• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অবৈধভাৱে আমেৰিকাত বাস কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰি দেশলৈ ঘূৰাই পঠিওৱা নাগৰিকৰ তালিকাত সৰ্বাধিক গুজৰাটৰ, উভতি অহা ৩৩ গুজৰাটিৰ পৰিয়ালে কি কৈছে?

অবৈধভাৱে আমেৰিকাত বাস কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰি দেশলৈ ঘূৰাই পঠিওৱা নাগৰিকৰ তালিকাত সৰ্বাধিক গুজৰাটৰ, উভতি অহা ৩৩ গুজৰাটিৰ পৰিয়ালে কি কৈছে?

1 year ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অবৈধভাৱে আমেৰিকাত বাস কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰি দেশলৈ ঘূৰাই পঠিওৱা নাগৰিকৰ তালিকাত সৰ্বাধিক গুজৰাটৰ, উভতি অহা ৩৩ গুজৰাটিৰ পৰিয়ালে কি কৈছে?

অবৈধভাৱে আমেৰিকাত বাস কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰি দেশলৈ ঘূৰাই পঠিওৱা নাগৰিকৰ তালিকাত সৰ্বাধিক গুজৰাটৰ, উভতি অহা ৩৩ গুজৰাটিৰ পৰিয়ালে কি কৈছে?

editor by editor
February 6, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
অবৈধভাৱে আমেৰিকাত বাস কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰি দেশলৈ ঘূৰাই পঠিওৱা নাগৰিকৰ তালিকাত সৰ্বাধিক গুজৰাটৰ, উভতি অহা ৩৩ গুজৰাটিৰ পৰিয়ালে কি কৈছে?
0
SHARES
9.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমেৰিকাৰ পৰা বুধবাৰে সেনাৰ বিশেষ বিমানেৰে প্ৰথম দফাত পঠিওৱা হৈছে ১০৪ গৰাকী অবৈধ ভাৰতীয়ক৷ বুধবাৰে বিয়লি পঞ্জাৱৰ অমৃতসৰত অবৈধভাৱে আমেৰিকাত থকা ভাৰতীয় লোকক নমাই থৈ গৈছে চি-১৭ বিমানে৷ সেই অবৈধ নাগৰিকৰ মাজত ৩৩ গৰাকীয়েই প্ৰধানমন্ত্ৰী মোদী ৰাজ্যৰ গুজৰাটৰ বাসিন্দা৷ কিন্তু তেওঁলোকে যে আমেৰিকাত অবৈধভাৱে বাস কৰি আছিল সেই কথা নাজানে তেওঁলোকৰেই পৰিয়ালৰ লোকে৷ এই দাবী আমেৰিকাফেৰত অবৈধবাসীৰ অধিকাংশৰ পৰিয়ালৰে৷ গুজৰাটৰ পৰা যোৱা অবৈধ আমেৰিকাবাসীৰ  তালিকাত আছে নিকিটা পেটেল নামৰ এগৰাকী মহিলা৷ তেওঁৰ ঘৰ মেহছানাত৷ নিকিতাৰ পিতৃ কাণুভাই পেটেলে ইণ্ডিয়া টুডেৰ ওচৰত দাবী কৰিছে যে তেওঁলোকৰ কন্যাই ঘৰত কৈছিল যে তেওঁ ইউৰোপলৈ গৈছে৷ কিন্তু আমেৰিকাত থকা আৰম্ভ কৰাৰ কথা পৰিয়ালক জনোৱা নাছিল৷

কানুভাইয়ে India TVৰ আগত কয়, ‘আমি প্ৰথমে খবৰটো জানি চমকি উঠিছিলো৷ আমাৰ কন্যাক আমেৰিকাত গ্ৰেপ্তাৰ কৰা হৈছে৷ তাকো অবৈধভাৱে থকাৰ বাবে৷’ কানুভাইৰ দাবী যে বহুবাৰ তেওঁ কন্যাৰ সৈতে কথা পাতিছে কিন্তু তাই আমেৰিকাত থকাৰ কথা পিতৃক কাহানিও কোৱা নাছিল৷ সংবাদমাধ্যমৰ পৰাহে পিতৃয়ে জানিব পাৰিছে তেওঁ কন্যাক গ্ৰেপ্তাৰ কৰি ভাৰতলৈ পঠিয়াই দিয়া হৈছে৷

