• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৮ বছৰ পাছত কন্যা ৰাশিত সূৰ্য আৰু কেতুৰ যুঁটি, এমাহ লাভৰ চূড়াত থাকিব ৫ৰাশিৰ জাতক

১৮ বছৰ পাছত কন্যা ৰাশিত সূৰ্য আৰু কেতুৰ যুঁটি, এমাহ লাভৰ চূড়াত থাকিব ৫ৰাশিৰ জাতক

2 years ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

15 minutes ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

44 minutes ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

1 hour ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

2 hours ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

2 hours ago
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

2 hours ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

3 hours ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

4 hours ago
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

4 hours ago
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

4 hours ago
গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

5 hours ago
সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৮ বছৰ পাছত কন্যা ৰাশিত সূৰ্য আৰু কেতুৰ যুঁটি, এমাহ লাভৰ চূড়াত থাকিব ৫ৰাশিৰ জাতক

১৮ বছৰ পাছত কন্যা ৰাশিত সূৰ্য আৰু কেতুৰ যুঁটি, এমাহ লাভৰ চূড়াত থাকিব ৫ৰাশিৰ জাতক

editor by editor
August 2, 2024
in জীৱনশৈলী
0
১৮ বছৰ পাছত কন্যা ৰাশিত সূৰ্য আৰু কেতুৰ যুঁটি, এমাহ লাভৰ চূড়াত থাকিব ৫ৰাশিৰ জাতক
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৮ বছৰ পাছত কন্যা ৰাশিত যুঁটি হ’ব সূৰ্য আৰু কেতুৰ৷ ১৬ ছেপ্টেম্বৰত এই ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই৷ ১৬ অক্টোবৰ পৰ্যন্ত আত্মাৰ কাৰক গ্ৰহ সূৰ্যই এই ৰাশিৰ অৱস্থান কৰিব৷ তাত পূৰ্বৰে পৰাই কেতু বিৰাজমান৷ যাৰ ফলত কন্যা ৰাশিৰ সূৰ্য আৰু কেতুৰ যুঁটি তৈয়াৰ হ’ব৷ জ্যোতিষ গণনা অনুসৰি সূৰ্য আৰু কেতুৰ যুঁটিৰ ফলত সিংহ, বৃশ্চিকসহ পাঁচ ৰাশিৰ জাতকৰ হাতলৈ আহিব ধন সম্পত্তি৷ সূৰ্য আৰু কেতুৰ যুঁটি কেইটামান ৰাশিৰ জাতকৰ বাবে শুভ হ’ব৷ সূৰ্য আৰু কেতুৰ যুঁটিৰ ফলত কোন কোন ৰাশিৰ ভাগ্য চমকিব? জানি থওক সবিশেষ৷

বৃষ ৰাশি

এই ৰাশিৰ পঞ্চম স্থানত সূৰ্য আৰু কেতুৰ যুঁটি হ’ব৷ এই পৰিস্থিতিত সূৰ্য আৰু কেতু মিলি এই ৰাশিৰ জাতকৰ শিক্ষাক্ষেত্ৰত ভাল লাভ প্ৰদান কৰিব৷ উচ্চশিক্ষা গ্ৰহণত ইচ্ছুক জাতকে এই সময়ত সুযোগ পাব৷ বিদেশত পঢ়াশুনাৰ সপোন দেখিলে সেই সপোন পূৰ্ণ হ’ব৷ আধ্যাত্মিক জীৱনত সাফল্য লাভ কৰিব৷ ধৰ্মীয় কামত ৰুচি বাঢ়িব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ গোচৰ কোষ্ঠীৰ দ্বিতীয় স্থানত এই দুই গ্ৰহৰ যুঁটি হ’ব৷ বাণীৰ প্ৰভাৱ বিস্তাৰত সফল হ’ব৷ বাণীৰ জোৰত কোনো বৃহৎ চুক্তি অৰ্জন কৰিব পাৰিব৷ পৈতৃক সম্পত্তি সংক্ৰান্তিয় বিবাদৰ সমাধান হ’ব৷ ধন-সম্পত্তি লাভ কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷ নতুন ঘৰ বা বাহন ক্ৰয় কৰিব পাৰে৷

