• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টোপনিত দেখা সপোনেই কৈ দিব পাৰে ভৱিষ্যৎ! কি কি সপোনে ভাল সময়ৰ ইংগিত দিয়ে? কি সপোন দেখিলে সতৰ্ক হ’ব?

টোপনিত দেখা সপোনেই কৈ দিব পাৰে ভৱিষ্যৎ! কি কি সপোনে ভাল সময়ৰ ইংগিত দিয়ে? কি সপোন দেখিলে সতৰ্ক হ’ব?

1 year ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

10 minutes ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

3 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

4 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

5 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

6 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

7 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

21 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

22 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

22 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

23 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

23 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

টোপনিত দেখা সপোনেই কৈ দিব পাৰে ভৱিষ্যৎ! কি কি সপোনে ভাল সময়ৰ ইংগিত দিয়ে? কি সপোন দেখিলে সতৰ্ক হ’ব?

টোপনিত দেখা সপোনেই কৈ দিব পাৰে ভৱিষ্যৎ! কি কি সপোনে ভাল সময়ৰ ইংগিত দিয়ে? কি সপোন দেখিলে সতৰ্ক হ’ব?

editor by editor
July 8, 2025
in জীৱনশৈলী
0
টোপনিত দেখা সপোনেই কৈ দিব পাৰে ভৱিষ্যৎ! কি কি সপোনে ভাল সময়ৰ ইংগিত দিয়ে? কি সপোন দেখিলে সতৰ্ক হ’ব?
0
SHARES
818
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰায় সকলো মানুহেই টোপনিত সপোন দেখে৷ টোপনিৰ পৰা ওঠাৰ পাছতেই কাৰোবাৰ যদি সেই সপোন মনত থাকে, কোনোৱে আকৌ সেই সপোন পাহৰি যায়৷ যিসকলৰ মনত থাকে তেওঁলোকৰো সেই সপোন সম্পূৰ্ণকৈ মনত আছে বুলি ভৱাটো ভুল৷ কেতিয়াবা এই সপোনে আমাৰ মনক দীৰ্ঘসময়লৈ প্ৰভাৱিতও কৰি ৰাখে৷ গভীৰ সপোনৰ কিছু কিছু অংশ দিয়েই বিচাৰ কৰিব পাৰি বহু কথা৷ জ্যোতিষশাস্ত্ৰত সেই বিষয়ে নানান বিশ্লেষণ দিয়া আছে৷ শাস্ত্ৰমতে সপোনে বহু সময়ত আমাৰ ভৱিষ্যতৰ বিষয়েও বহু কথা কৈ দিব পাৰে৷ কি কি সপোন দেখিলে ভৱিষ্যতে কি হ’ব ক’ব পাৰি সেই বিষয়ে কি কৈছে জ্যোতিষশাস্ত্ৰই?

কি কি সপোনে ক’ব পাৰে আপোনাৰ ভৱিষ্যৎ?

ঘোঁড়াৰ সপোন

সপোনত যদি ঘোঁড়া দেখা পায় তেতিয়া বুজিব যে খুব শীঘ্ৰেই আপোনাৰ ভাল সময় আৰম্ভ হ’ব৷ জীৱনৰ জটিলতা কমি যাব আৰু আৰম্ভ হ’ব সুখৰ সময়৷ সফলতাই আপোনাৰ দুৱাৰত টোকৰ মাৰিব৷ দুৰন্ত ঘোঁড়া সপোনত দেখাটো খুবেই শুভ৷

বস্ত্ৰৰ সপোন

বস্ত্ৰৰ সপোন দেখা বা বস্ত্ৰ ক্ৰয়ৰ সপোন দেখাটোও শুভ হিচাপে ধৰা হয়৷ ইয়াৰ অৰ্থ আপোনাৰ আগন্তুক দিনসমূহ খুবেই ভালে যাব৷ সমস্ত বাধা দূৰ হৈ সু সময় আৰম্ভ হ’ব৷ বহু দিন ধৰি ৰৈ থকা কোনো কামো দূৰ হ’ব পাৰে৷

গছৰ সপোন

সপোনত সেউজীয়া ৰং দেখা অত্যন্ত শুভ বুলি কোৱা হয়৷ ইয়াতেই বুজা যায় আপোনাৰ টোপনি খুবেই ভাল হৈছে৷ আৰু সপোনত সেউজীয়া গছ দেখা বা গছৰ গুটি লগা দেখা মানেই বুজিব পৰিয়ালত সুখৰ সময় আৰম্ভ হৈছে৷ কাজিয়া পেচাল কমিবলৈ গৈছে৷ পৰিয়ালত কাৰোবাৰ ভাল খবৰো পাব পাৰে৷

আৰতি দেখা

সপোনত ভগৱানৰ আৰতি দেখাটোও খুবেই শুভ৷ ইয়াত মন শান্ত হয়৷ কৰ্মক্ষেত্ৰত জটিলতা কমাৰ ইংগিত দিয়ে এই সপোনে৷ জীৱনলৈ আহিব পাৰে উন্নতি৷

সমুদ্ৰ দেখা

সপোনত সমুদ্ৰ দেখাৰ অৰ্থ হৈছে জীৱনত কোনো বৃহৎ পৰিবৰ্তন আহিবলৈ গৈছে৷ কোনো কঠিন পৰিস্থিতিৰ মাজেৰে আপুনি যাব পাৰে৷ ভয়ৰ কাৰণ নাই, সতৰ্ক থাকিলেই হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?
জীৱনশৈলী

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

September 9, 2026
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?
জীৱনশৈলী

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

September 9, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

September 9, 2026
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
Next Post
পাছপোৰ্টৰ ম্যাদ ১০ বছৰ, কিন্তু সময়ত এইকেইটা বিষয়ত গুৰুত্ব নাৰাখিলে বাতিল হ’ব পাৰে ভ্ৰমণ

পাছপোৰ্টৰ ম্যাদ ১০ বছৰ, কিন্তু সময়ত এইকেইটা বিষয়ত গুৰুত্ব নাৰাখিলে বাতিল হ’ব পাৰে ভ্ৰমণ

ভালপোৱাৰ শেষ শপতঃ মৃত্যুৰ ১৮ ঘণ্টা পূৰ্বে হাস্পতালত বিয়া কৰাই চমক দিলে এই যুগলে!

ভালপোৱাৰ শেষ শপতঃ মৃত্যুৰ ১৮ ঘণ্টা পূৰ্বে হাস্পতালত বিয়া কৰাই চমক দিলে এই যুগলে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.