‘খেলতকৈ ধৰ্মৰ স্থান সদায়ে আগত, ইছলাম ধৰ্ম মানি বাকী জীৱন কটাব খোজো!’ ১৮ বছৰতেই ক্ৰিকেটক বিদায় দিলে পাকিস্তানৰ মহিলা ক্ৰিকেটাৰে
অসম লাইভ২৪ঃ মাত্ৰ ১৮ বছৰ বয়সতেই সম্ভাৱনাময় কেৰিয়াৰ বাদ দিলে। উদ্দেশ্য ইছলাম ধৰ্ম প্ৰচাৰ কৰাৰ। পাকিস্তানৰ মহিলা ক্ৰিকেট দলৰ আগশাৰীৰ ...
















