4 hours ago
খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

5 hours ago
মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

6 hours ago
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

6 hours ago
এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত

এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত

6 hours ago
বিবাহিত পুৰুষ পাৰস্পৰিক সন্মতিত লিভ-ইন সম্পৰ্কত থাকিলে সেয়া অপৰাধ নহয়, পৰ্যবেক্ষণ এলাহাবাদ হাইকৰ্টৰ

বিবাহিত পুৰুষ পাৰস্পৰিক সন্মতিত লিভ-ইন সম্পৰ্কত থাকিলে সেয়া অপৰাধ নহয়, পৰ্যবেক্ষণ এলাহাবাদ হাইকৰ্টৰ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰীলৈ বিশেষ উপহাৰ টাটাৰ, অফাৰ শুনিলে চকু কপালত উঠিব আপোনাৰ!

editor by editor
June 24, 2022
in বাণিজ্য, বিবিধ, ভাৰত
0
এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰীলৈ বিশেষ উপহাৰ টাটাৰ, অফাৰ শুনিলে চকু কপালত উঠিব আপোনাৰ!
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এয়াৰ ইণ্ডিয়াই কিছুদিন পূৰ্বে কৰ্মচাৰীসকলৰ বাবে গ্ৰুপ বীমাৰ আৰম্ভ কৰিছিল৷ ইয়াৰ পিছত এইবাৰ টাটা গ্ৰুপে বিমান সংস্থাটোৰ পাইলটসকলক বাম্পাৰ অফাৰ দিছে।

টাটাই এয়াৰ ইণ্ডিয়াক ক্ৰয় কৰাৰ পিছৰে পৰা কৰ্মচাৰীসকলৰ স্বাৰ্থত এনে বহু ঘোষণা কৰা হৈছে। এতিয়া এয়াৰ ইণ্ডিয়াই অৱসৰৰ পিছত পুনৰ ৫ বছৰৰ বাবে পাইলট নিয়োগ কৰাৰ প্ৰস্তাৱ দিছে। অৰ্থাৎ টাটাই অৱসৰ সীমা বৃ্দ্ধি আৰু অৱসৰপ্ৰাপ্ত পাইলটসকলকো পুনৰ নিয়োগৰ বিবেচনা কৰিছে৷

লগতে পঢ়ক ‘বিবাহ পূৰ্ব যৌনতা প্ৰকৃত প্ৰেম নহয়, অত্যধিক যৌনতাই সম্পৰ্ক ধ্বংস কৰে!’ এই বিতৰ্কিত মন্তব্য কাৰ?

বিমান সংস্থাটোৰ পৰিচালনাত গতিশীলতা অনাৰ লক্ষ্যৰে টাটা গ্ৰুপে এই পদক্ষেপ গ্ৰহণ কৰিছে। বৰ্তমান কোম্পানীটোৰ ৩০০ খন বিমান ক্ৰয় কৰাৰ সন্দৰ্ভত আলোচনা চলি আছে। এনে অৱস্থাত পাইলটসকলক অৱসৰৰ পিছত পুনৰ কামৰ বাবে প্ৰস্তাৱটো অতি গুৰুত্বপূৰ্ণ। বিমান সংস্থাৰ ফালৰ পৰা অৱসৰ লোৱা পাইলটসকলক পুনৰ কমাণ্ডাৰ হিচাপে নিযুক্তিৰ বাবে বিবেচনা কৰা হৈছে।

ইয়াৰ উপৰিও এয়াৰ ইণ্ডিয়াই কৰ্মচাৰীসকলৰ বাবে স্বেচ্ছাসেৱী অৱসৰ আঁচনিও আৰম্ভ কৰিছে আৰু নতুন কৰ্মচাৰীকো নিযুক্তি দিয়া হৈছে। এয়াৰ ইণ্ডিয়াৰ ডেপুটি জেনেৰেল মেনেজাৰ বিকাশ গুপ্তাই এক আভ্যন্তৰীণ ই-মেইলযোগে লিখিছে, ‘‘আমি জনাবলৈ পাই সুখী হৈছো যে যিটো আগতেই হওক বা অৱসৰৰ পিছতেই হওক এয়াৰ ইণ্ডিয়াত কমাণ্ডাৰ হিচাপে ৫ বছৰৰ বাবে বা ৬৫ বছৰ বয়সলৈকে সেৱা আগবঢ়োৱাৰ বাবে আপোনালোকৰ চুক্তি বৃদ্ধি কৰাৰ চিন্তা চৰ্চা চলি আছে।’’

লগতে পঢ়ক বেংক একাউণ্টত বেলেঞ্চ শূণ্য নেকি! তথাপিও ১০ হাজাৰ টকা উলিয়াব পাৰিব! কিন্তু কেনেকৈ? 

মেইলৰ জৰিয়তে আগ্ৰহী পাইলটসকলক লিখিত সন্মতি সাপেক্ষে তেওঁলোকৰ সবিশেষ তথ্য দিবলৈ কোৱা হৈছে। তিনি বছৰ পূৰ্বে অৱসৰ লোৱা পাইলটসকলকো এখন পত্ৰ জাৰি কৰা হৈছে। ইয়াৰ উপৰিও বিমান সংস্থাটোৱে স্বেচ্ছাসেৱী আঁচনি আৰম্ভ কৰাৰ লগতে কেবিন ক্ৰুকে ধৰি আন কৰ্মচাৰীসকলৰ বাবে নতুন নিযুক্তি আৰম্ভ কৰিছে।

এয়াৰ ইণ্ডিয়াত পাইলটৰ অৱসৰৰ বয়স ৫৮ বছৰ। শেষৰ দিনবোৰত বিমান সংস্থাটোৱে নিজৰ পাইলটসকলক চুক্তিবদ্ধ কৰি ৰাখিছিল যদিও ২০২০ চনৰ মাৰ্চ মাহৰ পিছত কোভিড মহামাৰীৰ বাবে সেয়া বন্ধ হৈ পৰিছিল।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: air indiaasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamTATA group
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?
জীৱনশৈলী

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

March 29, 2026
কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?
জীৱনশৈলী

কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

March 29, 2026
নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ
জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

March 29, 2026
বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে
জীৱনশৈলী

বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

March 29, 2026
Next Post
গৃহ নিৰ্মাণত সূৰ্যৰ ৰশ্মিৰ সু আৰু কুপ্ৰভাৱ! জানিবলৈ চাওক…

গৃহ নিৰ্মাণত সূৰ্যৰ ৰশ্মিৰ সু আৰু কুপ্ৰভাৱ! জানিবলৈ চাওক...

Income Tax দিবলৈ আছে নেকি? এই সৰু ভুলবোৰ কেতিয়াও নকৰিব

Income Tax দিবলৈ আছে নেকি? এই সৰু ভুলবোৰ কেতিয়াও নকৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.