• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাতিটো পাৰ হ’লেই মকৰত বুধাদিত্য যোগ, ৬ৰাশিৰ ভাগ্যত ধন সম্পত্তি লাভৰ পূৰ্ণ সুযোগ

ৰাতিটো পাৰ হ’লেই মকৰত বুধাদিত্য যোগ, ৬ৰাশিৰ ভাগ্যত ধন সম্পত্তি লাভৰ পূৰ্ণ সুযোগ

2 years ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

38 minutes ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

1 hour ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

1 hour ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

2 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

3 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

3 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

3 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

3 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

4 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

4 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

4 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাতিটো পাৰ হ’লেই মকৰত বুধাদিত্য যোগ, ৬ৰাশিৰ ভাগ্যত ধন সম্পত্তি লাভৰ পূৰ্ণ সুযোগ

editor by editor
January 31, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ৰাতিটো পাৰ হ’লেই মকৰত বুধাদিত্য যোগ, ৬ৰাশিৰ ভাগ্যত ধন সম্পত্তি লাভৰ পূৰ্ণ সুযোগ
0
SHARES
34k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মকৰ ৰাশিত তৈয়াৰ হৈছে বুধাদিত্য যোগ। ১ ফেব্ৰুৱাৰীত মকৰ ৰাশিত প্ৰৱেশ কৰিব বুধে। এই স্থানত পূৰ্বৰে পৰাই সূৰ্যই বিৰাজ কৰি আছে। একেই ৰাশিত সূৰ্য আৰু বুধৰ আগমন হোৱাত বুধাদিত্য যোগ তৈয়াৰ হ’ব। মিথুন আৰু কন্যা ৰাশিৰ অধিপতি বুধ ১ফেব্ৰুৱাৰী দুপৰীয়া ২বাজি ২৩ মিনিটত মকৰ ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ পাছতেই ৮ফেব্ৰুৱাৰীত মকৰ ৰাশিতেই অস্ত যাব এই গ্ৰহ। ২০ফেব্ৰুৱাৰীত মকৰ ৰাশিৰ পৰা বাহিৰ হৈ ধনু ৰাশিত প্ৰৱেশ কৰিব। মকৰ ৰাশিত বুধাদিত্য যোগ তৈয়াৰৰ ফলত বেছ কিছু ৰাশিৰ আৰ্থিক পৰিস্থিতি উন্নত হ’ব। ইয়াৰোপৰি বুদ্ধিৰ বিকাশো হ’ব। মকৰ ৰাশিত বুধৰ প্ৰৱেশৰ পাছতেই কোন কোন ৰাশিৰ জাতকৰ ফেব্ৰুৱাৰী মাহ শুভ হ’ব জানি থওক।

মেষ ৰাশি
বুধাদিত্য ৰাজযোগৰ প্রভাৱত মেষ ৰাশিৰ জাতকে ফেব্ৰুৱাৰী মাহত সফলতা লাভ কৰিব। এই ৰাশিৰ জাতকে একাধিক সুযোগ লাভ কৰিব পাৰে। ইয়াৰ ফলত কেৰিয়াৰত উন্নতি হ’ব। ইয়াৰোপৰি আৰ্থিক পৰিস্থিতি মজবুত হ’ব। চাকৰিৰ সন্ধানত থকা জাতকে সুযোগ লাভ কৰিব। বিদেশ যাত্ৰাৰো সুযোগ লাভ কৰিব পাৰে। ইয়াৰোপৰি এই ৰাশিৰ জাতকে পৰিয়ালৰ পূৰ্ণ সহযোগিতা লাভ কৰিব। আত্মবিশ্বাস বাঢ়িব। সহজে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব।

মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকৰ ধন বৃদ্ধিৰ শুভ সংযোগ তৈয়াৰ হৈছে। ভাৱমূৰ্তি উন্নত হ’ব। এই ৰাশিৰ ব্যৱসায়ীসকলৰ প্রভাৱ বাঢ়িব। ইয়াৰোপৰি ব্যৱসায়িক সিদ্ধান্ত মজবুত হ’ব। লগ্নিৰ দ্বাৰা ভাল লাভৰ সম্ভাৱনা আছে এই ৰাশিৰ জাতকৰ। আৰ্থিক পৰিস্থিতি উন্নত হ’ব। চাকৰিয়াল জাতকৰ কেৰিয়াৰত উন্নতি। সংগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব। এই সময়ত পৰিয়ালৰ সদস্যসকলৰ সৈতে ফুৰিবলৈ যোৱাৰো সুযোগ আছে।

