এম এছ ধোনীৰ ওপজাদিন, ৪২ বছৰ বয়সতেই ধোনীৰ সফলতা আকাশচুম্বী, এখন ৰাজ্যৰ সৰ্বাধিক কৰদাতা ধোনীৰ মুঠ সম্পত্তিৰ পৰিমাণ কিমান জানেনে?
অসম লাইভ২৪ঃ আন্তৰ্জাতিক ক্ৰিকেটত প্ৰাক্তন হ’লেও, ক্ৰিকেটত তেওঁ প্ৰাক্তন নহয়। আইপিএলত এতিয়াও পূণ্যৰ্দমেই খেলি আছে মহেন্দ্ৰ সিং ধোনীয়ে। সকলো ঠিকেঠাকে ...















