• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৬ চনৰ সূৰ্য আৰু চন্দ্ৰগ্ৰহণ কেতিয়া? ভাৰতত সূতককাল কেতিয়া? জানি থওক আগতীয়াকৈয়ে

3 months ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

5 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

6 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৬ চনৰ সূৰ্য আৰু চন্দ্ৰগ্ৰহণ কেতিয়া? ভাৰতত সূতককাল কেতিয়া? জানি থওক আগতীয়াকৈয়ে

২০২৬ চনৰ সূৰ্য আৰু চন্দ্ৰগ্ৰহণ কেতিয়া? ভাৰতত সূতককাল কেতিয়া? জানি থওক আগতীয়াকৈয়ে

editor by editor
November 18, 2025
in জীৱনশৈলী
0
২০২৬ চনৰ সূৰ্য আৰু চন্দ্ৰগ্ৰহণ কেতিয়া? ভাৰতত সূতককাল কেতিয়া? জানি থওক আগতীয়াকৈয়ে
0
SHARES
69
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন বছৰ আহিবলৈ আৰু মাত্ৰ কেইদিনমান বাকী৷ নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে সকলোৱে জানিব খুজিছে আসন্ন বছৰ কেনে হ’ব? কেতিয়া কি উৎসৱ? ইয়াৰ সৈতে আগন্তুক বছৰত কোন দিনা সূৰ্য আৰু চন্দ্ৰগ্ৰহণ ঘটিব সেয়াও জানিবলৈ আগ্ৰহী বহুজন৷ জানি থওক ২০২৬ চনৰ প্ৰথম সূৰ্য আৰু চন্দ্ৰগ্ৰহণ কেতিয়া?

২০২৬ চনৰ প্ৰথম সূৰ্যগ্ৰহণ কেতিয়া?

পঞ্জিকা অনুসৰি ২০২৬ চনৰ প্ৰখম সূৰ্যগ্ৰহণ মঙলবাৰ ১৭ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে৷ ভাৰতত এই গ্ৰহণ দৃশ্যমান নহয়৷ ২০২৬ চনৰ প্ৰথম সূৰ্যগ্ৰহণ ফাগুন মাহৰ কৃষ্ণপক্ষৰ অমাবস্যা তিথিত ঘটিব৷ এই সূৰ্যগ্ৰহণক উল্লেখযোগ্য বুলি ধাৰণা কৰা হৈছে৷ ইয়াক বলয়াকাৰ সূৰ্যগ্ৰহণ বা জুইৰ বলয় হিচাপে চোৱা হয়৷

সূৰ্যগ্ৰহণ কেতিয়া দেখা যাব?

২০২৬ চনৰ ১৭ ফেব্ৰুৱাৰী বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দেখা নাযাব৷ দক্ষিণ পূৰ্ব আফ্ৰিকাৰ এণ্টাৰ্কটিকাত দেখা যাব এই গ্ৰহণ৷ ইয়াৰোপৰি দক্ষিণ আমেৰিকা, প্ৰশান্ত মহাসাগৰ, ভাৰত আৰু আটলাণ্টিক মহাসাগৰৰ কিছু অংশত দৃশ্যমান হব৷

২০২৬ চনৰ প্ৰথম চন্দ্ৰগ্ৰহণ কেতিয়া?

পঞ্জিকা অনুসৰি নতুন বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণ ২০২৬ চনৰ ৩ মাৰ্চত৷ ফাগুন মাহৰ পূৰ্ণিমা তিথিত ঘটিব এই গ্ৰহণ৷ ইয়াৰোপৰি এই দিনটোত হোলিও পৰিছে৷ ভাৰতত দৃশ্যমান হ’বএই গ্ৰহণ৷ এই গ্ৰহণ হ’ব আংশিক চন্দ্ৰগ্ৰহণ৷ কাকতালীয়ভাৱে এই গ্ৰহণ সন্ধিয়া ৬ বাজি ২৬ মিনিটৰ পৰা সন্ধিয়া ৬বাজি ৪৬ মিনিটলৈকে স্থায়ী হ’ব৷ যাৰ সময়কাল মাত্ৰ ২০ মিনিট৷

চন্দ্ৰগ্ৰহণ ক’ৰ পৰা দেখা যাব?

বছৰৰ প্রথম চন্দ্ৰগ্ৰহণ যি ৩ মাৰ্চ ২০২৬তাৰিখে হ’ব৷ এই চন্দ্ৰগ্ৰহণ ভাৰতৰ ওপৰিও অষ্ট্ৰেলিয়া, উত্তৰ আৰু দক্ষিণ আমেৰিকাসহ বহু দেশত দেখা যাব৷ যিহেতু এই গ্ৰহণ ভাৰতত দৃশ্যমান হ’ব সেয়ে ইয়াৰ সূতক কাল ইয়াত প্ৰযোজ্য হ’ব৷ এই গ্ৰহণ ভাৰতত দৃশ্যমান হ’ব৷ ইয়াৰ সূতককাল ইয়াতো প্ৰযোজ্য হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
বিশ্বজুৰি ইণ্টাৰনেট বিপৰ্যয়! X, ChatGPT-সহ ডাউন বহু ৱেবচাইট, আঁৰত কি বৃহৎ কাৰণ?

২০২৬ চনত শুক্ৰাদিত্য ৰাজযোগ, এই ৩টা ৰাশিৰ বাবে উপকাৰী হ’ব এই যোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন