• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৯ মাহ মহাকাশ ষ্টেচনত থাকি কি কি গৱেষণা কৰিলে সুনীতাহঁতে? সবিশেষ তথ্যত কি জনাইছে NASAই?

৯ মাহ মহাকাশ ষ্টেচনত থাকি কি কি গৱেষণা কৰিলে সুনীতাহঁতে? সবিশেষ তথ্যত কি জনাইছে NASAই?

11 months ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

20 hours ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

21 hours ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

22 hours ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

22 hours ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

23 hours ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

24 hours ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

1 day ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 day ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, February 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৯ মাহ মহাকাশ ষ্টেচনত থাকি কি কি গৱেষণা কৰিলে সুনীতাহঁতে? সবিশেষ তথ্যত কি জনাইছে NASAই?

৯ মাহ মহাকাশ ষ্টেচনত থাকি কি কি গৱেষণা কৰিলে সুনীতাহঁতে? সবিশেষ তথ্যত কি জনাইছে NASAই?

editor by editor
March 20, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
৯ মাহ মহাকাশ ষ্টেচনত থাকি কি কি গৱেষণা কৰিলে সুনীতাহঁতে? সবিশেষ তথ্যত কি জনাইছে NASAই?
0
SHARES
779
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বুচ উইলমোৰ আৰু সুনীতা উইলিয়ামছ৷ বোয়িং ষ্টাৰলাইনাৰ স্পেছক্ৰাফ্টত উঠি ফ্লৰিডাৰ কেপ কেনাভেৰাল স্পেছ ফৰ্ছ ষ্টেচনৰ পৰা উৰা মাৰিছিল বিগত বৰ্ষৰ ৫ জুনত৷ তাৰপিছৰে পৰা বিগত ৯মাহ সময় তেওঁলোক আছিল মহাকাশ ষ্টেচনত৷ মহাকাশ ষ্টেচনত থকাৰ সময়ত কি কি বিশেষ কামৰ নিযুক্ত হৈ আছিল বুচ উইলমোৰ আৰু সুনীতা উইলিয়ামছ?

নাছাৰ চৰকাৰী তথ্য অনুসৰি কাগজে কলমে এই মিছনৰ নাম আছিল বোয়িং ক্ৰিউ ফ্লাইট টেষ্ট৷ তাতেই তেওঁলোকৰ প্ৰধান কাম আছিল টেক অফ, লেণ্ডিং আৰু উৰণৰ সময়ত সেই ষ্টাৰলাইনাৰ স্পেছক্ৰাফ্টৰ চাৰ্বিক পাৰ্ফৰমেন্স আৰু ক্ৰিউ ইকুইপমেণ্ট, স্পেছছ্যুট আৰু চিট পাৰফৰমেন্স পৰীক্ষা কৰা৷

ইণ্টাৰনেশ্ব্যনেল স্পেছ ষ্টেচনত ডকিঙৰ সময়ত কোনো সমস্যা হৈছে নে, মেনুৱেল এবৰ্ট ছিনাৰিঅত কমিউনিকেশ্ব্যন চেকআউট কেনেকৈ কৰা হব, টেষ্ট মেনুৱেল অটোমেটেড নেভিগেছন আৰু লাইফ ছাপৰ্ট চিষ্টেমৰ পৰীক্ষা কৰাৰ কামো আছিল সুনীতাহঁতৰ৷

ইমান দিন মহাকাশত থাকি কিমান আগবাঢ়িল কাম?

সুনীতাহঁতে কৰা কামৰ ভিতৰত প্ৰধান হৈছে মহাকাশত অবিৰত গতিশীল অৱস্থাত থকা মহাকাশ ষ্টেচন মেনটেনেন্সৰ কাম৷ পুৰণি হাৰ্ডৱেৰ পৰীক্ষা কৰা আৰু সলনিৰ কাম নিয়মিত হৈছেনে নাই পৰীক্ষা কৰা৷ নজিৰ গঢ়ি তেওঁলোকে স্পেছ ষ্টেচনৰ বাহিৰতো স্পেছ ৱাক কৰিছে৷ কেৱল এক্সটেনশ্ব্যন কৰ্ড দিয়েই স্পেছ ষ্টেচনৰ সৈতে যুক্ত অৱস্থাত মহাশূন্যত ভাহি ৯দফাত ৬২ ঘণ্টা ৯ মিনিট স্পেছ ৱাক কৰিছে সুনীতাই৷ যি নজিৰ অন্য কাৰো নাই৷ একেধৰণে তেওঁলোকে স্পেছ  ষ্টেচনৰ মডিউল, ৰেডিয়েটৰ, ৰোবোটিক আৰ্ম, পেনেলসহ একাধিক গুৰুত্বপূৰ্ণ যন্ত্ৰাংশও তাত সংযুক্ত কৰিছে৷

