• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিহৰণকাৰী, পত্নী-কন্যাক ঘৰৰ ভিতৰত সোমোৱাই অগ্নিসংযোগ হেমন্ত বৰাৰ

শিহৰণকাৰী, পত্নী-কন্যাক ঘৰৰ ভিতৰত সোমোৱাই অগ্নিসংযোগ হেমন্ত বৰাৰ

2 years ago
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

26 minutes ago
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

1 hour ago
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

2 hours ago
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

3 hours ago
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

3 hours ago
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

4 hours ago
আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

5 hours ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

13 hours ago
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

13 hours ago
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

14 hours ago
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

15 hours ago
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শিহৰণকাৰী, পত্নী-কন্যাক ঘৰৰ ভিতৰত সোমোৱাই অগ্নিসংযোগ হেমন্ত বৰাৰ

editor by editor
February 10, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
শিহৰণকাৰী, পত্নী-কন্যাক ঘৰৰ ভিতৰত সোমোৱাই অগ্নিসংযোগ হেমন্ত বৰাৰ
0
SHARES
841
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শিহৰণকাৰী, পত্নী-কন্যাক ঘৰৰ ভিতৰত সোমোৱাই অগ্নিসংযোগ হেমন্ত বৰাৰ

এইখন অসমতে সংঘটিত হৈছে এক অতিকে শিহৰণকাৰী ঘটনা. পত্নী আৰু কন্যাক ঘৰৰ ভিতৰত সোমোৱাই বাহিৰৰ পৰা ঘৰত অগ্নিসংযোগ দানৱৰূপী পিতৃ তথা স্বামীৰ। ৰূপহীহাটৰ লাওঁখোৱাত সংঘটিত হৈছে এই ঘটনা।

বিধ্বংসী অগ্নি কাণ্ডৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰূপহীহাটত। কালি ৯ ফেব্ৰুৱাৰীৰ নিশা ভাগত লাওঁখোৱা তিনিআলী হেমান্ত বৰা নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড।

জুইৰ সুত্ৰপাত ঘটি দুটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হৈ জাহ যায়, লগতে সম্পূৰ্ণ বাসগৃহও সেই জুইত ধ্বংস হৈ পৰে।

অগ্নিকাণ্ডটোৰ ফলত সকলো নথি-পত্ৰৰ লগতে জুইত ভস্মীভূত কেইবালাখ টকাৰ সা-সম্পত্তি । ঘটনাস্থলীত তিনিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ চেষ্টা কৰে।

পাৰিবাৰিক কন্দলৰ বাবেই হেমন্ত বৰা নামৰ লোকজনে পত্নী আৰু কন্যাক ঘৰৰ ভিতৰত আৱদ্ধ কৰি অগ্নি সংযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

অগ্নি সংযোগ কৰিয়ে হেমন্তই পলায়ন কৰিছিল যদিও লাইলুৰীৰ পৰা ৰাইজে আটক কৰি আমবাগান আৰক্ষীক চমজাই দিয়ে। আনহাতে সেই জুইৰ পৰা কোনোমতে ৰক্ষা পৰে মাতৃ-কন্যা। ঘটনাস্থলীত উপস্থিত ৰাইজে উদ্ধাৰ কৰে দুয়ো মাতৃ-কন্যাক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamFire CaselawkhowaMassive fireRupohihat
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?
অসম

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

August 26, 2026
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?
অসম

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

August 25, 2026
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’
বিনোদন

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

August 25, 2026
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন
বিনোদন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

August 25, 2026
Next Post
ককায়েকৰ বিয়াত নাচি থাকোতেই হঠাতে বাগৰি পৰি ভগ্নী নিহত, মুহুৰ্ততে সুখ দুখলৈ পৰিবৰ্তিত

ককায়েকৰ বিয়াত নাচি থাকোতেই হঠাতে বাগৰি পৰি ভগ্নী নিহত, মুহুৰ্ততে সুখ দুখলৈ পৰিবৰ্তিত

ঐশ্বৰ্যই নাকচ কৰা হলীউডৰ এখন চিনেমাই বক্স অফিচ হিট হিচাপে উপাৰ্জন কৰিছিল ৪১১২ কোটি টকা

ঐশ্বৰ্যই নাকচ কৰা হলীউডৰ এখন চিনেমাই বক্স অফিচ হিট হিচাপে উপাৰ্জন কৰিছিল ৪১১২ কোটি টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.