Tag: assam ka tazza khabar

‘মহিলাই যৌন উত্তেজনক কাপোৰৰ পিন্ধিলে যৌন নিৰ্যাতনৰ অভিযোগ বিবেচনা কৰা নহ’ব!’

‘মহিলাই যৌন উত্তেজনক কাপোৰৰ পিন্ধিলে যৌন নিৰ্যাতনৰ অভিযোগ বিবেচনা কৰা নহ’ব!’

কেৰালাৰ এখন আদালতে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে৷ আদালতৰ মতে মহিলাই যৌন উত্তেজক কাপোৰ পিন্ধাৰ সময়ত সন্মুখীন হোৱা যৌন নিৰ্যাতনৰ অভিযোগ ...

চিনেমাৰ ষ্টাইলত পিষ্টল দেখুওৱাই ব্যৱসায়ীৰ পৰা লুটিলে ৬ লাখ টকা, চাওক ভিডিঅ’…

চিনেমাৰ ষ্টাইলত পিষ্টল দেখুওৱাই ব্যৱসায়ীৰ পৰা লুটিলে ৬ লাখ টকা, চাওক ভিডিঅ’…

বুধবাৰে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত এজন ব্যৱসায়ীৰ পৰা পিষ্টল দেখুওৱাই ৬ লাখ টকা লুটি নিলে তিনিজনীয়া ডকাইতৰ এটা দলে৷ মুখত কাপোৰ ...

আনৰ পত্নীৰ সৈতে নিজ পত্নীক তুলনা আৰু ঠাট্টা-মস্কৰা কৰা বন্ধ কৰক স্বামীয়ে, নহ’লে?

আনৰ পত্নীৰ সৈতে নিজ পত্নীক তুলনা আৰু ঠাট্টা-মস্কৰা কৰা বন্ধ কৰক স্বামীয়ে, নহ’লে?

পুৰুষতান্ত্ৰিক সমাজত বুলিয়ে কেৱল নহয় হকে বিহকে যেতিয়া তেতিয়াই একাংশ স্বামীয়ে নিজ পত্নীক আন নাৰীৰ সৈতে তুলনা কৰি হেয় কৰিবলৈ ...

শিক্ষাগুৰুৰ লজ্জাজনক কাণ্ড! ৭ম শ্ৰেণীৰ ছাত্ৰী প্ৰেমিকা পলুৱাই নিলে শিক্ষক জাকিৰ হুছেইনে

শিক্ষাগুৰুৰ লজ্জাজনক কাণ্ড! ৭ম শ্ৰেণীৰ ছাত্ৰী প্ৰেমিকা পলুৱাই নিলে শিক্ষক জাকিৰ হুছেইনে

প্ৰেমত ঘূৰে ভূমণ্ডল, প্ৰেমত ফুলে শতদল। প্ৰেম হেনো কৰা নাযায়, প্ৰেম হৈ যায় নিজে নিজে। প্ৰেম বোলে দুৰন্ত, ইয়াৰ নিজস্ব ...

মহিলাক ঋতুস্ৰাৱকালীন সামগ্ৰী বিনামূল্যে প্ৰদান কৰিবলৈ আইন বলৱৎ

মহিলাক ঋতুস্ৰাৱকালীন সামগ্ৰী বিনামূল্যে প্ৰদান কৰিবলৈ আইন বলৱৎ

আজিও সমগ্ৰ বিশ্বতে পৰম্পৰাৰ নামত বহুতো ভ্ৰান্ত ধাৰণা আৰু অন্ধবিশ্বাস চলি আছে। ইয়াৰ মাজত মহিলাৰ ঋতুস্ৰাৱক লৈ থকা ভ্ৰান্ত ধাৰণা ...

সাৱধান হওক স্বামীসকল! পত্নীক অত্যাচাৰ কৰিলে এৰিব লাগিব নিজৰে ঘৰ!

সাৱধান হওক স্বামীসকল! পত্নীক অত্যাচাৰ কৰিলে এৰিব লাগিব নিজৰে ঘৰ!

এক ঐতিহাসিক ৰায় প্ৰদান কৰিছে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে৷ ঘৰুৱা বিবাদৰ এটা গোচৰৰ শুনানি গ্ৰহণ কৰি মাদ্ৰাছ উচ্চ ন্যায়ালয়ে পত্নীক অত্যাচাৰ ...

কিয় নিজৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰী কণিষ্কা ছোনী? কি ক’লে অভিনেত্ৰীগৰাকীয়ে?

কিয় নিজৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰী কণিষ্কা ছোনী? কি ক’লে অভিনেত্ৰীগৰাকীয়ে?

গুজৰাটৰ ক্ষমা বিন্দুৱে নিজৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ খবৰটোৱে সংবাদ শিৰোনাম দখল কৰাৰ লগতে মানুহক আচৰিত কৰি তুলিছিল। একে সময়তে ...

‘তোমাৰ সৈতে বিয়া হ’লেও প্ৰেমিকৰ সৈতে মোৰ সম্পৰ্ক থাকিব’, পত্নীৰ এই দাবীৰ পিছত কি হ’ল?

‘তোমাৰ সৈতে বিয়া হ’লেও প্ৰেমিকৰ সৈতে মোৰ সম্পৰ্ক থাকিব’, পত্নীৰ এই দাবীৰ পিছত কি হ’ল?

মধ্যপ্ৰদেশৰ এক পাৰিবাৰিক আদালতে বিবাহ বিচ্ছেদৰ গোচৰত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। কোনো বৈধ তথা উপযুক্ত কাৰণ অবিহনে স্বামীৰ সৈতে পত্নীয়ে ...

২১৫ কোটি ধন দাবীৰ অভিযোগ! সংকটত বলিউদৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেছ!

২১৫ কোটি ধন দাবীৰ অভিযোগ! সংকটত বলিউদৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেছ!

মহাপ্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰ গোচৰত বলিউদৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেছো সংকটৰ সন্মুখীন হ’ব পাৰে! অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ইডিয়ে চাৰ্জশ্বিট দাখিল কৰিছে। ইডিএ অভিনেত্ৰীগৰাকীয়ে ...

Page 90 of 224 1 89 90 91 224

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]