নিকিতাই বিজ্ঞান বিভাগত স্নাতকোত্তৰ কৰাৰ পাছত ইয়াত চাকৰি নাপায় ইউৰোপলৈ যোৱাৰ সিদ্ধান্ত লৈছিল৷ দুই বন্ধুৰ সৈতে কেইমাহমান পূৰ্বে বিদেশলৈ উৰা মাৰিছিল নিকিতা৷ তাৰপিছতেই আমেৰিকাত নতুন প্ৰেছিডেণ্ট হ’ল ড’নাল্ড ট্ৰাম্প৷ ড’নাল্ড ট্ৰাম্প ক্ষমতালৈ আহিয়েই অবৈধ বিদেশীক আমেৰিকা ত্যাগ কৰিবলৈ ঘোষণা কৰে৷ ঘোষণাৰ কিছুদিন পাছতেই আৰম্ভ হয় গ্ৰেপ্তাৰো৷ প্ৰথম দফাতেই ১০৪গৰাকী ভাৰতীয়ৰ সৈতে গ্ৰেপ্তাৰ হয় নিকিতাও৷

কেৱল নিকিতাই নহয় আমেৰিকাই অবৈধ ঘোষণা কৰা ১০৪ গৰাকী নাগৰিকৰ তালিকাত আছে কেতুল পেটেল৷ কেতুল পেটেলে তেওঁৰ ভাৰতত থকা ঘৰ মাটি বিক্ৰি কৰি আমেৰিকাত থাকিবলৈ আৰম্ভ কৰিছিল৷ পূৰ্বে ছুৰাটত নিজা ঘৰ আছিল কেতুলৰ৷ তেওঁৰ এগৰাকী আত্মীয়ই এই সন্দৰ্ভত কয়, ‘কেতুল আমেৰিকালৈ গৈছে বুলি আমি জনা নাছিলো৷ গ্ৰেপ্তাৰৰ পাছত গম পাইছো৷ আমেৰিকালৈ গৈ সি এনেকৈ অবৈধভাৱে থকাটো উচিত হোৱা নাই৷’
আৰক্ষীয়ে জনোৱা অনুসৰি উভতি অহা ভাৰতীয় নাগৰিকৰ ভিতৰত ১৩গৰাকী গান্ধীনগৰৰ, ১০গৰাকী মেহছানাৰ, পাটনাৰ ৪জন, আহমেদাবাদ চহৰ, গাওঁ, বৰোদা গাওঁ, পেটলাদ, বনাছকাঁঠা আৰু অংকলেশ্বৰৰ এজন লোক এই ১০৪ গৰাকী নাগৰিকৰ তালিকাত আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
মাহত ১৫০০ টকা বিনিয়োগ কৰিয়েই কোটিপতি হ’ব পাৰিব আপুনি, কেনেকৈ, ক’ত বিনিয়োগ কৰিব?

মাহত ১৫০০ টকা বিনিয়োগ কৰিয়েই কোটিপতি হ’ব পাৰিব আপুনি, কেনেকৈ, ক’ত বিনিয়োগ কৰিব?

চন্দ্ৰৰ শিলৰ নমুনা পৃথিৱীলৈ অনাৰ প্ৰস্তুতি, ২০২৭ত মিছন চন্দ্ৰযান-৪ৰে সম্ভৱ হৈ উঠিব সকলো

চন্দ্ৰৰ শিলৰ নমুনা পৃথিৱীলৈ অনাৰ প্ৰস্তুতি, ২০২৭ত মিছন চন্দ্ৰযান-৪ৰে সম্ভৱ হৈ উঠিব সকলো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.