• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

3 weeks ago
কাইলৈ কেনেকুৱা যাব আপোনাৰ দিনটো? ভাল সুযোগ আহিব বহুতৰে জীৱনলৈ

কাইলৈ কেনেকুৱা যাব আপোনাৰ দিনটো? ভাল সুযোগ আহিব বহুতৰে জীৱনলৈ

23 minutes ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

1 hour ago
দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?

দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?

2 hours ago
জিভা আৰু মুখৰ ভিতৰত সঘনাই ঘা হয় নেকি? তেন্তে সাৱধান

জিভা আৰু মুখৰ ভিতৰত সঘনাই ঘা হয় নেকি? তেন্তে সাৱধান

2 hours ago
নিশা শোৱাৰ সময়ত নকৰিব ভুল, ভয়ংকৰ বিপদত পৰিব আপুনি!

নিশা শোৱাৰ সময়ত নকৰিব ভুল, ভয়ংকৰ বিপদত পৰিব আপুনি!

3 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

4 hours ago
অতিমাত্ৰা চিন্তাই মাতিব পাৰে ডাঙৰ বিপদ! ই কি ৰোগ লক্ষণ জানক বিশেষজ্ঞৰ পৰা…

অতিমাত্ৰা চিন্তাই মাতিব পাৰে ডাঙৰ বিপদ! ই কি ৰোগ লক্ষণ জানক বিশেষজ্ঞৰ পৰা…

5 hours ago
Jio ৰ আটাইতকৈ সস্তা ৰিচাৰ্জ প্লেন, পাব সম্পূৰ্ণ মাহৰ বৈধতা

Jio ৰ আটাইতকৈ সস্তা ৰিচাৰ্জ প্লেন, পাব সম্পূৰ্ণ মাহৰ বৈধতা

6 hours ago
শীঘ্ৰে কপাল ফুলিব বহু ৰাশিৰ জাতক-জাতিকাৰ! পঢ়ক ৬ এপ্ৰিলৰ পৰা ১২ এপ্ৰিললৈ সাপ্তাহিক ৰাশিফল

শীঘ্ৰে কপাল ফুলিব বহু ৰাশিৰ জাতক-জাতিকাৰ! পঢ়ক ৬ এপ্ৰিলৰ পৰা ১২ এপ্ৰিললৈ সাপ্তাহিক ৰাশিফল

6 hours ago
IPL 2026: মেচ জয়লাভৰ পিছত ৰিয়ানৰ উদযাপনক লৈ কিয় ইমান চৰ্চা?

IPL 2026: মেচ জয়লাভৰ পিছত ৰিয়ানৰ উদযাপনক লৈ কিয় ইমান চৰ্চা?

7 hours ago
৮ম দৰমহা আয়োগ আৰু পুৰণি পেঞ্চনৰ চৰ্চা! কৰ্মচাৰী সংঘই দিলে দাবীৰ তালিকা

৮ম দৰমহা আয়োগ আৰু পুৰণি পেঞ্চনৰ চৰ্চা! কৰ্মচাৰী সংঘই দিলে দাবীৰ তালিকা

8 hours ago
Induction নে LPG চিলিণ্ডাৰ? দৈনন্দিন ৰন্ধা-বঢ়াৰ বাবে কোনটো লাভজনক জানক

Induction নে LPG চিলিণ্ডাৰ? দৈনন্দিন ৰন্ধা-বঢ়াৰ বাবে কোনটো লাভজনক জানক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

editor by editor
March 13, 2026
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ
0
SHARES
300
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিলামৰ আৰম্ভণি দেখি ধাৰণা হৈছিল, পাকিস্তানৰ কোনো ক্ৰিকেটাৰেই এইবাৰ আই পি এলৰ দলত নাথাকিব৷ আহিলেও কোনো মালিকেই তেওঁলোকক ক্ৰয় নকৰিব৷ কিন্তু সকলোকে চমক দি পাকিস্তানৰ আবৰাৰ আহমেদক আঢ়ৈ কোটি টকাত কিনিছে ছানৰাইজাৰ্ছে৷ দীৰ্ঘ দিন পাছত পাকিস্তানৰ কোনো ক্ৰিকেটাৰে ভাৰতীয় মালিকৰ দলত খেলিব৷ ইতিমধ্যেই বিতৰ্ক আৰম্ভ হৈছে কাব্যা মাৰানৰ দলক লৈ৷ আই পি এলত ছানৰাইজাৰ্ছক বয়কটৰ দাবীও আৰম্ভ হৈছে সামাজিকমাধ্যমত৷

ইংলেণ্ডৰ লিগ দ্যা হাণ্ড্ৰেডৰ নিলামত এই ঘটনা ঘটিছে৷ এই প্ৰতিযোগিতাত আই পি এলৰ মালিকৰ চাৰিটা দল আছে৷ এম আই লণ্ডন(মুম্বাই ইণ্ডিয়ানছ), মাঞ্চেষ্টাৰ ছুপাৰ জয়েণ্টছ( লক্ষ্ণৌ ছুপাৰ জয়েণ্টছ), ছানৰাইজাৰ্ছ লিডছ(ছানৰাইজাৰ্ছ হায়দৰাবাদ) আৰু ছাদাৰ্ন ব্ৰেভ(দিল্লী কেপিটেলছ)৷

