• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকিস্তানৰ পিছত এইবাৰ শ্ৰীলংকা : গাদী হেৰুওৱাব নেকি প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপক্ষেই?

পাকিস্তানৰ পিছত এইবাৰ শ্ৰীলংকা : গাদী হেৰুওৱাব নেকি প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপক্ষেই?

4 years ago
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

20 minutes ago
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

40 minutes ago
বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

1 hour ago
‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

1 hour ago
পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

2 hours ago
বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

3 hours ago
শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

3 hours ago
বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

4 hours ago
চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?

চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?

4 hours ago
এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

4 hours ago
যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

5 hours ago
নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

পাকিস্তানৰ পিছত এইবাৰ শ্ৰীলংকা : গাদী হেৰুওৱাব নেকি প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপক্ষেই?

editor by editor
April 5, 2022
in বিশ্ব, ৰাজনীতি
0
পাকিস্তানৰ পিছত এইবাৰ শ্ৰীলংকা : গাদী হেৰুওৱাব নেকি প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপক্ষেই?
0
SHARES
88
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰ্থিক বিপৰ্যয়ৰ সন্মুখীন হোৱা শ্ৰীলংকাত ক্ৰমাৎ ৰাজনৈতিক সংকটো ঘণীভূত হৈছে৷ মংগলবাৰে শ্ৰীলংকাৰ সংসদৰ ৪১ গৰাকী সদস্যই প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপক্ষৰ চৰকাৰৰ পৰা সমৰ্থন পত্যাহাৰ কৰিছে৷ ইয়াৰ লগে লগে মাহিন্দা ৰাজাপক্ষৰ চৰকাৰ সংখ্যালঘুত পৰিণত হোৱা বুলি আশংকা কৰা হৈছে৷

উল্লেখ্য যে অৰ্থনৈতিক দুৰ্ভিক্ষৰ সন্মুখীন হোৱা শ্ৰীলংকাত বিগত কেবাদিনো ধৰি শিক্ষাৰ্থীসহ জনতাই চৰকাৰ বিৰোধী উত্তাল প্ৰতিবাদ অব্যাহত ৰাখিছে৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি দেশখনত জৰুৰী অৱস্থাও ঘোষণা কৰা হৈছে৷

শ্ৰীলংকাৰ জনতাৰ লগতে ৰাজনৈতিক দল আৰু একাংশ সাংসদেও মাহিন্দা ৰাজাপক্ষক পদত্যাগৰ দাবীত সৰৱ হৈছে৷ এই দাবীক অধিক ত্বৰান্বিত কৰি মংগলবাৰে ৪১ জনকৈ শ্ৰীলংকান সাসংদে মাহিন্দা ৰাজাপক্ষৰ চৰকাৰৰ প্ৰতি থকা সমৰ্থন প্ৰত্যাহাৰ কৰিছে৷

লগতে পঢ়ক মোক্ষম আঘাত লাভ ৰাছিয়াৰ : ৩০ গৰাকী ৰুছ ৰাষ্ট্ৰদূতক বহিষ্কাৰ

বিৰোধী সাংসদসকলে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষক অতি শীঘ্ৰে সংসদৰ অধিবেশন আহ্বান কৰি মাহিন্দা ৰাজাপক্ষৰ চৰকাৰৰ শক্তি পৰীক্ষা ল’বলৈ দাবী কৰিছে৷ স্মৰ্তব্য যে গোতাবায়া ৰাজাপক্ষ হৈছে প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপক্ষৰ ভাতৃ৷

ইফালে ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষকো পদত্যাগ কৰি সংকট মোকাবিলা কৰিবলৈ ‘জাতীয় চৰকাৰ’ গঠনৰো দাবী উত্থাপন কৰা হৈছে৷

উল্লেখ্য যে দেওবাৰে নিশা মাহিন্দা ৰাজাপক্ষ চৰকাৰৰ ২৬ গৰাকী মন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ ওচৰত গৈ মন্ত্ৰীত্ব ত্যাগ কৰিছিল৷ ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপক্ষই ভাতৃক বিত্ত মন্ত্ৰীৰ পৰা অপসাৰণ কৰিছিল৷

লগতে পঢ়ক সমুখ সমৰত BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহ!

প্ৰধানমন্ত্ৰী মাহিন্দাই ভাতৃক বিত্ত মন্ত্ৰীৰ পৰা অপসাৰণ কৰি আলি চাব্ৰেক নতুন বিত্ত মন্ত্ৰীৰ দায়িত্ব দিছিল যদিও মাত্ৰ এটা দিনৰ পিছতে তেওঁ পদত্যাগ কৰে৷ তেওঁ কয় যে বৰ্তমানৰ চৰকাৰে দেশখনক আৰ্থিক সংকটৰ পৰা উদ্ধাৰ কৰিব নোৱাৰে৷

ইফালে দেশৰ শিক্ষাৰ্থী সমাজৰ লগতে সাধাৰণ জনতাই দেশখনৰ পাৰিবাৰিক ক্ষমতাক উৎখাত কৰাৰ দাবীৰে প্ৰতিবাদ অব্যাহত ৰাখিছে৷

ইয়াৰ মাজতে আন্তজাৰ্তিক মুদ্ৰা নিধিয়ে শ্ৰীলংকাৰ পৰিস্থিতিত কাঢ়া দৃষ্টি ৰখা বুলি প্ৰকাশ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamGotabaya RajapaksaMahinda Rajapaksasrilanka
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য
জীৱনশৈলী

যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

March 27, 2026
ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত
জীৱনশৈলী

ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত

March 26, 2026
তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?
জীৱনশৈলী

তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

March 25, 2026
ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?
অসম

ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

March 25, 2026
Next Post
অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী : অসম ভ্ৰমণত কি কি কৰিব মোদীয়ে?

অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী : অসম ভ্ৰমণত কি কি কৰিব মোদীয়ে?

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.