নাছাৰ সূত্ৰই কৈছে, একাধিক হাই ইম্পেক্ট ৰিচাৰ্ছ প্ৰজেক্টৰত কাম কৰিছে সুনীতাই৷ যি পূৰ্বৰে পৰা তেওঁলোকৰ তালিকাত নাছিল৷ যাৰ মাজত আছে মহাকাশত ফ্লুই়ড চিষ্টেমৰ ওপৰত মাইক্ৰগ্ৰেভিটিয়ে কেনেকৈ কাম কৰে, সেয়া হাতে কামে পৰীক্ষা কৰা৷ আগন্তুক দিনত যি পৰীক্ষাৰ ফলাফলে ডাঙৰ গৱেষণাৰ পথ দেখুৱাব বুলি দাবী বিশেষজ্ঞৰ৷

ইমানতেই কাম শেষ হোৱা নাই সুনীতাৰ৷ বুচক সাৰ্বিক মেনটেনেন্সত বেছি জোৰ দিয়া হৈছিল, সুনীতাক মহাকাশত ৱাটাৰ ৰিকভাৰি আৰু ফুৱেল চেলছ টেকনোলজিৰ ৰি এক্টৰ বনোৱাৰ একাধিক পৰীক্ষা নিৰীক্ষাৰ দায়িত্ব দিয়া হৈছিল৷ পৰবৰ্তীকালত যি মিছন হব তাৰ সময়কাল আৰু বেছিদিন হব৷ সেই সময়ত এই ৰি এক্টৰৰ ভূমিকা আৰু প্ৰয়োজনীয়তা বহু বেছিকৈ বুজা যাব বুলি দাবী কৰিছে মহাকাশ গৱেষণাত ব্যস্ত বিজ্ঞানীসকলে৷

ইয়াৰোপৰি আন এক গুৰুত্বপূৰ্ণ কাম কৰিছে সুনীতাই৷ নাছা কৰ্তৃপক্ষই জনাইছে যে বিগত ৯ মাহত বায়ো নিউট্ৰিয়েন্সক লৈ এক অত্যন্ত গুৰুত্বপূৰ্ণ আৰু প্ৰমিছিং প্ৰজেক্টৰ পৰীক্ষাও আৰম্ভ কৰিছে সুনীতাই৷ তাতেই তেওঁ হাতত গৰম পৰীক্ষা কৰিছে কিছু উপকাৰী বেক্টেৰিয়া আৰু অনুজীৱক লৈ৷ এইসমূহৰ পৰা মহাকাশত থাকিয়েই আগন্তুক দিনত ফ্ৰেছ নিউট্ৰিয়েণ্ট বনোৱা সম্ভৱপৰ হৈ উঠিব৷

বিশেষজ্ঞসকলৰ দাবী এই প্ৰজেক্ট সফল হলে মহাকাশত দীঘলীয়া সময় গৱেষণাৰ বাবে যোৱা এষ্ট্ৰনটসকলৰ ৰকেটত খাদ্যৰ বোজা কঢ়িয়াই নিয়াৰ সমস্যা দূৰ হব৷ খাদ্যৰ ঠাইত অন্য গৱেষণাৰ ইনষ্ট্ৰুমেণ্ট লৈ গৈ মহাকাশত থকা অৱস্থাতেই এছেনচিয়েল ভিটামিন আৰু মিনাৰেলছ বনাইয়ো লৈ যাব পাৰিব৷ ইয়াৰোপৰি মাইক্ৰবছৰ জীৱনচক্ৰক লৈ গুৰুত্বপূৰ্ণ পৰীক্ষা কৰিছে সুনীতাই৷ ইয়াৰ সৈতে আৰু একাধিক পৰীক্ষা কৰিছে নাছাই৷ যি অচিৰেই প্ৰকাশ কৰিব বুলিও কৈছে নাছাৰ সূত্ৰই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
দৈনিক ৰাশিফল, কৃষ্ণা সপ্তমীত আজি ভাগ্য উদয় হ’ব কেইবাটাও ৰাশিৰ

দৈনিক ৰাশিফল, কৃষ্ণা সপ্তমীত আজি ভাগ্য উদয় হ'ব কেইবাটাও ৰাশিৰ

১২৫ বছৰীয়া অভিলেখ ভংগ কৰি ভাৰতত সময়ৰ পূৰ্বেই গৰমৰ ঢৌ, বহু ৰাজ্যত পাৰা ৪৩ ডিগ্ৰী অতিক্ৰম

১২৫ বছৰীয়া অভিলেখ ভংগ কৰি ভাৰতত সময়ৰ পূৰ্বেই গৰমৰ ঢৌ, বহু ৰাজ্যত পাৰা ৪৩ ডিগ্ৰী অতিক্ৰম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.