• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ কেইটামান দিন! দীপাৱলিৰ পূৰ্বে চৰম আৰ্থিক সংকটত পৰিব তেওঁলোক

মাত্ৰ কেইটামান দিন! দীপাৱলিৰ পূৰ্বে চৰম আৰ্থিক সংকটত পৰিব তেওঁলোক

12 months ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

5 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

6 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

7 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

7 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

8 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

8 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

10 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

11 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

11 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

11 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

12 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাত্ৰ কেইটামান দিন! দীপাৱলিৰ পূৰ্বে চৰম আৰ্থিক সংকটত পৰিব তেওঁলোক

মাত্ৰ কেইটামান দিন! দীপাৱলিৰ পূৰ্বে চৰম আৰ্থিক সংকটত পৰিব তেওঁলোক

editor by editor
October 18, 2025
in জীৱনশৈলী
0
মাত্ৰ কেইটামান দিন! দীপাৱলিৰ পূৰ্বে চৰম আৰ্থিক সংকটত পৰিব তেওঁলোক
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক শাস্ত্ৰমতে প্ৰত্যেক মাহত একাধিক গ্ৰহৰ অৱস্থান পৰিবৰ্তন হৈ থাকে৷ যিয়ে ১২ ৰাশিৰ জীৱনত শুভ কিংবা অশুভ প্ৰভাৱ পেলাব৷ শীঘ্ৰেই সূৰ্যৰ গোচৰে চাৰি ৰাশিৰ জীৱনত নেতিবাচক সলনি আনিব পাৰে৷ জ্যোতিষশাস্ত্ৰত সূৰ্যৰ গুৰুত্ব অপৰিসীম৷ সৌৰজগতৰ ৰজা সূৰ্যৰ স্থান পৰিবৰ্তন কৰিলে তাৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ ওপৰত পৰে৷ ৯গ্ৰহৰ মাজত সূৰ্যই ১২ বাৰ ৰাশি পৰিবৰ্তন কৰে৷ প্ৰতিটো ৰাশিত মুঠ এমাহ ধৰি অৱস্থান কৰে সূৰ্যই৷ সেই হিচাপত ১২ ৰাশি চক্ৰই এবাৰ প্ৰদক্ষিণ কৰি আহিবলৈ সূৰ্যৰ ১২ মাহ সময় লাগে৷ আকৌ নিৰ্দিষ্ট সময়ৰ ব্যৱধানত নক্ষত্ৰও পৰিবৰ্তন কৰে সূৰ্যই৷

দীপাৱলিৰ পূৰ্বে সূৰ্যই কন্যা ৰাশিৰ পৰা তুলা ৰাশিত গমন কৰিব৷ আগন্তুক ২০ অক্টোবৰত দীপাৱলি৷ তাৰ পূৰ্বে আজি অৰ্থাৎ ১৮ তাৰিখে ধনতেৰছ৷ তাৰ ঠিক এদিন পূৰ্বে অৰ্থাৎ ১৭ অক্টোবৰত সূৰ্যৰ গতি পৰিবৰ্তন হ’ব৷ সূৰ্যৰ তুলা ৰাশিত গোচৰে কিছু ৰাশিৰ জীৱনত দুৰ্ভাগ্য কঢ়িয়াই আনিব পাৰে৷ কোন কোন সতৰ্ক নহলে বিপদত পৰিব?

মেষ ৰাশি

সূৰ্যৰ প্ৰভাৱত মেষ ৰাশিৰ দুঃসময় আহিব পাৰে৷ এই সময়ত খং নিয়ন্ত্ৰণ কৰক৷ অন্যথা বিবাদত সোমাই পৰিব পাৰে৷ হঠাৎ কাকোৱেই বিশ্বাস নকৰিব৷ আৰ্থিক সংকটত সোমাই পৰাৰ আশংকা আছে৷ খাদ্যভাষ ঠিকে নাৰাখিলে ৰোগত ভূগিব পাৰে৷ খুব কাষৰ কোনোবাই বিশ্বাসঘাতকতা কৰিব পাৰে৷ জীৱনৰ প্ৰতিটো পদত সতৰ্ক থাকক৷ আত্মবিশ্বাস দুৰ্বল থাকিব৷ কোনো ষড়যন্ত্ৰত মান-সন্মানত আঘাত লাগিব পাৰে৷

মিথুন ৰাশি

সূৰ্যই ঘৰ সলনি কৰি মিথুন ৰাশিৰ জীৱন দুৰ্বিষহ কৰি তুলিব৷ কৰ্মক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’ব৷ চাকৰিত অৰ্থ আৰু পদ উভয়েই হেৰুৱাব পাৰে৷ অফিচত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে সম্পৰ্কৰ তিক্ততা আহিব পাৰে৷ আৰ্থিক সমস্যাত পৰিব৷ সম্পত্তি সংক্ৰান্তিয় জটিলতাত পৰিব পাৰে৷

কৰ্কট ৰাশি

তুলা ৰাশিৰ সূৰ্যৰ গমনত পদে পদে চেলেঞ্জৰ মুখত পৰিব কৰ্কট ৰাশিৰ জাতক জাতিকাই৷ অসাবধান হলে অৰ্থ হেৰুৱাব পাৰে৷ অফিচত গুৰুত্বপূৰ্ণ দায়িত্ব হেৰুৱাৰ ভয় আছে৷ কামত মনসংযোগ ব্যাঘাত ঘটিব পাৰে৷ সামান্য কাৰণত কৰ্মক্ষেত্ৰত জটিলতা বাঢ়িব পাৰে৷ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক৷ দীৰ্ঘস্থায়ী ৰোগত ভুগিব পাৰে৷ পেটৰ সমস্যাত ভুগিব পাৰে৷

কন্যা ৰাশি

সূৰ্যৰ অশুভ প্ৰভাৱত হ’ব পাৰে ভয়ংকৰ বিপদ৷ নানান সমস্যাত সোমাই পৰিব পাৰে কন্যা ৰাশিৰ জাতক৷ সংগীৰ সৈতে মতবিৰোধ হ’ব পাৰে৷ সম্পৰ্কত ফাঁট মেলিব পাৰে৷ বিবাহ ভাঙি যোৱাৰ আশংকা আছে৷ সংগীৰ সৈতে ভাৱিচিন্তি কথা কওক৷ মুখৰ কথাৰ বাবে আফচোচ হ’ব পাৰে৷ হাড়ৰ বিষ আৰু ছালৰ সমস্যাত ভূগিব পাৰে৷ মানসিক চাপ বাঢ়িব৷ দুৰ্ঘটনাৰ আশংকা আছে৷ নিজে বাহন চলালে সাবধানে চলাওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ
জীৱনশৈলী

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

October 2, 2026
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ
জীৱনশৈলী

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

October 1, 2026
Next Post
ধনতেৰছত জোৰা ৰাজযোগৰ চমক, প্ৰচুৰ অৰ্থলাভ ৫ ৰাশিৰ, তালিকাত মিথুনসহ কোন কোন আছে?

ধনতেৰছত জোৰা ৰাজযোগৰ চমক, প্ৰচুৰ অৰ্থলাভ ৫ ৰাশিৰ, তালিকাত মিথুনসহ কোন কোন আছে?

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.