প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যু। সতীর্থ, ৰাজনীতিক, নেতা, জনতাৰ দৃষ্টিত গগৈ। ষ্টুডিঅ’ত ত্ৰিদীপ ভাগৱতী (ছাত্ৰ) আৰু কল্যাণ বুঢ়াগোহাঁই, সাঃ সম্পাদক, SFI, কামৰূপ মেট্ৰ' ।