• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফিক্সড ডিপজিটত ৮.৫শতাংশ সুদ, এই ৩ বেংকে ৩১ মাৰ্চলৈ দিছে বাম্পাৰ অফাৰ

ফিক্সড ডিপজিটত ৮.৫শতাংশ সুদ, এই ৩ বেংকে ৩১ মাৰ্চলৈ দিছে বাম্পাৰ অফাৰ

2 years ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

15 minutes ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

46 minutes ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

1 hour ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

2 hours ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

3 hours ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

3 hours ago
‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

6 hours ago
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

6 hours ago
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

7 hours ago
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

7 hours ago
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

8 hours ago
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

ফিক্সড ডিপজিটত ৮.৫শতাংশ সুদ, এই ৩ বেংকে ৩১ মাৰ্চলৈ দিছে বাম্পাৰ অফাৰ

ফিক্সড ডিপজিটত ৮.৫শতাংশ সুদ, এই ৩ বেংকে ৩১ মাৰ্চলৈ দিছে বাম্পাৰ অফাৰ

editor by editor
March 6, 2025
in প্ৰযুক্তি, বাণিজ্য
0
ফিক্সড ডিপজিটত ৮.৫শতাংশ সুদ, এই ৩ বেংকে ৩১ মাৰ্চলৈ দিছে বাম্পাৰ অফাৰ
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিনিয়োগকাৰীসকলক আকৃষ্ট কৰাৰ বাবে কেইবাখনো বেংকে উচ্চ সুদৰ হাৰসহ বিশেষ ফিক্সড ডিপোজিট স্কিম আৰম্ভ কৰিছে৷ এই সীমিত সময়ৰ ফিক্সড ডিপোজিটত নিয়মিত আমানতৰ তুলনাত উচ্চ হাৰত ৰিটাৰ্ণ দিয়ে৷ বিশেষকৈ প্ৰবীণ নাগৰিকক৷

এই ফিক্সড ডিপোজিটসমূহৰ সুবিধা কিন্তু সীমিত সময়ৰ বাবেহে লাভ কৰিব৷ এই স্কিমসমূহত বিনিয়োগৰ শেষ তাৰিখ আগন্তুক ৩১ মাৰ্চ৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে সম্প্ৰতি ৰেপো ৰেট কমোৱাৰ কথা ঘোষণা কৰিছে৷ ফলত বেংকসমূহে শীঘ্ৰেই এই উচ্চ হাৰৰ ফিক্সড ডিপোজিট স্কিম বন্ধ কৰি দিব পাৰে৷ সেয়ে আপুনি যদি উচ্চতৰ ৰিটাৰ্ণ নিশ্চিত কৰিব খোজে তেন্তে ৩১ মাৰ্চৰ পূৰ্বে এই স্কিমসমূহত বিনিয়োগ কৰিব পাৰে৷

কোন কোন বেংকে দিছে এই সুবিধা?

১. SBI অমৃত বৃষ্টি

SBIৰ অমৃত বৃদ্ধি ৪৪৪ দিন৷ সাধাৰণ নাগৰিকৰ বাবে ৭.২৫শতাংশ আৰু প্ৰবীণ নাগৰিকৰ বাবে ৭.৭৫শতাংশ সুদ প্ৰদান কৰে৷

2. SBI অমৃত কলশ

এছ বি আইৰ অমৃত কলশ ৪০০ দিনীয়া৷ সাধাৰণ নাগৰিকৰ বাবে ইয়াত ৭.১০ শতাংস আৰু প্ৰবীণ নাগৰিকৰ বাবে ৭.৬০শতাংশ সুদ দিছে৷

৩. আই ডি বি আই উৎসৱ কলেবল এফ ডি

আই ডি বি আই বেংকৰ বিশেষ উৎসৱ কলেবল এফ ডিয়ে ম্যাদৰ ওপৰত ভিত্তি বিভিন্ন সুদৰ হাৰ দিয়ে৷ ৫৫৫ দিনৰ ম্যাদৰ বাবে ছুপাৰ ছিনিয়ৰ ছিটিজেনৰ বাবে সুদৰ হাৰ ৮.০৫শতাংশ, ছিনিয়ৰ চিটিজেনৰ বাবে ৭.৯০শতাংশ আৰু সাধাৰণ নাগৰিকৰ বাবে ৭.৮০শতাংশ৷

একেদৰে ৪৪৪ দিনৰ ম্যাদৰ বাবে ছুপাৰ চিনিয়ৰ চিটিজেন, চিনিয়ৰ চিটিজেন আৰু সাধাৰণ নাগৰিকৰ বাবে সুদৰ হাৰ যথাক্ৰমে ৮শতাংশ, ৭.৮৫শতাংশ আৰু ৭.৩৫শতাংশ৷

৪ ইণ্ডিয়ান বেংকৰ বিশেষ ফিক্সড ডিপোজিট স্কিম

ইণ্ডিয়ান বেংকৰ ‘IND Supreme 300 Days’ ছুপাৰ চিনিয়ৰ চিটিজেনৰ বাবে ৮.০৫শতাংশ সুদৰ হাৰ অফাৰ কৰে৷ অন্যহাতে ছিনিয়ৰ চিটিজেন আৰু সাধাৰণ নাগৰিকৰ বাবে সুদৰ হাৰ যথাক্ৰমে ৭.৮০ শতাংশ আৰু ৭.৩০শতাংশ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা
বাণিজ্য

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

September 12, 2026
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!
অসম

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

September 12, 2026
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?
প্ৰযুক্তি

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

September 12, 2026
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক
ভাৰত

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

September 12, 2026
Next Post
১০০ বছৰৰ পাছত মীন ৰাশিত সপ্তগ্ৰহী যোগ, মাৰ্চৰ শেষত উজ্বলিব এই ৩ৰাশিৰ ভাগ্য

১০০ বছৰৰ পাছত মীন ৰাশিত সপ্তগ্ৰহী যোগ, মাৰ্চৰ শেষত উজ্বলিব এই ৩ৰাশিৰ ভাগ্য

মাজ আকাশতেই ভৰি পৰিল শৌচাগাৰ! আমেৰিকাত জৰুৰী অৱতৰণ Air Indiaৰ বিমানৰ

মাজ আকাশতেই ভৰি পৰিল শৌচাগাৰ! আমেৰিকাত জৰুৰী অৱতৰণ Air Indiaৰ বিমানৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.