• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভালপোৱাৰ শেষ শপতঃ মৃত্যুৰ ১৮ ঘণ্টা পূৰ্বে হাস্পতালত বিয়া কৰাই চমক দিলে এই যুগলে!

ভালপোৱাৰ শেষ শপতঃ মৃত্যুৰ ১৮ ঘণ্টা পূৰ্বে হাস্পতালত বিয়া কৰাই চমক দিলে এই যুগলে!

1 year ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

28 minutes ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

50 minutes ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

4 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

5 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

6 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

6 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

7 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

22 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

23 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

23 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

23 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভালপোৱাৰ শেষ শপতঃ মৃত্যুৰ ১৮ ঘণ্টা পূৰ্বে হাস্পতালত বিয়া কৰাই চমক দিলে এই যুগলে!

ভালপোৱাৰ শেষ শপতঃ মৃত্যুৰ ১৮ ঘণ্টা পূৰ্বে হাস্পতালত বিয়া কৰাই চমক দিলে এই যুগলে!

editor by editor
July 8, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
ভালপোৱাৰ শেষ শপতঃ মৃত্যুৰ ১৮ ঘণ্টা পূৰ্বে হাস্পতালত বিয়া কৰাই চমক দিলে এই যুগলে!
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মৃত্যুৰ পূৰ্বৰ দিনাই জীৱনৰ সকলোতকৈ ডাঙৰ শপত লৈছিল হিদাৰ মোশাৰে৷ হাস্পতালৰ বিচনাত শুই, অক্সিজেন মাস্ক পিন্ধি বগা গাউন পিন্ধি হিদাৰে বিবাহ কৰালে প্ৰেমিক ডেভিড মোশাৰক৷ বিবাহৰ ১৮ ঘণ্টা পাছতেই শেষ হৈ গ’ল ডেভিড মোশাৰৰ জীৱন৷ হিদাৰ আৰু ডেভিডৰ ভালপোৱাৰ গল্প আৰম্ভ হৈছিল ২০১৫ চনত, এক ছুইং ডান্স ক্লাছত৷ প্ৰেম গাঢ় হ’বলৈ নৌপাওঁতেই ২০১৬ চনৰ ২৩ ডিচেম্বৰত ডেভিডে যিদিয়া প্ৰপোজ কৰিব বিচাৰিছিল সেইদিনাই হিদাৰৰ ব্ৰেষ্টৰ কেন্সাৰ ধৰা পৰে৷ প্ৰথমে অপাৰেছন, তাৰপিছত কেমোথেৰাপি মুঠতে কৰ্কটৰ সকলো চিকিৎসাই চলিছিল হিদাৰৰ৷ কিন্তু কৰ্কট সমগ্ৰ শৰীৰত বিয়পি পৰে৷ শেষ পৰ্যন্ত তেওঁক ভেণ্টিলেটৰত ৰাখিব লগা হৈছিল৷

প্ৰথমে ৩০ ডিচেম্বৰত বিবাহৰ দিন ঠিক কৰা হৈছিল৷ কিন্তু পৰিস্থিতিৰ অৱনতি ঘটাত তেওঁৰ বিবাহৰ দিন আগুৱাই ২২ ডিচেম্বৰত বিবাহ কৰাই ডেভিডে৷ ছেণ্ট ফ্ৰেন্সিস হাস্পতালৰ এক কেবিনত বন্ধু আৰু আত্মীয়সকলৰ উপস্থিতিত বিবাহ কৰাই ডেভিডে৷

হিদাৰক বিচনাতেই গাউন পিন্ধাই সজাই তোলা হয়৷ তেওঁৰ শেষ কথাৰ ভিতৰত আছিল বিবাহৰ শপতবাক্য পাঠেই৷ ডেভিডে কয়, ‘মই জানিছিলো তেওঁ উশাহ লোৱাত কষ্ট পোৱাটো গম পাইছিলো৷ কিন্তু নিজৰ সমস্ত শক্তি দি তেওঁ সেই শপতবাক্য পাঠ কৰিলে৷ এয়া যেন simultaneously বিয়া আৰু বিদায় বেলাৰ মুহূৰ্ত আছিল৷ এয়া একেবাৰে অবিশ্বাস্য৷’

বিবাহৰ এখন বিশেষ ছবি য’ত হিদাৰে দুহাত তুলি বিজয়ৰ ভংগীত আছে৷ সেয়া ভাইৰেল হৈছে ইণ্টাৰনেটত৷ শেষ মুহূৰ্তৰ ভিতৰত সেই ভালপোৱা আৰু অদম্য সাহস অনুপ্ৰেৰণা জোগাইছে হাজাৰৰো অধিক মানুহক৷ হিদাৰৰ এই কাহিনী কেৱল মৃত্যু বা দুঃখৰ গল্প নহয়, এয়া এক অসীম ভালপোৱা, অংগীকাৰ আৰু জীৱনৰ শেষ মুহূৰ্তলৈকে প্ৰেম প্ৰদানৰ অনন্য দলিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?
জীৱনশৈলী

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

September 9, 2026
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক
বিশ্ব

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

September 9, 2026
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?
জীৱনশৈলী

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

September 9, 2026
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?
বিনোদন

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

September 9, 2026
Next Post
জুলাই মাহত ডাঙৰ বিপদ এই ৪ৰাশিৰ, এটাৰ পাছত আনটো চেলেঞ্জ আহিব আপোনাৰ সন্মুখত

জুলাই মাহত ডাঙৰ বিপদ এই ৪ৰাশিৰ, এটাৰ পাছত আনটো চেলেঞ্জ আহিব আপোনাৰ সন্মুখত

মস্তিষ্কৰ বিশ্ৰামৰ দৰকাৰ! আপুনি মানসিকভাৱে ক্লান্ত কেনেকৈ বুজিব?

মস্তিষ্কৰ বিশ্ৰামৰ দৰকাৰ! আপুনি মানসিকভাৱে ক্লান্ত কেনেকৈ বুজিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.