Tag: Best News Portal of Assam

প্ৰথমে পাতিছিল প্ৰেমৰ জাল! হাৰিয়ানালৈ নি ৬০ হাজাৰ টকাত বিক্ৰি কৰিলে প্ৰেয়সীক…

প্ৰথমে পাতিছিল প্ৰেমৰ জাল! হাৰিয়ানালৈ নি ৬০ হাজাৰ টকাত বিক্ৰি কৰিলে প্ৰেয়সীক…

অসম লাইভ২৪ঃ মাত্ৰ ৬০ হেজাৰ টকাত হাৰিয়ানাত প্ৰেমিকাক বিক্ৰী। আৰক্ষীৰ জালত অপহৰণকাৰী নাৰী সৰবহকাৰী প্ৰেমিক ওছমান আলী৷ এই জঘন্য ঘটনা ...

ৰাজ্যত ধাৰাবাহিক পথ দূৰ্ঘটনা! লংকাত ট্ৰেক্টৰৰ খুন্দাত প্ৰাণ হেৰুৱালে কলেজীয়া ছাত্ৰীয়ে…

ৰাজ্যত ধাৰাবাহিক পথ দূৰ্ঘটনা! লংকাত ট্ৰেক্টৰৰ খুন্দাত প্ৰাণ হেৰুৱালে কলেজীয়া ছাত্ৰীয়ে…

অসম লাইভ২৪ঃ ৰাজ্যত ধাৰাবাহিকভাৱে সংঘটিত হৈছে পথ দূৰ্ঘটনা৷ লংকাত ট্ৰেক্টৰৰ খুন্দাত প্ৰাণ হেৰুৱালে এগৰাকী কলেজীয়া ছাত্ৰীয়ে৷ দূৰ্ঘটনাত গুৰুতৰভাৱে আহত আন ...

মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিয়েই ৰমাকান্তই ক’লে বাঘ হাজৰিকা আছিল…

মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিয়েই ৰমাকান্তই ক’লে বাঘ হাজৰিকা আছিল…

অসম লাইভ২৪ঃ বাঘ হাজৰিকাৰ অস্তিত্বক লৈ বাৰে বাৰে উত্থাপিত হৈ আছে প্ৰশ্ন৷ অসম বুৰঞ্জীত বাঘ হাজৰিকাৰ কোনো অস্তিত্ব নাই বুলিয়েই ...

হাতে-কামে লাগিছে অসম আৰক্ষী! বৰমালা পিন্ধায়েই দৰা হ’ল ৰঙাঘৰৰ আলহী

হাতে-কামে লাগিছে অসম আৰক্ষী! বৰমালা পিন্ধায়েই দৰা হ’ল ৰঙাঘৰৰ আলহী

অসম লাইভ২৪ঃ বিয়া কৰাবলৈ গৈ ৰঙাঘৰৰ আলহী হ’ল দৰা। বৰমালা পিন্ধিয়েই পোনে পোনে থানালৈ দৰা। ঘটনাটো নগাওঁৰ ৰূপহীহাটৰ। বিয়া পাতিবলৈ ...

দৈনিক ৮ ঘণ্টাতকৈ কম টোপনি হয়? বাঢ়ি যাব পাৰে হাৰ্টৰ ৰোগৰ লগতে এইকেইটা ৰোগ…

দৈনিক ৮ ঘণ্টাতকৈ কম টোপনি হয়? বাঢ়ি যাব পাৰে হাৰ্টৰ ৰোগৰ লগতে এইকেইটা ৰোগ…

অসম লাইভ২৪ঃ নিউইয়ৰ্কৰ ইনষ্টিটিউট অৱ কাৰ্ডিঅ’ভাছকুলাৰ ৰিচাৰ্ছৰ এক গৱেষণাত পোহৰলৈ অহা তথ্যমতে নিদ্ৰাহীনতাই হাৰ্টৰ ওপৰত গভীৰভাৱে প্ৰভাৱ পেলায়। নিদ্ৰাহীনতাৰ বাবেই ...

তীব্ৰবেগী বাছে মহটিয়াই নিলে বাইক আৰোহী পিতৃ-কন্যাক, থিতাতে নিহত সংবাদকৰ্মী ডলী হাজৰিকা

তীব্ৰবেগী বাছে মহটিয়াই নিলে বাইক আৰোহী পিতৃ-কন্যাক, থিতাতে নিহত সংবাদকৰ্মী ডলী হাজৰিকা

অসম লাইভ২৪ঃ এক শোকাৱহ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি ল’লে এগৰাকী সংবাদকৰ্মীয়ে। লখিমপুৰৰ বিহপুৰীয়াৰ সন্তপুৰত ভয়াৱহ পথ দুৰ্ঘটনাত অকালতে প্ৰাণ ...

‘পাঠান’ এ ৪০০ কোটি উপাৰ্জন কৰাৰ পাছতেই মন্নতৰ ছাদৰ পৰা অনুৰাগীক ধন্যবাদ জ্ঞাপন শ্বাহৰুখৰ…

‘পাঠান’ এ ৪০০ কোটি উপাৰ্জন কৰাৰ পাছতেই মন্নতৰ ছাদৰ পৰা অনুৰাগীক ধন্যবাদ জ্ঞাপন শ্বাহৰুখৰ…

অসম লাইভ২৪ঃ বক্স অফিচত পাঠানৰ ধুমুহা। এটাৰ পাছত আনটো ৰেকৰ্ড ভাঙিছে পাঠানে। মাত্ৰ চাৰিদিনতে পাঠানে ৪০০ কোটি উপাৰ্জন কৰিবলৈ সক্ষম ...

মাতৃৰ বিয়োগত ভাঙি পৰা ৰাখীয়ে কিয় হাতযোৰ কৰি ধন্যবাদ জনাইছে শ্বাহৰুখ খানক?

মাতৃৰ বিয়োগত ভাঙি পৰা ৰাখীয়ে কিয় হাতযোৰ কৰি ধন্যবাদ জনাইছে শ্বাহৰুখ খানক?

অসম লাইভ২৪ঃ শনিবাৰে নিশা ৰাখী ছাৱন্তৰ মাতৃৰ বিয়োগৰ পাছতেই বলীউডৰ প্ৰায়সংখ্যক চেলিব্ৰিটিয়েই খবৰ লৈছে ৰাখী ছাৱন্তৰ৷ মাতৃৰ শেষকৃত্যৰ পূৰ্বেই ৰাখীক ...

LIC, SBI য়ে এতিয়াও আদানী গ্ৰুপৰ সৈতে লেন-দেন অব্যাহত ৰাখিছে কিয়? পছোৱা বতাহতেই হাওলি পৰিল আদানী, প্ৰকৃততে হৈছে কি?

LIC, SBI য়ে এতিয়াও আদানী গ্ৰুপৰ সৈতে লেন-দেন অব্যাহত ৰাখিছে কিয়? পছোৱা বতাহতেই হাওলি পৰিল আদানী, প্ৰকৃততে হৈছে কি?

অসম লাইভ২৪ঃ বিগত কেইবাদিনো ধৰি সংবাদ শিৰোনামত গৌতম আদানীৰ শ্বেয়াৰ মাৰ্কেটত হোৱা লোকচানৰ খবৰ। প্ৰকৃততে এটা মাত্ৰ কাৰণতেই হোৰাহোৰে নামি ...

Page 215 of 281 1 214 215 216 281

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]