• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুনীতা উইলিয়ামছৰ উভতনি যাত্ৰা আৰম্ভ, ২ ঘণ্টাৰ পাছতেই আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা বিচ্ছিন্ন হ’ব সুনীতাক কঢ়িয়াই অনা ক্ৰুৰ-১০, কিয় পানীত অৱতৰণ কৰিব ক্ৰুৰ-১০য়ে?

1 year ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

17 minutes ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

36 minutes ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

1 hour ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

2 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

3 hours ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

4 hours ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

5 hours ago
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সুনীতা উইলিয়ামছৰ উভতনি যাত্ৰা আৰম্ভ, ২ ঘণ্টাৰ পাছতেই আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা বিচ্ছিন্ন হ’ব সুনীতাক কঢ়িয়াই অনা ক্ৰুৰ-১০, কিয় পানীত অৱতৰণ কৰিব ক্ৰুৰ-১০য়ে?

সুনীতা উইলিয়ামছৰ উভতনি যাত্ৰা আৰম্ভ, ২ ঘণ্টাৰ পাছতেই আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা বিচ্ছিন্ন হ’ব সুনীতাক কঢ়িয়াই অনা ক্ৰুৰ-১০, কিয় পানীত অৱতৰণ কৰিব ক্ৰুৰ-১০য়ে?

editor by editor
March 18, 2025
in জীৱনশৈলী, প্ৰযুক্তি, বিজ্ঞান, বিবিধ, বিশ্ব, লেখা
0
সুনীতা উইলিয়ামছৰ উভতনি যাত্ৰা আৰম্ভ, ২ ঘণ্টাৰ পাছতেই আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা বিচ্ছিন্ন হ’ব সুনীতাক কঢ়িয়াই অনা ক্ৰুৰ-১০, কিয় পানীত অৱতৰণ কৰিব ক্ৰুৰ-১০য়ে?
0
SHARES
7.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱশেষত ৯ মাহ মহাকাশত আবদ্ধ হৈ থকা সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰে আজি আৰম্ভ কৰিছে উভতনি যাত্ৰা৷ ১৮ মাৰ্চৰ পুৱা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰে যাত্ৰা আৰম্ভ কৰিব আৰু ১৯ মাৰ্চৰ পুৱা তেওঁলোকৰ মহাকাশযানখনে অৱতৰণ কৰিব। যানখনে অৱশ্যে স্থলৰ সলনি পানীতহে অৱতৰণ কৰিব বুলি জনাইছে নাছাই৷

https://x.com/i/broadcasts/1gqGvjPzOzzGB

৬টা ষ্টেপেৰে সম্পন্ন হ’ব ৰিটাৰ্ণ-লেণ্ডিং 

  • মহাকাশচাৰীসকলে প্ৰেচাৰ ছুট পিন্ধিব আৰু হেচ্চ বন্ধ কৰা হ’ব৷
  • তাৰপিছতেই মহাকাশযানখন ISSৰ পৰা পৃথক হ’ব। সৰু সৰু ড্ৰেকো থ্ৰাষ্টাৰে মহাকাশযানখনক ষ্টেচনৰ পৰা আঁতৰাই দূৰলৈ ঠেলি দিব।
  • ড্ৰেকো থ্ৰাষ্টাৰৰ ফায়াৰিঙৰ ফলত যানখনৰ স্পীড কমিব আৰু লাহে লাহে মহাকাশযানখনে পৃথিৱীৰ কাষলৈ যাত্ৰা কৰিব৷
  • মহাকাশযানখনে ঘণ্টাত ২৭০০০ কিলোমিটাৰ বেগত পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিব। এই সময়ত তাপমাত্ৰা ১৬৫০ ডিগ্ৰী হ’ব আৰু ৫ মিনিটৰ পাছতেই যোগাযোগ বিচ্ছিন্ন হ’ব মহাকাশষ্টেচনৰ পৰা৷
  • ১৮ হাজাৰ ফুট উচ্চতাত ২ টা ড্ৰগ পেৰাচুট আৰু ৬ হাজাৰ ফুট উচ্চতাত ৪ টা পেৰাচুট খোল খাব আৰু মহাকাশযানখনৰ গতি ঘণ্টাত ২৪ কিলোমিটাৰলৈ হ্ৰাস হ’ব।
  • ফ্ল’ৰিডাৰ ওচৰৰ সাগৰত আহি লেণ্ডিং কৰিব মহাকাশযানখনে। তাতেই সাজু হৈ থাকিব উদ্ধাৰকাৰী জাহাজ আৰু উদ্ধাৰকাৰী দল৷
  • উদ্ধাৰকাৰী দলটোৱে মহাকাশযানখনৰ পৰা লগে লগেই মহাকাশচাৰীসকলক মহাকাশযানৰ পৰা উলিয়াই আনি তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰিব৷
  • নাছাৰ মতে বতৰৰ ওপৰত নিৰ্ভৰ কৰি স্প্লেছডাউনৰ স্থান সলনি হ’ব পাৰে।

    অৱতৰণত কিমান সময় লাগিব?

     নাছাই স্পেচএক্স ড্ৰেগন হেচ্চ বন্ধ কৰিছে৷ ভাৰতীয় সময় অনুসৰি পুৱা ৮:১৫ বজাৰ পৰা আৰম্ভ হৈছে ড্ৰেগন মহাকাশযানখনৰ হেচ্চ বন্ধ কৰাৰ প্ৰক্ৰিয়া। ভাৰতীয় সময় অনুসৰি পুৱা ১০:৩৫ বজাত আই এছ এছৰ পৰা আনডকিং হ’ব অৰ্থাৎ ড্ৰেগন কেপচুল আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা পৃথক হ’ব। ১৯ মাৰ্চৰ পুৱা প্ৰায় ৩:২৭ বজাত ফ্ল’ৰিডাৰ উপকূলত অৱতৰণ কৰিব যানখনে৷ এই যাত্ৰাত প্ৰায় ১৭ ঘণ্টা সময় লাগিব। বতৰৰ বাবে উভতি অহাৰ সময়সূচী সলনিও হ’ব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?
জীৱনশৈলী

April 10, 2026
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?
জীৱনশৈলী

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

April 10, 2026
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে
জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

April 10, 2026
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

April 10, 2026
Next Post
OYOৰ বাম্পাৰ অফাৰ! সম্পূৰ্ণ ফ্ৰিতেই ৰুম বুক কৰক হোটেলৰ, কিমান দিন থাকিব এই সুযোগ?

ATMৰ পৰাই তুলিব পাৰিব PFৰ ধন, স্পেচিয়েল কাৰ্ড পাব জুন মাহতেই! এবাৰতে কিমান ধন উঠাব পাৰিব এই কাৰ্ডৰ পৰা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন