কংগ্ৰেছ এৰিলে প্ৰাক্তন সাংসদ সুস্মিতা দেৱে। সর্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভাপতি আছিল দেৱ। পদত্যাগক লৈ সৰৱ জ্যেষ্ঠ কংগ্ৰেছী। কংগ্ৰেছত ব্যাপক সংস্কাৰৰ দাবী জ্যেষ্ঠ নেতাৰ।