বৃশ্চিক ৰাশি

আপোনাৰ গোচৰ কোষ্ঠীৰ একাদশ স্থানত সূৰ্য আৰু কেতুৰ যুঁটি হ’ব৷ এই দুই গ্ৰহ মিলি বৃশ্চিক জাতকক ধনলাভৰ সুযোগ প্ৰদান কৰিব৷ পিতৃৰ পৰা আৰ্থিক সাহায্য লাভ কৰিব এই ৰাশিৰ জাতকে৷ আপোনাৰ মনৰ মাজত সন্তুষ্টি থাকিব৷ ভায়েক ভনীয়েকৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব৷ আপোনাৰ কোনো অসম্পূৰ্ণ ইচ্ছা পূৰণ হ’ব৷

ধনু ৰাশি

জ্যোতিষ গণনা অনুসৰি এই ৰাশিৰ কোষ্ঠীৰ দশম স্থানত সূৰ্য আৰু কেতুৰ যুঁটি তৈয়াৰ হ’ব৷ এই পৰিস্থিতিত ধনু ৰাশিৰ জাতকে ভাল পৰিমাণৰ ধনলাভ কৰিব পাৰিব৷ প্ৰত্যাশাৰ তুলনাত কম লাভ হ’ব এই ৰাশিৰ জাতকৰ৷ ৰাজনৈতিক কেৰিয়াৰৰ বাবে এই সময় শুভ৷ ৰাজনীতিৰ সৈতে জৰিত জাতকে গুৰুত্বপূৰ্ণ সংবাদ পাব৷ জনপ্ৰিয়তা বৃদ্ধি পাব৷ কেৰিয়ালৰত লাভ প্ৰদান কৰিব সূৰ্য আৰু ৰাহুৱে৷ চাকৰিয়াল জাতকৰ অধিকাৰীসকলে প্ৰশংসা অৰ্জন কৰিব৷

মকৰ ৰাশি

সূৰ্য আৰু কেতুৰ যুঁটিৰ ফলত মকৰ ৰাশিৰ জাতকৰ আধ্যাত্মিক কামৰ প্ৰতি ৰুচি বাঢ়িব৷ কোনো ধৰ্মীয় স্থানৰ যাত্ৰাত যাব পাৰে এই ৰাশিৰ জাতকে৷ আপোনাৰ প্ৰতিষ্ঠা বৃদ্ধি পাব৷ সকলোৱে আপোনাৰ পৰামৰ্শ গ্ৰহণ  কৰিব৷ আপোনাৰ পৰামৰ্শই বেলেগকো সুফল দিব৷ ভাগ্যৰ সংগ পাব এই ৰাশিৰ জাতকে৷ পৰিয়ালত সদস্যসকলৰ সৈতে কোনো তীৰ্থস্থানলৈ যাব পাৰে৷ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা উন্নত হ’ব৷ কেৰিয়াৰত লাভ অৰ্জন কৰিব পাৰে৷ পিতৃৰ সৈতে সম্পৰ্ক নষ্ট হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে
জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

April 10, 2026
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

April 10, 2026
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?
জীৱনশৈলী

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

April 10, 2026
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

April 10, 2026
Next Post
পৰিস্থিতি ভয়ংকৰ, বৃহস্পতিবাৰৰ নিশা কেৰালাৰ মুখ্যমন্ত্ৰী বিজয়নে, ৱায়নাডৰ সন্ধানহীনক লৈ কৰিছে বৃহৎ মন্তব্য

পৰিস্থিতি ভয়ংকৰ, বৃহস্পতিবাৰৰ নিশা কেৰালাৰ মুখ্যমন্ত্ৰী বিজয়নে, ৱায়নাডৰ সন্ধানহীনক লৈ কৰিছে বৃহৎ মন্তব্য

অসুস্থ অৰিজিৎ, সমগ্ৰ মাহজুৰি বাতিল সকলো শ্ব’! সামাজিক মাধ্যমত কি লিখিছে অৰিজিতে?

অসুস্থ অৰিজিৎ, সমগ্ৰ মাহজুৰি বাতিল সকলো শ্ব’! সামাজিক মাধ্যমত কি লিখিছে অৰিজিতে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.