• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বোৰ্খা পিন্ধি ৰাস্তালৈ ওলালেই দিব লাগিব ৮২ হাজাৰ টকাৰ জৰিমনা, ক’ত লাঘু হৈছে ‘বোৰ্খা বাতিল আইন’?

বোৰ্খা পিন্ধি ৰাস্তালৈ ওলালেই দিব লাগিব ৮২ হাজাৰ টকাৰ জৰিমনা, ক’ত লাঘু হৈছে ‘বোৰ্খা বাতিল আইন’?

3 years ago
সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

1 hour ago
নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

2 hours ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

আজিৰে পৰা পুহ মাহ আৰম্ভ, অহা ৩০ দিনলৈ ভুলতো নকৰিব এই ৬ টা কাম

5 hours ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

15 hours ago
অৱশেষত অধিবক্তা পালে জুবিন গাৰ্গৰ হ***ত্যাৰ অভিযোগত অভিযুক্তই, ৭ অভিযুক্তৰ হৈ ন্যায়ালয়ত যুঁজ দিব এইগৰাকী অধিবক্তাই

অৱশেষত অধিবক্তা পালে জুবিন গাৰ্গৰ হ***ত্যাৰ অভিযোগত অভিযুক্তই, ৭ অভিযুক্তৰ হৈ ন্যায়ালয়ত যুঁজ দিব এইগৰাকী অধিবক্তাই

16 hours ago
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

16 hours ago
১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

17 hours ago
বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে

বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে

17 hours ago
ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে

ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে

17 hours ago
২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…

২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…

18 hours ago
বুধ-শনিৰ কেন্দ্ৰ দৃষ্টি যোগ, মাহৰ শেষৰ পৰাই ৫ৰাশিৰ ‘আচ্ছে দিন’

বুধ-শনিৰ কেন্দ্ৰ দৃষ্টি যোগ, মাহৰ শেষৰ পৰাই ৫ৰাশিৰ ‘আচ্ছে দিন’

19 hours ago
ৰেকৰ্ড গঢ়ি ২৫ কোটি ২০ লাখত KKR য়ে ক্ৰয় কৰিলেও কেমৰণে পাব ১৩কোটিহে, বাকী ১২ কোটি ২০ লাখ ধন ক’লৈ যাব?

ৰেকৰ্ড গঢ়ি ২৫ কোটি ২০ লাখত KKR য়ে ক্ৰয় কৰিলেও কেমৰণে পাব ১৩কোটিহে, বাকী ১২ কোটি ২০ লাখ ধন ক’লৈ যাব?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, December 17, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

বোৰ্খা পিন্ধি ৰাস্তালৈ ওলালেই দিব লাগিব ৮২ হাজাৰ টকাৰ জৰিমনা, ক’ত লাঘু হৈছে ‘বোৰ্খা বাতিল আইন’?

editor by editor
October 13, 2022
in অপৰাধ, জীৱনশৈলী, ফেশ্বন, বিশ্ব
0
বোৰ্খা পিন্ধি ৰাস্তালৈ ওলালেই দিব লাগিব ৮২ হাজাৰ টকাৰ জৰিমনা, ক’ত লাঘু হৈছে ‘বোৰ্খা বাতিল আইন’?
0
SHARES
487
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘বোৰ্খা পিন্ধি ৰাস্তালৈ নোলাব। বোৰ্খা পিন্ধি ওলালেই ভৰিব লাগিব ফাইন। ধৰ্মৰ অজুহাত কোনোবাই দিলেই দিব লাগিব মোটা অংকৰ জৰিমনা।’ হিজাব বিৰোধী আন্দোলনে ইৰাণত ভয়াৱহ ৰূপ লোৱাৰ সময়তে ছুইজাৰলেণ্ডতো লাঘু হৈছে নতুন নিয়ম। ছুইজাৰলেণ্ডত ‘বোৰ্খা বাতিল আইন’ কঠোৰভাৱে ৰূপায়নৰ সিদ্ধান্ত লৈছে চৰকাৰে।

প্ৰস্তাৱিত আইনমতে, মুখ ঢাকি ছুইজাৰলেণ্ডৰ ৰাস্তাত ওলালেই ৯০০ পাউণ্ড জৰিমনা ভৰিব লাগিব। ভাৰতীয় মুল্যত এই ধন হ’ব ৮২ হাজাৰ টকা। এই আইনৰ খচৰা প্ৰকাশ কৰিছে ছুইজাৰলেণ্ড চৰকাৰে। খচৰাত উল্লেখ থকা অনুসৰি কিছু ক্ষেত্ৰত এই আইন শিথিলো কৰা হ’ব। কুটনৈতিক ক্ষেত্ৰ, ধৰ্মীয় স্থান বা বিমানত যোৱাৰ সময়ত কোনো মহিলা বা যুৱতীয়ে ইচ্ছা অনুসৰি বোৰ্খা পিন্ধিব পাৰে। ইৰাণৰ আন্দোলন চলি থকাৰ সময়তে ছুইজাৰলেণ্ড চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক লৈ আন্তৰ্জাতিক মহলতো আৰম্ভ হৈছে চৰ্চা।