সিংহ ৰাশি
বুধাদিত্য যোগৰ ফলত সিংহ ৰাশিৰ জাতকে ফেব্ৰুৱাৰী মাহত উল্লেখযোগ্য অভিজ্ঞতা অৰ্জন কৰিব। বিভিন্ন ব্যৱসায়িক কামৰ সৈতে যুক্ত সিংহ ৰাশিৰ জাতকৰ সফলতা বৃদ্ধি পাব। এই ৰাশিৰ জাতকে এই সময়ত কঠিন পৰিশ্ৰম কৰিব। অধিকাৰিসকলৰ পূৰ্ণ প্ৰশংসা লাভ কৰিব। ফেব্ৰুৱাৰী মাহত পৰিয়ালৰ সদস্যসকলৰ সৈতে তীৰ্থ যাত্ৰাত যাব পাৰে। পৰিয়ালত শুভ অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। প্ৰতিদ্বন্দ্বীসকলৰ বাবে কঠিন চেলেঞ্জ আহিব। অৰ্থ সঞ্চয়ৰ দ্বাৰা সফলতা আহিব।

কন্যা ৰাশি
সূৰ্য আৰু বুধৰ যুঁটিৰ ফলৰ সৃষ্টি হোৱা বুধাদিত্য যোগৰ ফলত কন্যা ৰাশিৰ জাতকে পাবলগীয়া ধন লাভ কৰিব। ভাগ্যৰ সহযোগিতা লাভ কৰিব এই ৰাশিৰ জাতকে। চাকৰিয়াল জাতকে ভিন্ন কোম্পানীত ইণ্টাৰভিউৰ বাবে আমন্ত্ৰণ লাভ কৰিব পাৰে। বুদ্ধি আৰু কৌশল ব্যৱহাৰ কৰি অন্যান্যসকলক প্ৰভাৱিত কৰিব পাৰিব। প্রভাৱশালী ব্যক্তিৰ সৈতে সাক্ষাৎ হোৱাত সহজেই চৰকাৰী কামত সফলতা লাভ কৰিব। পৰিয়ালৰ সদস্যৰ সৈতে সু সম্পৰ্ক বৰ্তাই ৰাখিব। জীৱনসংগীৰ সহায় লৈ সম্পত্তি ক্ৰয় কৰিব পাৰে। এই ৰাশিৰ জাতকৰ অৰ্থ উপাৰ্জনৰ ভাল সুযোগ হাতলৈ আহিব। অৰ্থ সঞ্চয় কৰিব পাৰে।

তুলা ৰাশি
বুধাদিত্য যোগৰ প্রভাৱত তুলা ৰাশিৰ জাতকে অধিক অৰ্থ উপাৰ্জন কৰিব পাৰিব। ইয়াৰ বাবে অধিক পৰিশ্ৰম কৰিব পাৰিব তুলা ৰাশিৰ জাতকে। সাফল্য লাভ কৰিব। ব্যৱসায় বৃদ্ধিৰ ফলত আৰ্থিক পৰিস্থিতি উন্নত হ’ব। ব্যৱসায়ত বিস্তাৰ কৰিব। এই সময়ত সফল নেতা হিচাপে নিজকে গঢ়ি তুলিব পাৰিব। আনকি বাণীৰ সহায়ত সহজেই নিজৰ কাম হাচিল কৰিব পাৰিব। গোচৰ কালৰ সময়ত তুলা ৰাশিৰ জাতকে সুখ সুবিধা বৃদ্ধি পাব। ঘৰৰ বাবে বিলাসী সামগ্ৰী ক্ৰয় কৰিব পাৰিব। স্বাস্থ্য ভালে থাকিব। পৰিয়ালৰ দায়িত্ব ভালধৰণে ল’ব পাৰিব।

কুম্ভ ৰাশি
জ্যোতিষ অনুসৰি বুধাদিত্য ৰাজযোগৰ প্ৰভাৱত কুম্ভ ৰাশিৰ জাতকৰ কৰ্মক্ষেত্ৰত নিজৰ প্রভাৱ বৰ্তাই ৰাখিব। ব্যৱসায়ত ভাল ফল লাভ কৰিব। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। নতুন ব্যৱসায় আৰম্ভ কৰা ফেব্ৰুৱাৰী মাহ অতি উত্তম। কঠিন পৰিশ্ৰমৰ ফল লাভ কৰিব। নিজৰ প্ৰচেষ্ঠাৰ দ্বাৰা সাফল্য লাভ কৰিব। এই সময়ত ভাল অৰ্থ উপাৰ্জন কৰিব পাৰিব এই ৰাশিৰ জাতকে। পুৰণা ঋণৰ পৰা মুক্তি লাভ কৰিব পাৰিব। পাৰিবাৰিক আৰু দাম্পত্য জীৱন সুখৰ হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?
জীৱনশৈলী

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
Next Post
হয় ইপাৰ, নহয় সিপাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিনতেই তেওঁৰ জীৱনশৈলীৰ পৰা শিকি লওক জনপ্ৰিয় হোৱাৰ কিটিপ

হয় ইপাৰ, নহয় সিপাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিনতেই তেওঁৰ জীৱনশৈলীৰ পৰা শিকি লওক জনপ্ৰিয় হোৱাৰ কিটিপ

বিনামূলীয়াকৈ ৩০০ ইউনিট বিদ্যুৎ দিয়া হ’ব, বাজেটত ডাঙৰ ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

বিনামূলীয়াকৈ ৩০০ ইউনিট বিদ্যুৎ দিয়া হ’ব, বাজেটত ডাঙৰ ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.