চকী নিদিলে মূঢ়া দিয়ক, মূঢ়া নিদিলে পীৰা দিয়ক
ৰাজনীতিত যোগ দি ৩ জন গায়কে চকী গোটালে। হেঙেৰাবাৰীতহে বোলে চকীতো বাদেই, মূঢ়াও নাপাই একাংশ গায়ক-বাদকে থেনথেনাইছে।
ৰাজনীতিত যোগ দি ৩ জন গায়কে চকী গোটালে। হেঙেৰাবাৰীতহে বোলে চকীতো বাদেই, মূঢ়াও নাপাই একাংশ গায়ক-বাদকে থেনথেনাইছে।
অগপই কমলা কলিতাক টিকট দিব পলাশবাৰীত। ছয়গাঁৱত নাই গণভিত্তি,পলাশবাৰীত নাই জনপ্ৰিয়তা। কিয় পলাশবাৰীলৈ ঢাপলি কমলা কলিতাৰ?
২০২১ত মুখ্যমন্ত্ৰিত্বৰ আকাংক্ষা APCCৰ সভাপতি ৰিপুন বৰাৰ।কংগ্ৰেছ-AIUDFৰ মিত্ৰতা, বিজেপি বিধায়কৰ কংগ্ৰেছত যোগদান, সমগ্ৰ বিষয় সামৰি এটা বিশেষ সাক্ষাৎকাৰ।
গায়ক-গায়িকা, অভিনেতা-অভিনেত্ৰীৰ কংগ্ৰেছ-বিজেপিত যোগদান। সুৰ সলনি হ’ল বহু গায়ক-গায়িকাৰ। ক’লৈ গ’ল CAAবিৰোধী স্থিতি? দুখন যোগদান পিষ্ট সামাজিক দূৰত্ব।
তৰুণ গগৈৰ বাসগৃহত কংগ্ৰেছ ক’ৰ কমিটীৰ বৈঠক। AIUDFৰে মিত্ৰতাৰ প্ৰসংগত মতানৈক্য। সকলো অৱশ্যে একমতত উপনীত--বিজেপিক ৰুধিবলৈ মহাজোঁট বন্ধন অনিবাৰ্য।
ৰাজনীতি এৰিবলৈ সাজু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ!
মুখ্যমন্ত্ৰীৰ চকীক লৈ টনা-আঁজোৰা। বিশ্বাসৰ অযোগ্য হিমন্ত বিশ্ব। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মন্তব্য।
[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]
You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.
Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com
© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.