• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উচ্চতম ন্যায়ালয়ৰ তদন্ত আৰম্ভ, বহু টকাৰ লগতে উদ্ধাৰ হৈছিল অৰ্ধজ্বলিত নোট

উচ্চতম ন্যায়ালয়ৰ তদন্ত আৰম্ভ, বহু টকাৰ লগতে উদ্ধাৰ হৈছিল অৰ্ধজ্বলিত নোট

2 years ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

13 minutes ago
দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

41 minutes ago
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

3 hours ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

3 hours ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

4 hours ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

4 hours ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

5 hours ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

5 hours ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

6 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

6 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

7 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

উচ্চতম ন্যায়ালয়ৰ তদন্ত আৰম্ভ, বহু টকাৰ লগতে উদ্ধাৰ হৈছিল অৰ্ধজ্বলিত নোট

editor by editor
March 25, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
উচ্চতম ন্যায়ালয়ৰ তদন্ত আৰম্ভ, বহু টকাৰ লগতে উদ্ধাৰ হৈছিল অৰ্ধজ্বলিত নোট
0
SHARES
338
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উচ্চতম ন্যায়ালয়ৰ তদন্ত আৰম্ভ, বহু টকাৰ লগতে উদ্ধাৰ হৈছিল অৰ্ধজ্বলিত নোট

দিল্লী উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ বাসগৃহৰ পৰা বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰাৰ অভিযোগত উচ্চতম ন্যায়ালয়ৰ আভ্যন্তৰীণ সমিতিৰ তদন্ত আৰম্ভ হৈছে। উচ্চতম ন্যায়ালয়ে এই আভ্যন্তৰীণ সমিতিৰ বাবে তিনিজনীয়া এটা দলো নিযুক্তি দিছে।

লাভ কৰা তথ্য অনুসৰি তিনিজনীয়া দলটোত আছে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ শ্বীল নাগু, হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জি এছ সন্ধাৱলিয়া আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অনু শিৱৰমণ।

তদন্তৰ সময়ত সমিতিৰ সদস্যসকল ন্যায়াধীশ ভাৰ্মাৰ চৰকাৰী বাসগৃহৰ ভিতৰতে প্ৰায় ৩০-৩৫ মিনিট সময় থাকে। উল্লেখ্য যে, বিগত ১৪ মাৰ্চৰ নিশা প্ৰায় ১১.৩৫ বজাত ন্যায়াধীশ ভাৰ্মাৰ চৰকাৰী বাসগৃহত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে অভিযোগ উত্থাপন হৈছিল যে, ভাৰ্মাৰ বাসগৃহত বিপুল পৰিমাণৰ ধন উদ্ধাৰ হৈছে ।

ইয়াৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলে সেই স্থানত উপস্থিত হৈ জুই নিৰ্বাপন কৰে। ইয়াৰ পিছত ২২ মাৰ্চত ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই ন্যায়াধীশ ভাৰ্মাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ আভ্যন্তৰীণ তদন্তৰ বাবে তিনিজনীয়া এখন সমিতি গঠন কৰে।

দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত ভাৰ্মাই দিল্লী বাসগৃহত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছৰে পৰা বাতৰিৰ শিৰোনাম দখল কৰি আছে । বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰৰ লগতে জুই নিৰ্বাপন কৰাৰ সময়তে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীয়ে বৃহৎ পৰিমাণৰ আধা জ্বলি যোৱা নোটো উদ্ধাৰ কৰিছিল।

এই ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই তিনিজনীয়া পেনেল গঠন কৰিছে। অৱশ্যে এই গোচৰৰ ন্যায়াধীশ যশৱন্ত ভাৰ্মাই এই অভিযোগক কঠোৰভাৱে ধিক্কাৰ দি কয় যে তেওঁ বা তেওঁৰ পৰিয়ালৰ কোনো সদস্যই কেতিয়াও তেওঁৰ ঘৰৰ ষ্ট’ৰ ৰুমত নগদ ধন ৰখা নাছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: delhi high courtDelhi High Court Judge
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য
ভাৰত

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

October 14, 2026
দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা
ভাৰত

দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

October 14, 2026
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!
বাণিজ্য

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

October 14, 2026
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…
বিনোদন

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

October 14, 2026
Next Post
দিল্লী দলে একেলগে উদযাপন কৰিলে বিজয় আৰু ৰাহুলৰ পিতৃত্ব, ভাইৰেল ভিডিঅ’

দিল্লী দলে একেলগে উদযাপন কৰিলে বিজয় আৰু ৰাহুলৰ পিতৃত্ব, ভাইৰেল ভিডিঅ'

বিশ্ববাসীত স্তম্ভিত কৰি ভাৰতে শীঘ্ৰেই আৰম্ভ কৰিব অতি শক্তিশালী হাইড্ৰ’জেন ৰে’ল

বিশ্ববাসীত স্তম্ভিত কৰি ভাৰতে শীঘ্ৰেই আৰম্ভ কৰিব অতি শক্তিশালী হাইড্ৰ’জেন ৰে’ল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.