কৰ্ণাটকৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব নালাগে ছাভাৰকাৰৰ জীৱনী! নতুনকৈ কি কি সংযোজিত হ’ব পাঠ্যপুথিত?
অসম লাইভ২৪ঃ ক্ষমতালৈ আহিয়েই কংগ্ৰেছে কৰ্ণাটকবাসীক দিয়া এটাৰ পাছত আনটো প্ৰতিশ্ৰুতি পূৰণ কৰিছে। নিৰ্বাচনী ইস্তাহাৰত থকা ৫টা প্ৰতিশ্ৰুতিয়ে প্ৰথমখন কেবিনেটতেই ...
অসম লাইভ২৪ঃ ক্ষমতালৈ আহিয়েই কংগ্ৰেছে কৰ্ণাটকবাসীক দিয়া এটাৰ পাছত আনটো প্ৰতিশ্ৰুতি পূৰণ কৰিছে। নিৰ্বাচনী ইস্তাহাৰত থকা ৫টা প্ৰতিশ্ৰুতিয়ে প্ৰথমখন কেবিনেটতেই ...
অসম লাইভ২৪ঃ বিতৰ্কিত লেখিকা শিখা শৰ্মাক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে। হত্যাৰ বলি হোৱা বিজেপি নেত্ৰী জোনালী নাথক লৈ অশালীন পোষ্ট ...
অসম লাইভ২৪ঃ প্ৰৱল ঘূৰ্ণীবতাহ 'বিপৰ্যয়’এ বৃহস্পতিবাৰে ভয়ংকৰৰূপ ধাৰণ কৰিছে। শুকুৰবাৰেও বিপৰ্যয়ৰ তাণ্ডৱ অব্যাহত আছে গুজৰাটকে আদি কৰি চুবুৰীয়া কেইবাখনো ৰাজ্যত। ...
অসম লাইভ২৪ঃ ৰেচনতন্ত্ৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অংগটোৱেই হৈছে কিডনী বা বৃক্ক৷ বৃক্কৰ কাম হৈছে তেজত থখা দূষিত পদাৰ্থসমূহ চেকি উলিওৱা৷ ইয়াৰোপৰি ...
অসম লাইভ২৪ঃ মাত্ৰ ১৪ বছৰ বয়সতেই বিয়া হৈছিল। বিবাহপাশত আৱদ্ধ হোৱাৰ বাবেই পঢ়াশুনাও এৰিব লগা হৈছিল। তাৰপিছত ১৮ বছৰ বয়সত ...
অসম লাইভ২৪ঃ বাংলাদেশত বাঢ়িছে বিবাহবিচ্ছেদিতৰ সংখ্যা। সকলোতকৈ বেছি বিবাহবিচ্ছেদ হৈছে ঢাকাত। ঢাকাত ২০২৩ বৰ্ষত ১৩ হাজাৰৰো অধিক বিবাহবিচ্ছেদ হৈছে। প্ৰায় ...
অসম লাইভ২৪ঃ ৰাজনীতিত নচলে কি? ৪০০ গাড়ীৰ কনভয় লৈ ঘৰৰ লৰা ঘৰলৈ উভতিছে। কংগ্ৰেছৰ পৰা গেৰুৱা হোৱা বৈজনাথ সিঙে পুনৰ ...
অসম লাইভ২৪ঃ সপ্তম শ্ৰেণীত পঢ়ি থকাৰ পৰাই মন স্থিৰ কৰিছিল UPSC পৰীক্ষা দিব। পৰবৰ্তীসময়ত সেইমতেই পঢ়াশুনাও চলাই গৈছিল। ১০ বছৰ ...
অসম লাইভ২৪ঃ ১২ সদস্যবিশিষ্ট মণিপুৰৰ মন্ত্ৰীসভাৰ একমাত্ৰ মহিলা মন্ত্ৰী নেমছা কিগপেনৰ ঘৰ জ্বলাই দিলে দুৰ্বৃত্তই। বুধবাৰে নিশা তেওঁৰ ঘৰত অগ্নিসংযোগ ...
অসম লাইভ২৪ঃ আৰম্ভ হ’ল জোনমনি ৰাভাৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া। জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব লোৱাৰ পিছতেই কালি নিশা গুৱাহাটীত উপস্থিত ...
[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]
You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.
Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com
© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.