দ্যা হাণ্ড্ৰেডৰ নিলামৰ পূৰ্বে শুনা গৈছে, এই চাৰি দলৰ কোনোৱে পাকিস্তানৰ কোনো ক্ৰিকেটাৰক নিকিনিব৷  এই জল্পনা আৰম্ভ হোৱাৰ পাছতেই ইংলেণ্ডৰ বেছ কিছু বৰ্তমান আৰু প্ৰাক্তন ক্ৰিকেটাৰেও সমালোচনাও কৰিছিল৷  কিন্তু নিলামৰ টেবুলত সেই ছবি পৃথক দেখা গ’ল৷

নিলামত হাৰিছ ৰউফ, ছাদাব খান আৰু ছাইম আয়ুবক কোনো দলে নিকিনিলে৷ চতুৰ্থ ক্ৰিকেটাৰ উছমান তাৰিক দলে ক্ৰয় কৰে৷ তেওঁক ক্ৰয় কৰে বাৰ্মিংহাম ফিনিক্সে৷ সেই দলত কোনো ভাৰতীয় মালিক নাই৷ চমক দেখা যায় আৰবাৰৰ নিলামৰ সময়ত৷ ট্ৰেণ্ট ৰকেটছৰ সৈতে যুদ্ধ দৰে ছানৰাইজাৰ্ছৰ৷ কাব্যা মাৰানকত দেখি ধাৰণা গৈছিল তেওঁ আবৰাৰক ক্ৰয় কৰিব৷ সেয়াই কৰে ক্যাবাই৷ আইপিএলত অভিষেক শৰ্মা, ঈশান কিছানৰ দলৰ মালিক কাব্যাৰ এই কাৰ্যৰ বাবে চলিছে চৰ্চা৷

কিছু ক্ষণৰ ভিতৰতেই ছানৰাইজাৰ্ছৰ জাৰ্ছি পিন্ধা আবৰাৰৰ ছবি সামাজিকমাধ্যমত পোষ্ট কৰে তেওঁলোকে৷ এই পোষ্টৰ পাছতেই আৰম্ভ হয় বিতৰ্ক৷ ভাৰতীয় ক্ৰিকেটপ্ৰেমীসকলৰ এক বৃহৎ অংশই এই সিদ্ধান্ত ভালভাৱে লোৱা নাই৷ তেওঁলোকৰ দাবী, নিলামৰ বাবে বহু ক্ৰিকেটাৰ আছিল৷ পাকিস্তানৰ স্পিনাৰক নিকিনিলেও কোনো ক্ষতি নহয়৷ য’ত বাকী তিনি ভাৰতীয় মালিকে পাকিস্তানৰ কোনো ক্ৰিকেটাৰে নিকিনিলে, তাতেই আবৰাৰক ক্যাব্যাই কিয় কিনিব লাগে৷

চলিত মাহতেই আৰম্ভ হ’ব আই পি এল৷ বহুতৰে দাবী, আইপিএলত ছানৰাইজাৰ্ছ হায়দৰাবাদক সকলোৱে বয়কট কৰা উচিত৷ কোনো কোনোৱে কৈছে, আই পি এলতো ভাৰতীয় ক্ৰিকেটাৰসকলৰ পৰা বিদেশী ক্ৰিকেটাৰক বেছি গুৰুত্ব দিয়ে ছানৰাইজাৰ্ছে৷ তাতেই বাকী ৯ দলত ভাৰতীয় অধিনায়ক আছে, একমাত্ৰ ছানৰাইজাৰ্ছৰ অধিনায়ক বিদেশী৷ পেট কামিন্স সেই দলৰ অধিনায়ক৷ ইয়াৰ পৰাই প্ৰমাণিত যে তেওঁলোকে ব্যৱসায়ক সৰ্বাধিক গুৰুত্ব দিয়ে৷ বহুতেই কৈছে আই পি এলত মুস্তাফিজুৰ ৰহমানৰ যি গতি হৈছে সেই গতিয়েই হ’ব দ্যা হাণ্ড্ৰেড লিগত আবৰাৰৰ৷ নিলামত কিনিও মুস্তাফিজুৰে এৰিবলৈ বাধ্য হৈছিল কলকাতা নাইট ৰাইডাৰ্ছ৷ ঠিক একেধৰণে আবৰাৰেও লিগ আৰম্ভৰ পূৰ্বেই এৰিব লাগিব পাৰে ছানৰাইজাৰ্ছ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ কেনেকুৱা যাব আপোনাৰ দিনটো? ভাল সুযোগ আহিব বহুতৰে জীৱনলৈ
জীৱনশৈলী

কাইলৈ কেনেকুৱা যাব আপোনাৰ দিনটো? ভাল সুযোগ আহিব বহুতৰে জীৱনলৈ

April 5, 2026
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ
জীৱনশৈলী

আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

April 5, 2026
দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?
জীৱনশৈলী

দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?

April 5, 2026
জিভা আৰু মুখৰ ভিতৰত সঘনাই ঘা হয় নেকি? তেন্তে সাৱধান
জীৱনশৈলী

জিভা আৰু মুখৰ ভিতৰত সঘনাই ঘা হয় নেকি? তেন্তে সাৱধান

April 5, 2026
Next Post
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ...ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.