উল্লেখ্য যে ২০২১ চনতেই ছুইজাৰলেণ্ড প্ৰশাসনে জাৰি কৰিছিল ‘বোৰ্খা বাতিল আইন’। ইউৰোপৰ বহুকেইখন দেশতেই ইতিমধ্যে বোৰ্খা সম্পূৰ্ণৰূপে নিষিদ্ধ। ২০১১ চনত পোনতে বোৰ্খা নিষিদ্ধ কৰিছিল ইউৰোপীয়ান দেশ ফ্ৰান্সে। পৰবৰ্তীসময়ত ডেনমাৰ্ক, অষ্ট্ৰিয়া, নেদাললেণ্ডৰ লগতে বুলগেৰীয়াতো বোৰ্খা নিষিদ্ধ কৰা হৈছে। ছুইজাৰলেণ্ড চৰকাৰে প্ৰকাশ কৰা মতে, ছুইজাৰলেণ্ডৰ মুঠ জনসংখ্যাৰ মাত্ৰ ৫ শতাংশহে মুছলমান সম্প্ৰদায়ৰ লোক। দেশখনৰ অধিকাংশই তুৰ্কী, কছোভাৰ বুলি প্ৰকাশ কৰিছে ছুইচ প্ৰশাসনে।

হিজাব বিৰোধী আন্দোলন চলি থকাৰ সময়তে বোৰ্খাৰ বিৰুদ্ধেও সৰৱ হোৱা দেখা গৈছে ইৰাণী মহিলাক। সম্প্ৰতি ইৰাণৰ হিজাব বিৰোধী সমৰ্থনেৰে বিবস্ত্ৰা হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে ইৰানী মডেল তথা অভিনেত্ৰী এলনাজ নৰোজীয়ে। নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইলত বিশেষ ভিডিঅ’টো পষ্ট কৰিছে মডেলগৰাকীয়ে। পষ্টৰ কেপচনত মডেলগৰাকীয়ে লিখিছে, ‘কোনে কি পিন্ধে সেয়া একান্তই ব্যক্তিগত বিষয়। কোনেও কাৰো ওপৰত পোছাক বিধি জাপি দিয়াৰ অধিকাৰ নাই।’ আনহাতে এই হিজাব বিৰোধী আন্দোলনতে ২২ বছৰীয়া এগৰাকী ইৰানী যুৱতীৰ মৃত্যু হৈছে। যুৱতীগৰাকীৰ মৃত্যুৰ পিছৰে পৰাই হিজাব বিতৰ্কত উত্তপ্ত হৈ আছে মধ্য প্ৰাচ্যৰ একমাত্ৰ চিয়া সম্প্ৰদায়প্ৰধান দেশ ইৰাণ। এই আন্দোলনত বৰ্তমানলৈ ৯০-ৰো অধিক লোকে সাবটি লৈছে মৃত্যুক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা
বিশ্ব

সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

December 17, 2025
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত
জীৱনশৈলী

আজিৰে পৰা পুহ মাহ আৰম্ভ, অহা ৩০ দিনলৈ ভুলতো নকৰিব এই ৬ টা কাম

December 17, 2025
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত
জীৱনশৈলী

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

December 16, 2025
অৱশেষত অধিবক্তা পালে জুবিন গাৰ্গৰ হ***ত্যাৰ অভিযোগত অভিযুক্তই, ৭ অভিযুক্তৰ হৈ ন্যায়ালয়ত যুঁজ দিব এইগৰাকী অধিবক্তাই
অসম

অৱশেষত অধিবক্তা পালে জুবিন গাৰ্গৰ হ***ত্যাৰ অভিযোগত অভিযুক্তই, ৭ অভিযুক্তৰ হৈ ন্যায়ালয়ত যুঁজ দিব এইগৰাকী অধিবক্তাই

December 16, 2025
Next Post
‘মনবোৰ বহল কৰক, লুঙী পিন্ধা মিঞা একোজনো স্বাভীমানী অসমীয়া’, বিধায়ক শ্বেৰমানে কি ক’লে লুঙী প্ৰসংগত?

'মনবোৰ বহল কৰক, লুঙী পিন্ধা মিঞা একোজনো স্বাভীমানী অসমীয়া’, বিধায়ক শ্বেৰমানে কি ক’লে লুঙী প্ৰসংগত?

‘পাৰফিউম বিক্ৰি কৰি টুইটাৰ ক্ৰয় কৰিম’, টেছলাৰ মালিক এলন মাস্কে বিক্ৰি কৰা পাৰফিউম কিনিব পাৰে আপুনিও, সবিশেষ জানিবলৈ ক্লিক কৰক…

'পাৰফিউম বিক্ৰি কৰি টুইটাৰ ক্ৰয় কৰিম’, টেছলাৰ মালিক এলন মাস্কে বিক্ৰি কৰা পাৰফিউম কিনিব পাৰে আপুনিও, সবিশেষ জানিবলৈ ক্লিক কৰক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.