• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ দৰে ১৫ আগষ্টত বিশ্বৰ আৰু কেইখন দেশ স্বাধীন হৈছিল?

ভাৰতৰ দৰে ১৫ আগষ্টত বিশ্বৰ আৰু কেইখন দেশ স্বাধীন হৈছিল?

4 years ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

2 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

3 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

3 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

4 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

5 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

6 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

7 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

7 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

7 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

7 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

8 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ভাৰতৰ দৰে ১৫ আগষ্টত বিশ্বৰ আৰু কেইখন দেশ স্বাধীন হৈছিল?

editor by editor
August 15, 2022
in বিশ্ব, ভাৰত
0
ভাৰতৰ দৰে ১৫ আগষ্টত বিশ্বৰ আৰু কেইখন দেশ স্বাধীন হৈছিল?
0
SHARES
975
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৯৪৭ চনৰ ১৫ আগষ্টত ইম্পেৰিয়েল ব্ৰিটিছৰাজৰ পৰা ভাৰতে স্বাধীনতা লাভ কৰা দিন হিচাপে স্মৰণ কৰাৰ লগতে স্বাধীনতা দিৱস পালন আৰু উদযাপন কৰি আহিছে। কিন্তু আপুনি জানেনে ১৫ আগষ্টত স্বাধীনতা লাভ কৰা বিশ্বৰ একমাত্ৰ দেশ কেৱল ভাৰতেই নহয়।

১৫ আগষ্টত ভাৰতৰ লগতে স্বাধীনতা লাভ কৰা বিশ্বত আৰু পাঁচখন ৰাষ্ট্ৰ আছে৷ ১৫ আগষ্টত স্বাধীনতা  লাভ কৰা আন পাঁচখন দেশ হৈছে ক্ৰমে দক্ষিণ কোৰিয়া, উত্তৰ কোৰিয়া, দ্য ৰিপাব্লিক অৱ কংগো, বাহৰেইন, আৰু লিচেনষ্টেইন৷

উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া

দ্বিতীয় বিশ্বযুদ্ধৰ শেষত জাপানী ঔপনিৱেশিক শাসনৰ অন্ত পেলাই কোৰিয়ান উপদ্বীপে ১৯৪৫ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰে৷ সেয়ে ১৫ আগষ্ট দিনটোক কোৰিয়া জাতীয় মুক্তি দিৱসৰূপে পালন কৰা হয়৷ অৱশ্যে ১৯৪৫ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰিলেও ১৯৪৮ চনতহে কোৰিয়ান জাতীয় চৰকাৰ গঠন কৰা হয়৷ কোৰিয়ান জাতীয় চৰকাৰ গঠনৰ পিছতে ১৫ আগষ্টৰ দিনটোক Gwangbokjeol অৰ্থাৎ পোহৰৰ পুনৰুদ্ধাৰৰ দিন বুলিও ঘোষণা কৰা হয়। অৱশ্যে স্বাধীনতা দিৱসৰ লগতে উত্তৰ আৰু দক্ষিণ কোৰিয়া দুয়োখন দেশেই ‘জাপানৰ ওপৰত বিজয় দিৱস’ৰ স্মৃতিত ‘কোৰিয়াৰ ৰাষ্ট্ৰীয় মুক্তি দিৱস’, একমাত্ৰ সাধাৰণ জাতীয় বন্ধৰ দিন’ পালন কৰে।

লগতে পঢ়ক আত্মনিৰ্ভৰশীল ভাৰত! স্বাধীনতা দিৱসত প্ৰথমবাৰ লালকিল্লাত দেশত নিৰ্মিত বন্দুকৰ গৰ্জন

ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগো

১৫ আগষ্টত কংগো গণতান্ত্ৰিক ৰিপাব্লিকে স্বাধীনতা লাভ কৰে।১৯৬০ চনৰ আজিৰ দিনটোতে ৮০ বছৰ ধৰি পৰাধীন হৈ থকাৰ পিছত দেশখন ফ্ৰান্সৰ পৰা সম্পূৰ্ণ স্বাধীন হয়। এই দিনটোক ‘কংগোৰ ৰাষ্ট্ৰীয় দিৱস’ বুলিও কোৱা হয়।

বাহৰেইন

বাহৰেইনৰ জনসংখ্যাৰ ওপৰত ৰাষ্ট্ৰসংঘই কৰা এক সমীক্ষাৰ পিছত ১৯৭১ চনৰ ১৫ আগষ্টত বাহৰেইনে ব্ৰিটিছৰ নিয়ন্ত্ৰণৰ পৰা স্বাধীনতা ঘোষণা কৰে। ইয়াৰ পিছত দেশখনে ব্ৰিটেইনৰ সৈতে বন্ধুত্ব চুক্তিত স্বাক্ষৰ কৰে, যাৰ ফলত পূৰ্বৰ চুক্তিৰ অন্ত পৰে।

কিন্তু ১৯৬০ চনৰ আৰম্ভণিতে ব্ৰিটিছসকলে ছুৱেজৰ পূব দিশত নিজৰ সৈন্য প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল। অৱশ্যে ১৪ আগষ্টতেই বাহৰেইনে ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰা প্ৰকৃত তাৰিখ যদিও দেশখনে সেই তাৰিখটো উদযাপন বা চিহ্নিত কৰা নাই।

লিচেনষ্টেইন

বিশ্বৰ ষষ্ঠ ক্ষুদ্ৰতম দেশ লিচেনষ্টাইনে ১৫ আগষ্টত জাৰ্মানীৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত হোৱাৰ স্বাধীনতা উদযাপন কৰে। মাত্ৰ ৬২ মাইল ব্যাসাৰ্দ্ধ আৰু ৩৮,৭৪৯ জমসংখ্যা বিশিষ্ট ইউৰোপৰ চতুৰ্থতম ক্ষুদ্ৰ ৰাষ্ট্ৰখনে ১৯৪০ চনৰ পৰা ১৫ আগষ্টটো ৰাষ্ট্ৰীয় দিৱস হিচাপে উদযাপন কৰি আহিছে। অৱশ্যে ১৯৯০ চনতহে ইয়াক চৰকাৰী ৰাষ্ট্ৰীয় দিৱস হিচাপে প্ৰতিষ্ঠা কৰা হয়৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBahrain Independence Daybest news channel in assamBest News Portal in AssamDemocratic Republic of the Congo Independence DayIndependence Day 2022indiaIndia Independence DayLiechtenstein Independence DayNorth Korea Independence DaySouth Korea Independence Day
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প
বাণিজ্য

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

March 27, 2026
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?
জীৱনশৈলী

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

March 27, 2026
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন
জীৱনশৈলী

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

March 27, 2026
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…
জীৱনশৈলী

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

March 27, 2026
Next Post
প্ৰেমিকলৈ প্ৰেমিকাৰ এটা মেচেজ! ইয়াৰ বাবেই ৬ ঘণ্টা বিলম্ব ইণ্ডিগ’ বিমানৰ উৰণ

প্ৰেমিকলৈ প্ৰেমিকাৰ এটা মেচেজ! ইয়াৰ বাবেই ৬ ঘণ্টা বিলম্ব ইণ্ডিগ’ বিমানৰ উৰণ

বৃহদান্ত্ৰৰ প্ৰদাহ ৰোগ বা আইবিডি বিষয়ে জানো আহক…

বৃহদান্ত্ৰৰ প্ৰদাহ ৰোগ বা আইবিডি বিষয়ে জানো আহক…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.