• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেৱীপক্ষত ভাগ্য সলনি, আজিৰ পৰাই সূৰ্যৰ দৰে চমকিব ৪ৰাশি

দেৱীপক্ষত ভাগ্য সলনি, আজিৰ পৰাই সূৰ্যৰ দৰে চমকিব ৪ৰাশি

7 months ago
বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

7 minutes ago
বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

29 minutes ago
EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

2 hours ago
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

2 hours ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

5 hours ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

6 hours ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

8 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

8 hours ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

9 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

10 hours ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

10 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দেৱীপক্ষত ভাগ্য সলনি, আজিৰ পৰাই সূৰ্যৰ দৰে চমকিব ৪ৰাশি

দেৱীপক্ষত ভাগ্য সলনি, আজিৰ পৰাই সূৰ্যৰ দৰে চমকিব ৪ৰাশি

editor by editor
September 27, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
দেৱীপক্ষত ভাগ্য সলনি, আজিৰ পৰাই সূৰ্যৰ দৰে চমকিব ৪ৰাশি
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ২৭ ছেপ্টেম্বৰত সূৰ্যই তাৰ নক্ষত্ৰ পৰিবৰ্তন কৰিব, যিয়ে সকলো ৰাশিৰ জীৱনত বিভিন্নধৰণে প্ৰভাৱ পেলাব৷ জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনক ব্যক্তিৰ জীৱনতো উল্লেখযোগ্য পৰিবৰ্তনৰ লক্ষণ হিচাপে বিবেচনা কৰা হয়৷ এইবাৰ সূৰ্যই উত্তৰ ফাল্গুনী নক্ষত্ৰ ত্যাগ কৰি হস্ত নক্ষত্ৰত প্ৰৱেশ কৰিব৷ উত্তৰ ফাল্গুনী নক্ষত্ৰত সম্প্ৰতি সূৰ্যগ্ৰহণো হৈছিল৷ ২৭ ছেপ্টেম্বৰত সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনৰ বিশেষ তাৎপৰ্য আছে৷ এই পৰিবৰ্তনে গ্ৰহণৰ সম্পূৰ্ণ প্ৰভাৱ কাটিব বুলিও বিশ্বাস কৰা হয়৷ যেতিয়া সূৰ্যই হস্ত নক্ষত্ৰত প্ৰৱেশ কৰিব তেতিয়া কিছু ৰাশিৰ জাতকৰ জীৱনলৈ ইতিবাচক পৰিবৰ্তন আৰু সুযোগো আহিব পাৰে৷

এই নক্ষত্ৰ পৰিবৰ্তন কিয় বিশেষ?

জ্যোতিষশাস্ত্ৰৰ দৃষ্টিকোণৰ পৰা এই নক্ষত্ৰ পৰিবৰ্তনক অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি ধাৰণা কৰা হয়৷ কাৰণ সম্প্ৰতি এই উত্তৰ ফাল্গুনী নক্ষত্ৰত সূৰ্যগ্ৰহণ ঘটিছে৷ জ্যোতিষীৰ মতে সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনে গ্ৰহণৰ সমস্ত নেতিবাচক প্ৰভাৱ দূৰ কৰিব৷ হস্ত নক্ষত্ৰত সূৰ্যৰ প্ৰৱেশে বহু ৰাশিৰ জীৱনলৈ ইতিবাচক পৰিবৰ্তন আনিব পাৰে৷ হস্ত নক্ষত্ৰত সূৰ্যৰ গোচৰে কেৱল চৰকাৰী কাম আৰু সামাজিক প্ৰতিপত্তিৰ বাবেই শুভ হব তেনে নহয়, বৰং আত্মবিশ্বাস আৰু শক্তিও বৃদ্ধি কৰিব৷

কি কি ৰাশিৰ ভাগ্য উজলি উঠিব?

সূৰ্যৰ এই নক্ষত্ৰ পৰিবৰ্তন ৪ ৰাশিৰ বাবে বিশেষভাৱে শুভ আৰু ফলপ্ৰসূ হব৷ জানি থওক এই ৰাশিসমূহ কি কি?

বৃষ ৰাশি

এই সময় বৃষ ৰাশিৰ জাতকৰ বাবে আৰ্থিক আৰু পেছাগত উভয় দিশৰ পৰাই অত্যন্ত লাভজনক হব৷ পদোন্নতি, নতুন চাকৰি বা ব্যৱসায়ত সাফল্যৰ সম্ভাৱনা বৃদ্ধি পাব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্য আৰু পাৰিবাৰিক বিষয়ত উন্নতি হব৷ দীৰ্ঘদিনৰ সমস্যাৰ সমাধান হব৷ ইয়াৰোপৰি শিক্ষা আৰু কৰ্মজীৱনৰ ক্ষেত্ৰতো শুভ ফলাফল অৰ্জন কৰিব পাৰে৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময় ভ্ৰমণ আৰু বিনিয়োগৰ বাবে খুবেই উপকাৰী হব৷ নতুন ব্যৱসায়িক পৰিকল্পনা সফল হব আৰু আৰ্থিক লাভৰ সম্ভাৱনা আছে৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময় ব্যক্তিগত আৰু পেছাগত জীৱনৰ সুখ আৰু সাফল্যৰ প্ৰতীক৷ পৰিয়ালৰ মাজতো শান্তি আৰু সুখ বৃদ্ধি পাব আৰু নতুন সম্পৰ্ক দৃঢ় হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?
জীৱনশৈলী

বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

April 17, 2026
বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি
বিনোদন

বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

April 17, 2026
EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ
বাণিজ্য

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

April 17, 2026
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ
জীৱনশৈলী

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

April 17, 2026
Next Post
পঞ্চমীত মঙলৰ ৰাজযোগত কঁপাল খুলিব, পূজাৰ বতৰতে সুখবৰ পাব এই ৪ৰাশিৰ জাতকে

পঞ্চমীত মঙলৰ ৰাজযোগত কঁপাল খুলিব, পূজাৰ বতৰতে সুখবৰ পাব এই ৪ৰাশিৰ জাতকে

তীব্ৰগতিত আগুৱাইছে জুবিন গাৰ্গৰ মৃত্যু তদন্ত, ৬ অক্টোবৰৰ ভিতৰত অভিযুক্ত হাজিৰ হ’ব লাগিব CID কাৰ্যালয়ত

তীব্ৰগতিত আগুৱাইছে জুবিন গাৰ্গৰ মৃত্যু তদন্ত, ৬ অক্টোবৰৰ ভিতৰত অভিযুক্ত হাজিৰ হ’ব লাগিব CID কাৰ্যালয়ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.