সীমাৰ দৰেই বাংলাদেশৰ পৰা প্ৰেমৰ বাবে আহিছিল জুলি! অজয়ৰ সৈতে বিবাহ, তাৰপিছতেই অজয়ৰ বাংলাদেশ যাত্ৰা, কিন্তু বাংলাদেশ গৈয়েই সন্ধানহীন অজয়, প্ৰকৃত ঘটনা কি?
অসম লাইভ২৪ঃ পাকিস্তানৰ সীমা হাইদৰ আৰু গ্ৰেটাৰ নয়ডাৰ শচীন মীনাৰ প্ৰেমকাহিনীৰ গল্প এতিয়া দেশত অন্যতম চৰ্টিত বিষয় হৈ পৰাৰ সময়তেই ...















